sdblogs2011

sdblogs2011

দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)

মূল: ৱি‍লিয়াম বাটলাৰ য়িট্‌ছ্‌ (William Butler Yeats) অনুবাদ: যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ; সকলো খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে; মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন, ৰক্তাক্ত বাধাহীন জোৱাৰে আৱৰে,…

প্ৰকৃতি

 দাদুল দেৱকৃষ্ণ অংকন: বৰ্ণিল মহন্ত বতৰটো বৰ মুকলি নহয়। আকাশত পাতল ডাৱৰৰ জাক এটা ইফালৰপৰা সিফালে অহা-যোৱা কৰি আছে। বৰষুণ আহিব চাগে’! বৰষুণ এজাক লাগে; পৃথিৱী শুকান হৈ পৰিছে। খেতি-বাতিৰ বাবে বৰষুণ এজাক বৰ দৰকাৰ হৈছিল। বাৰাণ্ডাৰ চকী এখনত বহি…

পাঠাগাৰ

সংস্কৃতৰ সমুদ্ৰত অৱগাহন ড° চাৰহাৰউদ্দিন আহমেদ  বহু-আনন্দ, নগাঁও, ২০১৯ সংস্কৃত ভাষাটোক সাধাৰণতে ধৰ্মৰ সৈতে সম্পৰ্কিত বুলি ভবা হয় আৰু সেয়েহে বিশেষ বিশেষ ধৰ্মৰ লোকে সংস্কৃত পঢ়িবলৈ আগ্ৰহ প্ৰকাশ নকৰে৷ ভাৰতবৰ্ষত বিশেষকৈ ইছলামধৰ্মী লোকসকলে সংস্কৃত পঢ়াৰ কথা ভাবিবই নোৱাৰে বুলিব পাৰি৷ ড° চাৰহাৰউদ্দিন আহমেদ এজন…

সম্পাদকীয়

দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে ‘ভাল’ আৰু ‘বেয়া’৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি প্ৰত্যেকেই নিজৰ মতে ভাল আৰু বেয়াৰ সংজ্ঞা একোটা স্থিৰ কৰি লওঁ আৰু সেইমতেই বিবিধ বিষয়ৰ আলোচনাত শব্দ দুটা…

নিৰ্বাচনী বতৰা: ৱাশ্বিংটনৰ পৰা দিছপুৰলৈ

সঞ্জীত কুমাৰ বৰদলৈ জ্য’ বাইডেন আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল৷ এই জয়ে আমাৰ দৰে উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰ লোকসকলক সকাহ দিলে যদিও মনৰ মাজত থিতাপি লোৱা শংকা আৰু দ্বিধাবোধক একেবাৰে দূৰ কৰিব নোৱাৰিলে৷ ২৩২ টা ইলেক্ট’ৰেল কলেজত জয়ী হৈ থমকি…

দুজন ‘জিনিয়াছ’ৰ দুটা টোকাবহী— এজন গণিতজ্ঞ, আনজন সংগীতজ্ঞ

 ড০ পৰমানন্দ মহন্ত      বি’থ’ফেন                      ৰামানুজন সংগীত আৰু গণিতৰ সম্পৰ্ক দীৰ্ঘদিনীয়া৷ জনামতে, গ্ৰীক পণ্ডিত পায়থাগ’ৰাছেই (আনুমানিক ৫৮০ খৃ.পূ.) পোনতে সংগীতৰ স্বৰবিলাকৰ মাজৰ সম্পৰ্ক সংখ্যাৰ অনুপাতত প্ৰকাশ কৰিব পাৰি বুলি ঠাৱৰ কৰিছিল৷ সংখ্যা আৰু…

অসমীয়া কবিতাৰ গতিধাৰাত কপিল ঠাকুৰৰ কবিতা

 জয়ন্ত ডেকা অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাসত মননশীল কাব্যপাঠেৰে নতুন আশাবাদ কঢ়িয়াই অনা অন্য এগৰাকী কবি কপিল ঠাকুৰ৷ ভাব আৰু অৰ্থৰ সুসংহত বিন্যাসৰে কবিতাৰ নিৰ্মাণশৈলীত তেওঁ ৰোপণ কৰিছে নতুনত্বৰ ভালেকেইটা আংগিক৷ সোঁতৰ বিপৰীতে গতি লাভ কৰা সামাজিক পটভূমিত মানৱীয়তাৰ সন্ধানৰ লক্ষ্যই…

উলাহেৰে উভতি চাওঁ-৯

 ড০ পোনা মহন্ত তেতিয়াৰ নেফাৰ নক্তে জনগোষ্ঠীৰ ল’ৰা এজন আমাৰ ঘৰত কেইবাবছৰো থাকি পঢ়া–শুনা কৰাৰ কথা আগৰ লেখাত উল্লেখ কৰিছোঁ৷ ৱাংলিয়াম নামৰ এই ল’ৰাটো মোৰ ডাঙৰ দাদাৰ লগত আমাৰ বাৰেঘৰ সত্ৰ ভকতগাঁৱৰ ঘৰলৈ আহিছিল৷ দাদা সেই সময়ৰ দুৰ্গম নেফালৈ কেনেকৈ যাবলৈ…

হাইকু

অনুবাদ: হৰেকৃষ্ণ ডেকা নিয়ৰৰ এখন পৃথিৱী, আৰু প্ৰতিটো নিয়ৰকণাৰ ভিতৰত  সংগ্ৰামৰ এখন জগত   ইছা (১৭৬৩-১৮২৮) যদি মই পাৰিলোঁহেতেন, চেৰীফুলৰ সৰা পাহিৰ দৰে গান গাই থাকিলোঁহেতেন   বাছো (১৬৪৪-১৬৯৪)   অ’ শামুক ফুজি পৰ্বতৰ ওপৰলৈ উঠ, কিন্তু লাহে লাহে, লাহে…

বাঘজান ভেলেঙীৰ সন্তান (কবিতা)

ঋষভ নাথ গুহা ত্যাগ কৰি আহিছেঢেঁকীয়াপতীয়া জুইকুৰাগোঁজৰণিত জীণ গৈছে বেলিঘৰবোৰৰ অংশত শেষৰ মাংসমাটি টোপাটোপে লো-লালটি উধানৰ তেজ টুকি টুকিউৰিছে ফিৰিঙতি নদীৰ খঙেৰে ৰাতি ধৰা হাতবোৰ আজি খাদী কাপোৰৰ গাঁততকপাল পালপাতি পৰিবঅশ্বত্থামাৰ বাটত কাণ ধুনি যায় কোদো-ধ্বনিকিজানি ঠিক সেইপিনেই মোহনৰ ভুল-ফুলনিনিদ্ৰাৰত নৰখাদকৰ মূৰত কৰ্বেটৰ লোতক দুটিহায়! দুঃস্বপ্নৰ গুটি  জুইৰ…