sdblogs2011

sdblogs2011

হৈমন্তীৰ আধৰুৱা টোকা আৰু এটি ৰক্তাক্ত পুৱা

শিল্পীকা ৰাজগুৰু স্মৃতি বুলিব পৰাকৈ সময় ৰৈ নাথাকে যদিও উৰ্মি স্মৃতিৰ মাজতে জীয়াই থাকে। স্মৃতিবোৰ তাই বুকু ভৰাই উশাহত টানি লয়, আৱেগৰ হোঁচাত বুকুৰ বৰফবোৰ পানী হৈ সৰসৰকৈ চকুেৰ বৈ আহে। বৈ আহি আকৌ তাইৰ বুকুখনতে পৰে। উস্ ! বুকু বোলা…

এপোৱা চাউলৰ সাধু

ৰশ্মিৰেখা ভূঞা “এপোৱা চাউলৰ ভাত খাবি। বুইছ । তেতিয়াহে মোৰ দৰে হ’বি । মই সদায় এপোৱা এপোৱা চাউলৰ ভাত খাওঁ ।”      এপোৱা চাউলৰ ভাত খোৱা মানুহজনলৈ থৰ হৈ চাই ৰৈছিলোঁ। তেওঁৰ শীৰ্ণ শৰীৰটো চাই নিজলৈও আগ্ৰহেৰে চাইছিলোঁ। মনতে অংক কৰিছিলোঁ।…

মাইকীমুৱা

অপু ভৰদ্বাজ মই তামোল চোৰ নাছিলোঁ৷ কিছু গভাইত চোৰক মই কাইদা-কিটিপ শিকাইছিলোঁ৷ তামোল চুৰিৰ বিদ্যা নহয়, শিকাইছিলোঁ কেৰ্কেটুৱাৰ দৰে গছ বগোৱাৰ সহজ উপায়৷ একেচাটে গছৰ মূধ পাই তাৰ পৰা আনজোপালৈ হনুমন্ত জাঁপ মাৰি ফিৰাই আগৰ জোপালৈ আহি সুৰুক্‌কৈ ভূমি স্পৰ্শ৷…

বিৰুবালাৰ কথাৰে‍

দিলীপ কৌশিক বেলিতো থাকে নিয়ন লাইটৰ পোহৰতো এন্ধাৰ থাকে  আঙুলিৰ লিহিৰি পাববোৰত ডিঙিত কঁকালতো এন্ধাৰ ওলমি থাকে  পোহৰত পঢ়াশালি থাকে এন্ধাৰত ডাইনী থাকে  কোকৰাঝাৰতে কোকৰাঝাৰ নাথাকে গোসাইগাঁৱতে গোসাইগাঁও নাথাকে তেজতো মগজুতো  বিৰুবালাই কৈছে— বিহঢেঁকীয়াৰ পাতবোৰ সেউজীয়া হৈ থাকিবলৈ দে  ডাইনী খেদাতকৈ তোৰ পোণাটোক পঢ়াশালি‍লৈ‍ খেদ খালী হৈ থকা হস্পিটেলখনলৈ ডাক্তৰ এজন আহক ……

পাঠাগাৰ

জাতি চন্দনৰ টোকাৰী বব ডিলানৰ গীতিকবিতা৷  অনুবাদ : অনুভৱ তুলসী৷  পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ কবি অনুভৱ তুলসীয়ে ইতিমধ্যে ভালেকেইটা লেখৰ অনুবাদ কৰ্মও সম্পাদন কৰি অসমীয়া সাহিত্যৰ জগতখন সমৃদ্ধ কৰি আহিছে৷ বিশ্বৰ সঙ্গীত জগতত যিসকল মহাপ্ৰতিভা হিচাপে চিহ্নিত হৈছে তেওঁলোকৰে অন্যতম বব্‌…

মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে

‘অন্যযুগ’ আৰু ‘সাহিত্য অকাডেমি’-ৰ যৌথ উদ্যোগত অনুষ্ঠিত ‘কথাসন্ধি’  অনুষ্ঠানত ডা০ অপূৰ্ব কুমাৰ শইকীয়া সাম্প্ৰতিক অসমীয়া গল্পসাহিত্যৰ এক অগ্ৰগণ্য নাম হৈছে শ্ৰীযুত (ডাঃ) অপূৰ্ব কুমাৰ শইকীয়া৷  ২০২০ চনৰ ‘সাহিত্য অকাদেমি বঁটা’ আৰু অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ প্ৰাপক ডাঃ শইকীয়াৰ গল্পৰ বিষয়বস্তুৰ…

‘অন্যযুগ’ৰ তৃতীয় বৰ্ষপূৰ্তি আৰু অনাগত দিনৰ যাত্ৰা

ড° অজয় লাল দত্ত সম্পাদক ড০ মৃদুল শৰ্মা অসমৰ সংবাদ জগতত ‘অৰুণোদই’-ৰ দিনৰে পৰা নতুন নতুন সংবাদ পত্ৰ-আলোচনীয়ে সময়ে সময়ে ভুমুকি মাৰি আহিছে। কিছুমান ক্ষণস্থায়ী হৈছে, কিছুমানে কেইবছৰ মানৰ আয়ুসতো গুণগত মানেৰে নিজৰ নাম ৰাখি গৈছে, আৰু অতি কম সংখ্যকেহে শতিকাজোৰাকৈ দীৰ্ঘজীৱি হৈছে।…

দেৱতাৰ জন্ম

মূল (বাংলা) :  শিৱৰাম চক্রৱর্তী অসমীয়া অনুবাদ :  বাসুদেব দাস         ঘৰৰ পৰা ওলাওঁতে সদায় উজুটি খাব লগা হয়। প্রথম খোজ দিওঁতে শিলছটাই তেওঁৰ অস্তিত্বৰ কথা প্রৱলভাৱে মনত পেলাই দিয়ে। কেইবাদিনৰ পৰা ভাবি আছোঁ কি কৰিব পৰা যায়। সিদিনা ঘৰৰ পৰা ওলোৱাৰ সময়ত মোৰ তেনে…

অংকুৰণ আৰ্ফৰ ‘সোণৰ হৰিণ নাথাকে জানকী’ : এক সম্পৰীক্ষা

 ড° প্ৰণৱ ঢেকিয়াল ফুকন কবি অংকুৰণ আৰ্ফৰ সদ্য প্ৰকাশিত ‘সোণৰ হৰিণ নাথাকে জানকী’ শীৰ্ষক কাব্যগ্ৰন্থখন অসমীয়া কাব্যসাহিত্যৰ ক্ষেত্ৰখনত এক ব্যতিক্ৰমী প্ৰয়াস৷ গ্ৰন্থখনত মহাকাব্য ৰামায়ণৰ চিনাকি চৰিত্ৰসূহক মানৱীয় জীৱনবোধেৰে কাব্যিক ৰূপত উপস্থাপন কৰি কবিয়ে এক সম্পৰীক্ষা চলাইছে৷ ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাৰ গণ্ডীৰ…