অঁ, সময়ত
নিতুপৰ্ণ ৰাজবংশী
নিতুপৰ্ণ ৰাজবংশী
পঙ্কজ প্ৰতিম বৰদলৈ ৰাজস্থানৰ দাদু দয়াল (১৫৪৪–১৬০৩) আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আছিল মধ্যযুগীয় ভাৰতৰ দুজন প্ৰভাৱশালী আধ্যাত্মিক সংস্কাৰক৷ যদিও তেওঁলোকৰ ৰচনাসমূহ ভিন্ন ভৌগোলিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা নিসৰিত হৈছে, তথাপি তেওঁলোকৰ ৰচনাসমূহে একশ্বৰবাদী, নৈতিকভাৱে পৰিচালিত আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ…
মেঘালী দত্ত ঠাকুৰীয়া “মোহন ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল বেঞ্চত বহি ঢোলৰ চাপাৰ মাৰি থাকা! তোক লৈ মই কি কৰিম হা…কো.. চুন৷ পিতেৰেৰ অসুখ! ইমান টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে নলে দেখুন…৷ বেমাৰেও…
অৰ্চনা ঠাকুৰীয়া এক কবিতা এক জটিল চৰিত্ৰ প্ৰতীক, চিত্ৰকল্প পাঠকেহে বিচাৰি উলিয়াই কবিয়েতো সহজভাৱেই কয় মনৰ কথা সেয়ে, কবি মোৰ মনৰ মানুহ দুই অসীমক মই তোমাৰ কথা কলোঁ ভালপোৱাৰ কি ৰং তেওঁৰ পৰাই বুজিলোঁ এতিয়া, থাউকতে তোমাক কথাটো কওঁ…
মৃদুল শৰ্মা (অনুভৱ তুলসীৰ সশ্ৰদ্ধ সোঁৱৰণত) কেতিয়ানো তুমি মোক স্পৰ্শ কৰিলা? কৰমৰ্দন? আলিঙ্গন? চুম্বন? নে তোমাৰ স্পৰ্শৰেই মই মই হৈছিলোঁ আৰু কি তাৰ পাছতে মই মৰিলোঁ! তোমাৰ আহ্নিক স্পৰ্শতো মই জী আছোঁ তোমাৰ নিৰন্তৰ আলিঙ্গনৰ চেপা খায়ো মই ৰৈ যোৱা নাই…
মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ নামি আহিছিলা – ব্যস্ত জনপদত কোনে বাৰু তোমাক চিনি পাইছিল? নে তুমি সেই মুর্খ যুৱকৰ দৰে বিচাৰিছিলা ভুল অভিজ্ঞান? ঘাম আৰু…
মৃদুল কুমাৰ বৰ্মন জ্বলি আছোঁ অথচ ছাই হ’ব পৰা নাই পুৰণি শতিকাটোৱে সোঁৱৰাই দিয়া কথাটোকে পাগুলি পাগুলি ফু দিছোঁ মোৰ মৰি অহা বাঁহীটোত সুৰবোৰ ধোঁৱা হৈ উৰিছে মানুহ চগা নহৈ পাৰেনে সময় যেতিয়া জুই হয়…
মূল : THRESHOLD, ৰোণাল্ড বাইটান (Ronald Baytan, ফিলিপাইন) অনুবাদ : ড° ৰঞ্জিত দত্ত এটি ভয়ানক সঁচা প্ৰতিশ্ৰুতি আৰু নিৰলে বাঢ়ি অহা অনুশোচনাবোৰ বুকুত বান্ধি মই ৰৈ আছো অকলশৰে সেই আলি কেঁকুৰিতে এখন ৰিক্ত হৃদয়েৰে; আশাবোৰ এদিন জীৱনৰ এটি অভ্যাস বুলিয়েই লৈছিলোঁ ভাবিছিলোঁ–…
অত্ৰেয়ী গোস্বামী জন্ম, জন্মান্তৰ, পূৰ্বজন্ম বিশ্বাস-অবিশ্বাসৰ পেণ্ডুলামত দোলক হৈ দুলি থাকে অহৰহ৷ আকৌ এটা জনম হ’বনে? সেই জন্মত মনুষ্যৰ আকৃতি থাকিবনে? ইয়াৰ আগতেও জন্ম হৈছিল নেকি? তাই নাজানে৷ তাই জাতিস্মৰ নহয়৷ তথাপি তাই পুনৰ্জন্মৰ কথা ভাবে এইবাৰ…
হিল্লোলজ্যোতি সিংহ ৰাতিটোৱে গজালি মেলে গধূলি তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে চোতালত ঢাৰি পাতি পোনাকণে নেওতা মতাৰ তালে তালে এখিলা দুখিলা তাৰ পাত গজে জিলিৰ মাতৰ লগে লগে লহপহীয়াকৈ বাঢ়ে কুমলীয়া দেহা দুপৰ…