sdblogs2011

sdblogs2011

অচিন জগতত বাটলু

  স্মৃতিৰেখা দেৱী তথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে – ‘আপোনালোক সকলোকে প্ৰণাম জনাইছোঁ৷ মই বৰ বেছি কথা নাজানো৷ আমাৰ পৃথিৱীত আপোনালোকৰ দৰে এবিধ প্ৰাণী আছে যিসকলক মানুহ বুলি কয়,…

শেষ

 হিল্লোলজ্যোতি সিংহ   “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক অৱশ্যাম্ভাৱী প্ৰক্ৰিয়া   জীৱনটো বিলাই বিলাই কঙাল ৰিক্ত দুহাত ক্ৰমে শুকাই গৈছে বুকুৰ অভ্যন্তৰ শেষ হৈ…

কোলাহল

 যশোৱন্ত নিপুণ   যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ, আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ, ঠিক তেতিয়াই ঘটনাটোৰ আৰম্ভণি হৈছিল, এটা কোলাহলে মোক খেদি ফুৰিছিল অহৰ্নিশে ৷   অথচ মোৰ প্ৰয়োজন আছিল সামান্য, বিচাৰিছিলোঁ মাত্ৰ অলপ নীৰৱতা, শান্তি, নিঃসঙ্গতা, কোনো কোলাহলে…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ (ষোল) দোকমোকালিতে তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি ফুলগুৰিলৈ অহাৰ কথাটো মনত পৰাত স্ফূৰ্তিত তাৰ চকুৰ পৰা টোপনি পলাই ফাট মাৰিলে৷ সি চকুকেইটা মোহাৰিলে– টোপনি সম্পূৰ্ণ নোহোৱাত তাৰ…

মহাবৃত্ত

 মৃদুল শৰ্মা ৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু যথাৰ্থতে সুত অধিৰথহে মোৰ পিতৃ আৰু মোৰ মাতৃ হৈছে ৰাধা, মোৰ শ্ৰদ্ধেয় পিতৃদেৱ সুত অধিৰথৰ পত্নী৷ কাৰণ কুন্তীদেৱীয়ে হেনো প্ৰাকবিৱাহ কালতে জন্ম দিছিল কৰ্ণক…

পৃথিৱীৰ অসুখৰ খবৰ কোনে ৰাখিছে

  পৃথিৱীৰ জীৱকুলক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি তথা আন আন অপকাৰী মহাজাগতিক ৰশ্মিৰপৰা ৰক্ষা কৰি অহা বায়ুমণ্ডলৰ অ’য’ন স্তৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি বিগত শতিকাৰ অষ্টম দশকতে বিজ্ঞানীসকলে ধৰা পেলাইছিল আৰু তাৰ ক্ষতি ৰোধ তথা মেৰামতি কৰাৰ উদ্দেশ্যে বিশেষ কেতবোৰ পদক্ষেপ…

সমাজ সত্য আৰু ভাষাৰ সৌন্দৰ্যৰে উজ্জ্বল বিনয় চলিহাৰ কবিতা

 ৰুদ্ৰ সিংহ মটক   “Poetry is the revelation of a feeling that the poet believes to be interior and personal which the reader recognizes as his own.” (Salvatore Quasimodo).   কবিতা মূলতঃ জীৱনবীক্ষা—হৃদয়স্তনিত প্ৰজ্ঞা অথবা স্বজ্ঞা। মানুহ হ’ব খোজা অন্তৰতম…

মইনাৰ পূজা

অৰুণ গগৈ   নিয়ৰ সৰি সৰি তিতি আছে চোতালৰ দুবৰি বন, পূজা আহিল বুলি মইনাৰ উলাহে নধৰা মন ৷   বিবিধ বস্তুৰে উপচি পৰিছে দুৰ্গা পূজাৰ মেলা, মাকৰ স’তে পূজালৈ যাব পিন্ধি নতুন চোলা ৷   মণি কিনিব পুতলা কিনিব…

মামণি ৰয়ছম গোস্বামীৰ গল্প ‘উদং বাকচ’ : এক বিশ্লেষণ

 বিশ্বজিৎ শইকীয়া                                                                                                         যুদ্ধোত্তৰ যুগত যিসকল লেখকৰ সৃষ্টিয়ে অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰিছিল, সেইসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী আছিল অন্যতম৷ ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক উচ্চ স্থান আৰু বিৰল কৃতিত্ব লাভ কৰা গোস্বামীৰ বহুচৰ্চিত গল্পসমূহৰ ভিতৰত এটা অন্যতম…

কলা কি?

                                  লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস  (৭) সৌন্দৰ্যৰ এই আটাইবোৰ সংজ্ঞাৰ অন্তিম ফল কি?  যিবোৰ সংজ্ঞাই কলাৰ ধাৰণাক…