বাঘিনীৰ সত্য জীৱন কাহিনী
‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম এই ঘটনাটোৰ দুবছৰৰ পাছত মই নন্দন কাননলৈ গৈছিলোঁ। তাৰ এমাহ নে দুমাহৰ আগতে নন্দন কাননলৈ দহ হাত দীঘল এটা ৰজাফেঁটী সাপ অনা হৈছিল। সি থাকে এটা আইনাৰ ঘৰত…
‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম এই ঘটনাটোৰ দুবছৰৰ পাছত মই নন্দন কাননলৈ গৈছিলোঁ। তাৰ এমাহ নে দুমাহৰ আগতে নন্দন কাননলৈ দহ হাত দীঘল এটা ৰজাফেঁটী সাপ অনা হৈছিল। সি থাকে এটা আইনাৰ ঘৰত…
সদাশয় পঢ়ুৱৈসকললৈ নিৱেদন আপোনাৰ পঠন অভিজ্ঞতাও এইটো শিতানত প্ৰকাশ কৰিব পাৰে। আপুনি পঢ়া গ্ৰন্থখনৰ বিষয়ে সংক্ষিপ্তৰূপত লিখি আমালৈ পঠাওক। লগতে গ্ৰন্থখনৰ প্ৰকাশকৰ নাম, প্ৰকাশৰ স্থান, প্ৰকাশৰ চন-তাৰিখৰ সৈতে প্ৰচ্ছদৰ স্পষ্ট ফট’ এখনো পঠাওক। গ’ডো আৰু গন্তব্যৰ গল্প গীতালি বৰা পাঞ্চজন্য৷…
বিগত বছৰ (২০২০)-ৰ এনে দিনবোৰত সমগ্ৰ ভাৰতবৰ্ষ আছিল লক্ডাউনৰ কবলত৷ দেশ জুৰি হোৱা ক’ৰ’নাভাইৰাছৰ সংক্ৰমণৰপৰা ৰক্ষা পৰিবলৈ প্ৰথমে জনতা কাৰ্ফিউ আৰু পাছত লক্ডাউন প্ৰৱৰ্তন কৰা হৈছিল৷ বিভিন্ন স্থানত যুদ্ধকালীন তৎপৰতাৰে অস্থায়ীভাৱে ৰচনা কৰা হৈছিল ক’ভিড হস্পিটেল৷ হাজাৰ হাজাৰ লোক আক্ৰান্ত…
গীতিমণি গোস্বামী (বৰঠাকুৰ) টানকৈ বন্ধা বক্ষবন্ধনীডালে তাক অসুবিধাত পেলাইছে৷ দুঘণ্টা সময় তাৰ লগত লাগি থকা মেক্ আপৰ মানুহজনো আন ভাৱৰীয়াক সজোৱাত ব্যস্ত৷ পিঙৰ পৰা এৰাই যোৱা চাদৰৰ আঁচলটো সযতনে এক ভঙ্গিমাৰে দাঙি লৈ সি ছোঁ-ঘৰৰ ভগা আইনাখনত নিজক চালে৷ বৈ পৰা দীঘল ভ্ৰূ, নীলা…
নৱনীতা ভট্টাচাৰ্য্য যোৱা কিছু দিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণজাকে টিটিকে নহয় বনৰ সকলোকে কিছু সকাহ দিছে। উৎকট গৰমত টিটিৰ অৱস্থা পানীত হাঁহ নচৰা হৈছিল। এই গৰমত পুখুৰীটোৱেই আছিল তাৰ একমাত্ৰ আশ্ৰয়স্থল। গৰমত তাৰ সৰ্বশৰীৰ দুৰ্বল হৈ পৰিছে। সেইবাবে পুখুৰীটোৰ…
ড° বুলজিৎ বুঢ়াগোহাঁই পশু চিকিৎসা বিজ্ঞান (Veterinary Science) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান বিষয়সহ উত্তীৰ্ণ হোৱাৰ পাছত পশু চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি পশু চিকিৎসা…
ড° ৰক্তিম ৰঞ্জন শইকীয়া দিহিং-পাটকাইত বৰ্ষাৰণ্যৰ বুকুত কয়লা খনন অথবা কোনো কোনো তৈলক্ষেত্ৰ বিক্ৰীৰ বাতৰিয়ে সাম্প্ৰতিক সময়ৰ অসমৰ সংবাদ জগত আৰু সামাজিক মাধ্যম তোলপাৰ লগাই আছে। ই অসমবাসীৰ সচেতনতাৰ পৰিচয় দিছে যদিও সমান্তৰালভাৱে এনে সচেতনতাই অসমবাসীৰ মনত আমাৰ সম্পদ সম্পৰ্কে…
কাব্যশ্ৰী মহন্ত নয়নৰ ঘৰৰ দুৱাৰমুখত কলিং বেল টিপিব খুজিও ৰৈ গ’লোঁ৷ কোন বা আছে ভিতৰত! সি যদি জিৰণি লৈ আছে কলিং বেলৰ শব্দই আমনি কৰে যদি? নতুবা শ্ৰেয়াই যদি দিনটো দৌৰাদৌৰি কামৰ অন্তত অলপ শুইছে তেন্তে? ফ’ন এটা কৰি অহাহ’লেই ভাল আছিল নেকি? কিন্তু…
ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড° তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢ়োৱা ড° ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…
ঘোষণা অন্যযুগ পক্ষৰ পৰা ২০২০ চনৰ পৰা প্ৰৱৰ্তন কৰিবলৈ মনস্থ কৰা অন্যযুগ সাহিত্য সন্মান কৰ’না মহামাৰীয়ে সৃষ্টি কৰা আতঙ্কময় পৰিস্থিতিৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। পৰিস্থিতি ক্ৰমে ক্ৰমে স্বাভাৱিক অৱস্থালৈ অহাত পূৰ্বৰ বষৰ্ৰ লগতে চলিত বৰ্ষৰ বাবেও এই সন্মানৰ প্ৰাপকসকলৰ নাম ঘোষণা…