sdblogs2011

sdblogs2011

কবি-পিতা, ভালে থাকাঁ

  অংকুৰ ৰঞ্জন ফুকন    ‘…গতিকে সেই মন:সংযোগটো আমি সকলো কবিয়েই ৰাখিব লাগে।’- অনুভৱ তুলসী কোনো মন:সংযোগ নথকাকৈ শ্ৰদ্বাৰ্ঘ্যৰূপে খৰধৰকৈ কিবা এটা লিখাটো আপোনাৰ কবি-প্ৰাণৰ প্ৰতি অসন্মান কৰা হ’ব। আপোনাৰ আকস্মিক-অকাল প্ৰয়াণে দিয়া বেদনা, সেই পুত্ৰৱৎ স্নেহ, অগণন স্মৃতি, বহু পৰিকল্পনা আপোনাৰ…

অনুভৱ তুলসীৰ কবিতা : বিষয়ৰ নিৰ্ঘণ্টত অস্তিত্ববোধ আৰু মৃত্যুচেতনা

 অসীম কুমাৰ হাজৰিকা          অনুভৱ তুলসীৰ কবিতাত সময়, স্মৃতি আৰু অস্তিত্ব এক মৌন,  গহীন মানসিক যন্ত্রণা। এই অনুভৱে অস্তিত্বৰ দ্বন্দ্ব উন্মোচন কৰি পাঠকক আত্মমন্থনৰ দিশে খোজ পেলাবলৈ বাধ্য কৰায়। তুলসীৰ অনেক কবিতাত দেখা যায় যে জীৱনক তেওঁ কেৱল…

অনুভৱ তুলসীৰ সৈতে ৰাজীৱ বৰুৱাৰ হঠাৎ আলাপ

   প্ৰাক্‌কথন : ক’ভিড মহামাৰীৰ ভয়াৱহতা ক্ৰমে ক্ৰমে পাতলি আহিছে। স্বাভাৱিক হ’বলৈ যত্ন কৰিও পৃথিৱীখন স্বাভাৱিক হ’ব পৰা নাই, কাৰণ খুব কম সময়তে পৃথিৱীয়ে বহু কিবাকিবি হেৰুৱাইছে। তথাপি জী থকাবোৰ তেতিয়াও জী আছে, যেন বাধ্য হৈ, উপায়ান্তৰ হৈ…।  তেনে হতাশাগ্ৰস্ত কোনোবা…

মৰ্মান্তিক

 কুশল দত্ত   আহাৰ–শাওণে জাগল পাতিছে আটাইবোৰ সেউজীয়া কজলা হৈ তিতি আছে শোকত   ঘাঁহ বন জোপোহা লতাবোৰ তিতি আছে শোকত পুনি মেটেকা ভেঁট পদুমবোৰ তিতি আছে শোকত কলমৌ কেঁহেৰু চেঁচুৰ শেলুকবোৰ তিতি আছে শোকত ইকৰা খাগৰি উলূ বৰতাবোৰ তিতি…

নান্দনিকতা আৰু দাৰ্শনিকতাৰে সমৃদ্ধ অনুভৱ

  আমাৰ সময়ৰ অসমীয়া কবিসকলৰ ভিতৰত অনুভৱ তুলসীৰ মাজতে নান্দনিকতা আৰু দাৰ্শনিকতাৰ অতুলনীয় সমন্বয় সাধিত হৈছিল। যোৱা জুলাই সংখ্যা ‘অন্যযুগ’ত কবি অনুভৱ তুলসীৰ দুটা কবিতা প্ৰকাশ পাইছিল৷ পহিলা জুলাইৰ ৰাতিপুৱা আলোচনীখন প্ৰকাশ পোৱাৰ প্ৰায় ছঘণ্টামানৰ পাছতেই তেওঁ আমাক হতচকিত কৰি বিদায় মাগিলে…

অনুভৱ তুলসী

দিগন্ত শইকীয়া             আমাৰ সময়খিনিক কবিতাৰ ফ্ৰে’মত ধৰি ৰখিবলৈ সক্ষম হোৱা কম সংখ‍্যক অসমীয়া কবিৰ ভিতৰত অনুভৱ তুলসী অন‍্যতম। বিষয়বস্তুৱেই হওক বা ভাষাৰ ব‍্যৱহাৰেই হওক; প্ৰতীক-চিত্ৰকল্প বা অন‍্যান‍্য কাৰিকৰী দিশতেই হওক, তেখেতৰ কবিতা প্ৰকৃতাৰ্থতেই ‘নতুন’।            …

কবিতা, কবিতাৰ ভাষা, আংগিক আৰু অন্যান্য

 ডo জ্যোতিৰেখা হাজৰিকা   বাস্তৱিক জগতত মানৱ মাত্ৰেই চকুৰে দেখা, কাণেৰে শুনা সকলো কথাই অনুভৱ আৰু উপলব্ধিৰ মাজেৰে বাংময় ৰূপ লাভ কৰে৷ অভিজ্ঞতা হ’ল কবিতাৰ কঠীয়াতলী৷ ভাবনাৰ শইচ উত্তম হ’লে কবিতাও শব্দৰ প্রকাশিকা শক্তিৰ মাধ্যমেদি হৈ পৰে বহুজনৰ বাবে সুখপাঠ্য,…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (সাত)     প্ৰচণ্ড ৰʼদ।  বাৰাণ্ডাৰ আৰামী বেঞ্চখনত বহি হিমানী আৰু মিলিটেৰীয়ে কথা পাতি আছে। কথানো কি, সেই একেবোৰেই। পতাবোৰকে পাতি পাতি অসম আন্দোলনৰ দিনবোৰলৈ ঘূৰি যায় দুয়োজন। ৰক্তাক্ত সময়ৰ হাবিতলীয়া দিনবোৰ, চকুৰ চাৱনিত উজলি উঠা কিৰণময়ী সময়বোৰ আকৌ…

ব্লেক আইচ এণ্ড ৰেইন

 মূল (ইংৰাজী) : মাইকেল ডোনেঘী (আমেৰিকা যুক্তৰাষ্ট্ৰ) ভাবানুবাদ : যশোৱন্ত নিপুণ   মই সোমাব পাৰোঁনে ? তোমাক নীৰৱে গুচি অহা মই দেখিছিলোঁ ৷ প্লেটৰ প্ৰথম আহাৰখিনিয়ে তোমাক দুখী কৰে, নহয়নে? মোক কিন্তু কৰে ৷ আৰু ককটেইল, কৌতুক … ইমান নিমগ্নতাপূৰ্ণ…

এক কাব্যিক সত্তাৰ নাম অনুভৱ তুলসী

ৰৌচন আলি   অনুভৱ তুলসী অসমীয়া কাব্যজগতৰ এটা নামেই নহয় তেখেত এক বিৰল কাব্যিক সত্তাৰ অধিকাৰী। কুৰিখন কবিতাপুথিৰে অসমীয়া কাব্যজগতক সমৃদ্ধ কৰা তুলসীদেৱৰ কবিতাত সমসাময়িক যুগ-চেতনা আৰু কাব্য-চেতনাৰ আন্তঃপ্ৰৱাহ চিৰবিদ্যমান । তেখেতৰ কবিতাত জীৱন আৰু মৃত্যুৰ উৎসৱ নাই, আছে জীৱন-মৃত্যুৰ…