পুত্র
মূল : সুতপা চক্ৰৱৰ্তী ( বাংলা ) অনুবাদ : নয়ন মণি মিশ্ৰ বাহিৰত বৰষুণ হৈ আছে মাতৃহীন তই ঘুৰি ফুৰিছ ইফালে সিফালে মোৰ দেউতাৰ দৰে তোৰো বদলিৰ চাকৰি হৈছে মোৰ উদ্বিগ্ন মনে স্বৰ্গ মৰ্ত্য নামানে মই মাজে সময়েই ঘৰলৈ দৌৰি…
মূল : সুতপা চক্ৰৱৰ্তী ( বাংলা ) অনুবাদ : নয়ন মণি মিশ্ৰ বাহিৰত বৰষুণ হৈ আছে মাতৃহীন তই ঘুৰি ফুৰিছ ইফালে সিফালে মোৰ দেউতাৰ দৰে তোৰো বদলিৰ চাকৰি হৈছে মোৰ উদ্বিগ্ন মনে স্বৰ্গ মৰ্ত্য নামানে মই মাজে সময়েই ঘৰলৈ দৌৰি…
ড॰ হেমন্ত কুমাৰ হাজৰিকা খেতিয়কৰ বোলে বৰ সাহ ন-আলি দি থাকোঁতে কেতিয়াবা সন্ধিয়া নামে ধনগুলৈ জ্বলিলে পোহৰৰ বাট বিচাৰি ফুৰে সৰ্বহাৰাৰ দুখে ঢুকি নোপোৱা বাট এটাৰ আঁত গৰমৰ ভৰ বুকুৱে নসহে মুধচত বেলিটি…
লক্ষী প্ৰসাদ ৰেগন ঘৰ্ষণত ক্ষয় যায় শিলো হাতুৰীৰ কোব নালাগে কথাৰ কোবত চূচুৰ্মৈ হৃদয় যুগ যুগ ধৰি মানুহবোৰ জয়ী হৈ আহিছে হিংসুক জন্তুবোৰ হেনো হাবিত থাকে তল ওপৰ কৰি যুঁজিছে নিজৰ মাজতে নিজে উস্ বৰ গৰম। এতিয়া কবিতাৰো জ্বৰ উঠিছে…
পৰিস্মিতা বৰদলৈ “কাৰাগাৰতনো কিহৰ উৎসৱ-পাৰ্ৱণ!” খীণকৈ কোৱা কথাষাৰ কাণত পৰামাত্ৰেই মানুহজনীয়ে জকজকাই উঠিল, “অত বছৰে থাকি থাকি এয়াই আমাৰ ঘৰ হোৱাদি হৈছে, গতিকে কি বিহু! কি পূজা! উছৱৰ আনন্দ আমি ইয়াতেই ল’ব লাগিব নিজৰ ধৰণেৰেই৷ বেদীত অধিষ্ঠিত কৰা দুৰ্গতিনাশিনীতকৈ…
আকাশ দীপ্ত ঠাকুৰ জুইকুৰা হোলাটোৰ সিপাৰে বেছিকৈ জ্বলিছিল৷ এইপাৰে উমি উমি জ্বলিবলৈ আৰম্ভ কৰা জুইকুৰা হোলাটোৰ সিপাৰলৈ বিয়পি পৰোঁতে বৰ কম সময় লৈছিল৷ দুয়োপাৰৰ দুখন গাঁও ধোঁৱাময় হৈ পৰিছিল৷ জুই জ্বলিলেতো ধোঁৱা ওলাবই– সেয়া সাধাৰণ কথা৷ ক’ৰবাত…
ডঃ প্ৰিয় দেৱ গোস্ৱামী পৃথিৱীত অতি উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি দিয়া হয়। পুৰস্কাৰৰ ক্ষেত্ৰত নোবেল বঁটা সকলোতকৈ ওখ খাপৰ।অতি সন্মান জনক।এই বঁটা বিজ্ঞান, সাহিত্য, অৰ্থনীতি, শান্তিৰ বাবে প্ৰত্যেক বছৰে দিয়া হয়। চুইডেনৰ বিজ্ঞান…
প্ৰশান্ত মিশ্ৰ মানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ’ব। কাৰ বাবে আকাশ মুকলি আছিল আছিল মেঘৰ দ্যুতি পথাৰৰ পৰা ঘূৰি অহাৰ পথত আঁহত গছৰ ছাঁ; নৈৰ চেঁচা পৰশ হাবিয়নিৰ এন্ধাৰৰ ভীতি পাহাৰৰ স্থিতপ্ৰজ্ঞ চাৱনি তধা লাগি চাইছিল ডোঙাত ভাহি যোৱা মাছবোৰে…
ড০ স্বাতী কিৰণ কিছুমান মানুহে পোহৰ আৰু কোমলতা কঢ়িয়াই ফুৰে।মোৰ বাবে অনুভৱ তুলসীও তেনে এক সত্তা।তেখেতক গুৱাহাটী গ্ৰন্থমেলাত লগ পালেই মনটো এনেয়ে ভাল লাগি গৈছিল, এই মুগ্ধতাক ভাষাৰে বুজাব নোৱাৰি, যদিও কবি হিচাপে অনুভৱ তুলসী নামটো কৈশোৰৰ পৰা পৰিচিত কিন্তু…
মূল : শ্বেল চিলভাৰস্টেইন (Shel Silverstein) অনুবাদ : দীপাঞ্জলি দেৱী সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মই চামুচখন হাতৰপৰা পেলাই দিওঁ” বুঢ়াজনে ক’লে, “ময়ো” ল’ৰাটোৱে ফুচফুচাই ক’লে, “মই পেণ্টতে পেচাৱ কৰোঁ” “ময়ো”, শিশুসুলভতাৰে বুঢ়াজনে হাঁহিলে ল’ৰাটোৱে ক’লে “মই প্ৰায়ে কান্দোঁ” বুঢ়াই…
নৱনীতা ভট্টাচাৰ্য্য (৩) বকাসুৰ বধ আবেলি হৈ অহাৰ লগে লগে বনীয়ে মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে অন্য এটা সাধু ক’বলৈ অনুৰোধ কৰিলে৷ বনীৰ অনুৰোধ ৰক্ষা কৰি মাকে কলে- আজি মই তোমাক বক ৰাক্ষস নিধনৰ কাহিনীটো কওঁ শুনা- ঘটোৎকচৰ জন্মৰ…