বিষ্ণু ৰাভা আৰু অসমীয়া মধ্যবিত্ত সমাজ
পঙ্কজ প্রতিম বৰদলৈ ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্রাক্স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্রায় একুৰি দুবছৰ অসমৰ সমাজ জীৱনৰ বিষ্ণু ৰাভা এক এৰাব নোৱাৰা অংগ আছিল। অসমৰ মধ্যবিত্ত সমাজত বিষ্ণু ৰাভা এক মধ্যবিত্ত আৱেগ। এই…