sdblogs2011

sdblogs2011

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (১)  চীন-ভাৰতৰ যুদ্ধৰ যেনিবা অৱসান ঘটিল৷ আকৌ পৰিস্থিতি স্বাভাৱিক হ’ল৷ চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চমলৈ প্ৰথম হৈ উত্তীৰ্ণ হ’লো৷ তেনেকৈয়ে স্কুলীয়া দিনবিলাক সুন্দৰকৈ অতিবাহিত হৈ থাকিল৷ স্কুলত পঢ়ি থকা সময়ছোৱাত পঢ়া-শুনাৰ লগতে গান-বাজনাতো মই সমানে পাৰদৰ্শী আছিলোঁ বুলি সকলোৱে…

ব্যস্ত নগৰৰ নিৰ্জন ঘৰটো

 বেদান্ত‌ নাথ‌    ঘৰটোৰ চাৰিওফালে ওখ ওৱাল৷ প্ৰকাণ্ড গেটখনত দিনতে এটা মস্ত‌ তলা৷ নিমাওমাও পৰিৱেশ‌৷ টাউনৰ ব্যস্ত পথটোৰ একালৰ অভিজাত ঘৰটো এতিয়া নিৰ্জন‌৷ নিঃসঙ্গ৷ এদিন মানুহৰে গিজগিজাই থকা  ঘৰটোৰ এতিয়াৰ নিৰ্জীৱ পৰিৱেশটোৱে ঘৰটোৰ ইতিহাস জনা যিকোনো ব্যক্তিকে ব্যথিত কৰিব৷ টাউনৰ…

ধনাঢ্য গুগলৰ বৰ্ণাঢ্য কথা

 দেৱজিৎ ভৰালী   গুগল! আমেৰিকাৰ প্ৰখ্যাত তথ্য–প্ৰযুক্তি সংস্থা এলফাবেট (Alphabet Inc.) ৰ এক বৃহৎ অনুষ্ঠান। মানৱ জীৱনৰ সাম্প্ৰতিক তথ্য–প্ৰযুক্তিগত যাত্ৰাৰ অমোঘ শক্তিৰূপে পৰিগণিত গুগল হ’ল সাধাৰণ কথাত এক অনলাইন চাৰ্চ ইঞ্জিন বা তথ্যসন্ধানী মাধ্যম৷ যাৰ ব্যৱহাৰ সম্প্ৰতি বিশ্বৰ ৪০০ কোটি…

পটহ’ল দাদা

 চন্দ্রাৱলী বৰঠাকুৰ   সময়ৰ লগে লগে আমাৰ বাট পথসমূহ উন্নত হৈছে৷ গাঁও তথা নগৰৰ পথবোৰো উন্নত পদ্ধতিৰে নিৰ্মিতও হৈছে৷ ই সমগ্ৰ অসমৰ প্ৰকৃত ছৱি নহ’লেও ই সাধাৰণভাৱে যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ কথা সূচায়৷ অৱশ্যে ভালকৈ চালে দেখা পোৱা যায় যে এনে…

ৰমেন বৰুৱা

কৌস্তুভমণি শইকীয়া সুৰবোৰ বিচাৰি  হাবাথুৰি খাইছোঁ  বৰ অসহায় সময়    লতাশিল খেলপথাৰ ৰিঙা ৰিঙা পুৰণি ঘৰটোৱে কথা পাতে নিজৰ ভিতৰতে      স্মৃতি-বিস্মৃতিৰ পাঁজৰত এডোঙা অনিশ্চিত দুখ    দুঃসহ   ।    _ _ _ দূৰভাষ – ৯৪৩৫৫৪৫৭০৭

মোক্ষণাৰ নামত

 অনুভৱ তুলসী সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ তোমাৰ অচেতনৰ আন্ধাৰ গলিত চৰি ফুৰা নিজান বতৰৰ বতৰা মই বহু আগতীয়াকৈ পাওঁ গাত লোৱা গামোচাৰ দীঘ-বাণিৰ সূতা আৰু আঁচুৰ ৰৈ-ৰমলি…

বালিচৰ

 এম. কামালুদ্দিন আহমেদ    প্রতিটো বানে মনত বালিচৰ একোটা থাপি যায়   অলক্ষিতেই ঘটি আছিল এই ঘটনা   অৱচেতনত বালিচৰবোৰ সোমাই আছিল   বানত মানুহ এজন উটি যোৱাৰ শৈশৱৰ ছৱিখন আজিও ৰ’দৰ দৰে জিলিকে   আজি বালিচৰবোৰ ওলাই আহিছে এইমাত্ৰ…

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা-৪

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অসমীয়া চিনেমাত ভূপেন হাজৰিকাৰ গীত বুলিয়েই অনেক ভাল লগা কথা লিখি যাব পাৰি। ভূপেনদাৰ গীতৰ কথাক, সুৰক আমি অসমীয়াই বুকুত কঢ়িয়াই লৈ ফুৰোঁ, অথচ ব্যক্তিগতভাৱে মই জয়ন্ত হাজৰিকাতকৈ ভূপেনদাৰ কণ্ঠ বেয়া পাওঁ।…

নিগূঢ়

 অজন্ত কুমাৰ বৰা   নিগূঢ় জীৱনটো নিতান্তই নিজৰ   নিজৰ জীৱনৰ নৌকা নিজৰ মতে বাওঁ নিজৰ সময়বোৰো নিজৰমতে নিয়াওঁ নিজৰ সময়বোৰত নির্জনতাত বুৰ যাওঁ   নিজৰ সময়বোৰত নিজকে বুজাবলৈ নির্মোহ সমালোচনাৰে নির্মল আইনাত নিজকে চাওঁ নিজকে জুকিয়াওঁ নিজকে সকীয়াওঁ  …