দীপাৱলী
লক্ষী প্ৰসাদ ৰেগন শব্দ আৰু চিকমিক বিজুলীৰ ভয়ত মই গোটেই ৰাতি ডুলি এটাৰ ভিতৰত সোমাই থাকিলো বাহিৰত কি শব্দ কি পোহৰ বাপৰে বাপ নঙলা-মুখৰ বোৱালজোপাত এঘুমটি মাৰিবলৈ অহা চৰাইজাকো আধা টোপনি এৰি আন্ধাৰে মুন্ধাৰে যেনি-তেনি পলাই গ’ল নিঃশব্দ নিশা সাৰে…
লক্ষী প্ৰসাদ ৰেগন শব্দ আৰু চিকমিক বিজুলীৰ ভয়ত মই গোটেই ৰাতি ডুলি এটাৰ ভিতৰত সোমাই থাকিলো বাহিৰত কি শব্দ কি পোহৰ বাপৰে বাপ নঙলা-মুখৰ বোৱালজোপাত এঘুমটি মাৰিবলৈ অহা চৰাইজাকো আধা টোপনি এৰি আন্ধাৰে মুন্ধাৰে যেনি-তেনি পলাই গ’ল নিঃশব্দ নিশা সাৰে…
বিশ্বজিৎ শইকীয়া সাহিত্যৰ বিবিধ বিধাৰ ভিতৰত চুটিগল্পও অন্যতম এক বিধা। চুটিগল্পৰ মাজেদি সমাজ একোখনৰ স্বৰূপ কলাসন্মত ৰূপত প্রকাশ পায়। চুটিগল্পৰ জন্ম লগ্নৰেই পৰা মানুহৰ চিন্তা-চেতনা, প্রবৃত্তি, প্রেম-প্ৰতাৰণা, লৈংগিক আকর্ষণ, মানুহৰ সৈতে সমাজ, সংস্কৃতি, ৰাজনীতি, অর্থনীতি ইত্যাদি বিষয় প্রকাশ পাই আহিছে।…
উজ্জ্বল স্মৰণ দত্ত পট সলাইছিল কাহিনীয়ে ধোবাং বাং মেলা সামৰিব পৰা নাই কথাবোৰ ৷ বলা যুগপট বা গাত কথা নলগা গতিৰে জিনা আথাউনি বাট নাপায় থাউনি পাবত গজাটো নহয় ৷ বৃত্তৰ বাহিৰত ভ্ৰমে ভ্ৰম ৷ কৌটিকলীয়া আঁত বুকুৱেদি বয় লুইতৰ সোঁত …
অংগনা চৌধুৰী কলকাতা মহানগৰীত দুই-তিনিবাৰমান দুৰ্গাপূজা চোৱাৰ অভিজ্ঞতা ইতিমধ্যেই স্মৃতিৰ জোলোঙাত সোমাই আছিলেই৷ সেই হৈ-চৈ, সেই ভিৰ-ভাৰ, অজস্ৰ মানুহৰ সমাগমৰ মাদকতা সম্পূৰ্ণ বেলেগ৷ এইবাৰ পুনৰ পূজাৰ সময়ত ওলালোঁ কলকাতালৈকেই, কিন্তু এক প্ৰশান্তিৰে ভৰা, কোলাহলশূন্য ঠাইলৈ নাম যাৰ ‘‘বৈদিক ভিলেজ’ ’৷…
অনুবাদ – পংখী কাজল কায়স্থ ৰুবেন ডাৰিঅ’ৰ প্ৰকৃত নাম আছিল ফেলিক্স ৰুবেন গাৰ্চিয়া চাৰ্মিয়েণ্ট৷ তেওঁৰ জন্ম হৈছিল ১৮৬৭ চনৰ ১৮ জানুৱাৰিত বৰ্তমানৰ চিউডাড ডাৰিঅ’ নামেৰে জনাজাত নিকাৰাগুৱাৰ মেটাপা, মাটাগালপাত৷ ডাৰিঅ’ এগৰাকী নিকাৰাগুবান কবি, সাংবাদিক, কূটনীতিবিদ, লেখক, স্পেইনৰ আৱাসী বৈদেশিক…
ধীমান বৰ্মন এয়া প্ৰথম বিশ্বৰ আকাশ এঙেৰুৱা মেঘ এছটাত আঁউজি কহুঁৱাৰ বতৰ মাজে মাজে নীল কেনভাছত ব্ৰাছ বোলাইছে এন্ধাৰ বৰণৰ শিল্পই এয়া প্ৰথম বিশ্ব আকাশতেই শিল্প জীৱন্ত হ’ব ওলমি ৰোৱা সাঁকোৰ বিলাস পাৰ হ’ব এখুজি…
স্বপ্নালী কলিতা মাটিৰ ফচ্ফচীয়া লডি এটিত পানীৰ সংমিশ্ৰণে কৰে বাটলু কেতিয়াবা প্ৰতিহিংসা কেতিয়াবা বিনোদন আৰু কেতিয়াবা সি হয় নিজক কৰা পৰীক্ষাৰ কৱচ লক্ষ্য সেই মাছৰ চকু প্ৰতিটো বাটলুৰ উৰণত ভেদ ভঙা নায়ক অৰ্জুনৰ দৃঢ়তা বিশ্বাস ভৰসা…
সঞ্জীৱ বৰুৱা শৰৎ মানেই সেউজীয়া তৰাং নদীৰ চৌপাশে হালি-জালি ফুলি থকা লাস্যময়ী কঁহুৱা । শৰৎ মানেই নিয়ৰত প্ৰাণ পোৱা ৰাতিপুৱাটো মুকুতা হেন উজলি থকা বাটৰ দুবৰি বন। শৰৎ মানেই তলসৰা বকুল শেৱালিৰ সুগন্ধি সুৱাস স্মৃতিৰ মানস পটত …
বিভাৰাণী তালুকদাৰ বহুদিনৰ আগতে সমাপ্তি ঘটা প্ৰেমৰ বোজা কঢ়িয়াব পৰাকৈ স্মৃতিও কেতিয়াবা আল্ফা- ফিমেল নহয় উপন্যাসৰ শেষ পৃষ্ঠাত যদিও ভাবিব পাৰি নতুন এক সূচনাৰ কথা আশা বাদৰ উপস্থিতি তাৰো আগত ঘৰবিহীন মানুহবোৰ দেখি মনত পৰে মানুহবিহীন ঘৰলৈ…
(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী বৰপেটাৰ নাওখেল। দৰ্শকৰ মাজতেই হওক বা প্ৰতিযোগীসকলৰ মাজতেই হওক —উছাহৰ শেষ নাই। এনে এখন খেলতেই হৰা-জিকাক লৈ অন্যায় হ’ল। ফলত প্ৰতিযোগীৰ মাজত খং-দুখ-জেদে ঠাই ল’লে। নতুন ধনীৰ ওচৰত পৰাজিতজনে পাছৰ বছৰ…