Category অনুবাদ

বনৰীয়া ফুল

 মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ   আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ হ’ল দ্বিতীয় জীৱনত প্ৰৱেশ…

সৈনিকৰ ভালপোৱা

          মূল (স্পেনিছ) : পাবলো নেৰুডা  অনুবাদ : ৰুদ্ৰ সিংহ মটক (অসিত সৰকাৰে কৰা বাংলা অনুবাদৰ পৰা)                     যুদ্ধৰ দিনবোৰত জীৱনে তোমাক বাধ্য কৰিছে সৈনিকৰ প্ৰেয়সী হ’বলৈ।   দীঘল…

চিনাকি হৈছিল নিশাটিৰ সতে

  মূল: Robert Frost-অৰ  Acquainted With The Night অনুবাদ : ড° ৰঞ্জিত দত্ত এটি নিশাৰ সতে চিনাকি হৈছিল মোৰ৷ এজাক বৰষুণৰ মাজতে ওলাই গৈছিলোঁ বাহিৰলৈ আৰু বৰষুণজাকৰ  মাজতেই উভতিও আহিলোঁ৷ ওলাই  গ’লোঁ মই পোহৰ নগৰীৰ বহু দূৰলৈ, চাই ৰ’লোঁ নগৰখনিৰ বিষাদগ্ৰস্ত গলিবোৰলৈ, এজন প্ৰহৰীক…

কবিয়ে পাহাৰৰ সপোন দেখে

  মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱাৰি, ২০১৯) অনুবাদ : অলকা মহন্ত      কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতিত ভাগৰি পৰোঁ। ধূসৰ স্মৃতিৰ পাহাৰ মই লাহে–ধীৰেহে বগাব বিচাৰোঁ বাকী থকা জীৱন মই কটাব বিচাৰোঁ- প্ৰায়…

এখন নাও আৰু মহাসাগৰ

কবি- জুৱান  ৱানাহ (Xuan WuyNh), ভিয়েটনাম অনুবাদ- ড°ৰঞ্জিত দত্ত মই তোমাক এটি কাহিনী ক’বলৈ লৈছোঁ এখন নাও আৰু এখন মহাসাগৰৰ  কাহিনী। নাম নজনা কালৰে পৰা নাওখনে মহাসাগৰৰ সকলো প্ৰশ্নৰ  উত্তৰ দি আহিছে, নাওখনৰ আছে  আশাভৰা এখন হিয়া, মহাসাগৰৰ প্ৰেম দূৰন্ত…

মহাবীৰ আৰু অৱলাৰ ইতিকথা

 মূল : (বাংলা) মাণিক বন্দ্যোপাধ্যায়   অনুবাদ : বাসুদেব দাস        এটা ল’ৰা আৰু এজনী ছোৱালী আছিল ৷ আমি ধৰি ল’ব পাৰোঁ, লৰাজনৰ নাম মহাবীৰ আৰু ছোৱালীজনীৰ নাম আছিল অৱলা ৷ কাৰ কিমান বয়স, কোনে কোন ক্লাছত পঢ়ে, এইবোৰ জানি আমাৰ কোনো লাভ নাই ৷ এদিন…

কলা কি?

  মূল : লিও টলষ্টয়ৰ What is Art?   অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (১০)   কিন্তু এইটো কেনেকৈ হ’ব পাৰিছিল যে সেইটো কলাকেই, যাক প্ৰাচীন কালত কেৱল সহ্য কৰা গৈছিল (যদি সঁচাকৈয়ে সহ্য কৰা গৈছিল), আমাৰ সময়ত যিকোনো ক্ষেত্ৰতে…

সপোনপুৰী

মূল : লুইচ কেৰ’ল (Lewis Carroll, Dreamland, ইংৰাজী)   অনুবাদ : ড° ৰঞ্জিত দত্ত যেতিয়া মাজ  নিশাৰ  কুঁৱলীবোৰে ছানি ধৰে  পৃথিৱীখনৰ  সকলোবোৰেই নিমগ্ন হয় গভীৰ নিদ্ৰাত, মোৰ চাৰিওফালে তেতিয়া ভয়ঙ্কৰ মৃত্যুৱে দপদপনি তুলি পাৰ হৈ যায় মোৰ কাষেদি মই নজনাকৈয়ে। পাৰ হৈ যায়…

কলা কি?

      লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস   (৮)    গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই ব্যাখ্যা কৰা, আৰু ম্লান ৰূপৰেখাৰে জনতাই মানি লোৱা কলাৰ তত্ত্ব আন একো নহয়, ই হৈছে সেইটোক ভাল বুলি…

পুতলাটো

মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন’বেল বঁটা ১৯৮২ চন অনুবাদ : ড° ৰঞ্জিত দত্ত অলপ সময়ৰ বাবে  ভগৱানে যদি পাহৰি যায় মই এটা জীৰ্ণ পুতলা বুলি আৰু যদি মোক দিয়ে  এটি ভগ্নাসুৰ জীৱন  তেতিয়া হয়তো মই…