sdblogs2011

sdblogs2011

বিষয় : বিটকইন

বিনয় মোহন শইকীয়া (২) বিটকইনৰ ইতিহাস বিটকইন মুদ্রা বা ইয়াৰ লেনদেন ব্যৱস্থাটোৰ দৰেই ইয়াৰ ইতিহাসো অনন্য। আগতেই উল্লেখ কৰা হৈছে যে বিটকইনৰ স্রষ্টা হিচাবে ছাটশ্বি নাকাম’ট’ নামটো জড়িত হৈ আছে। ২০০৮ চনৰ ৩১ অক্টোবৰ তাৰিখে নাকাম’ট’ই বিটকইনৰ বিষয়ে এখন শ্বেতপত্র…

চনানীৰ ঢৌ

অজিত চিংনাৰ বহু কথা চিন্তা কৰি দুহুইদিয়ে কাইলৈ নিজৰ আপোন  ঘৰখনলৈ গুচি যোৱাৰ কথাহে ভাবিছে৷  সি মোমায়েকৰ ঘৰত থকা এবছৰ হ’বলৈ আৰু বেছি দিন নাই৷ আৰু দুমাহৰ পাছতে এবছৰ সম্পূৰ্ণ হ’ব৷ তাৰ মাক-বাপেক আৰু মোমায়েক-মামীয়েকৰ সিদ্ধান্ত অনুসৰি সি আহিছিল মোমায়েকৰ…

বাহিৰতে বহি চাৰিওফালে চাই আছিলোঁ

 মূল: ৱাল্ট হুইট্‌মেন (১৮১৯-১৮৯২) অনুবাদ : প্ৰশান্ত  মিশ্ৰ   (কবি পৰিচয় : এগৰাকী প্ৰসিদ্ধ এমেৰিকান কবি, নিবন্ধকাৰ আৰু  সাংবাদিক। মানৱতাবাদী হিচাপে জনাজাত হুইটমেন এমেৰিকাৰ অন্যতম প্ৰভাৱশালী লেখক; মুক্তক ছন্দৰ পিতৃ। ‘Leaves of Grass’ (১৮৫৫) তেওঁৰ জনপ্ৰিয় আৰু বিৰ্তকিত কাব্যগ্ৰন্থ। এজ্‌ৰা…

ভগীৰথ

ঋষভ নাথ পিয়াহ পুহিম মই এটা হাঁহৰ দৰে আতুৰণি পি পি সি ডাঙৰ হ’লে এদিন ডেউকা মেলি নিব মোক দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ শিলে শিলে ঠেকা খাই বাঢ়নী ৰ’দত দূৰ ৰাজস্থানৰ ৰেণু-ৰজত   আকাশ খহাই অহা এজাক উচুপনিকে নতশিৰে সুধিম মই…

দুটা কবিতা

ধ্ৰুৱকুমাৰ তালুকদাৰ   (এক) ।।বিছা।।   পাত তুলি থাকোঁতে লছ্‌মীৰ হাতত উঠিল এটা ৰঙা বিছা পিঠিৰ খৰাহিটো থেকেচি থৈ তাই দৌৰ মাৰিলে লাইনৰ ফালে—   ঠিক তেতিয়াই চাহপাতবোৰ উৰি আহিল মোৰ গৰম পানীৰে উপচি থকা পিয়লাটোত তিতিবলৈ…   ক’ৰ পৰা…

হেৰোৱা গোলাপ

 জীৱন কিশোৰ   গোলাপ আমাৰ উভতি আহিব বুলিয়েচোন আমি উকা ফুলনিখনত সিমান দিন ধৰি ধৈৰ্য সহকাৰে ৰৈ আছিলোঁ। তাৰ কথাত গুৰুত্ব নিদিয়া আৰু দায়িত্বৰ প্ৰতি অৱহেলাৰ যি গুৰুতৰ অভিযোগ আমাৰ ওপৰত আৰোপিত হৈছে, সেয়া আমি অন্তঃকৰণেৰে মানি ল‘ব পৰা নাই।…

মহাকবি কালিদাসৰ ৰঘুবংশ

 অধ্যায়  – ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত   নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে) চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে অতীন্দ্ৰিয় সকলো বিষয় দেখাকৈ দিব্যদৃষ্টি পালে । তদঙ্কনিস্যন্দনজলেন লোচনে প্রমৃজ্য পুণ্যেন পুৰস্কৃতঃ সতাম্ | অতীন্দ্রিয়েষ্বপ্যুপপন্নদর্শনো বভূব ভাবেষু দিলীপনন্দনঃ || ৩-৪১||   ৰাজনন্দনে…

ভ্ৰমৰংগ

 সঞ্জীৱ সভাপণ্ডিত এই লেখাটোৰ নামটো শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ মোৰ এই পৰৱৰ্তী শব্দ শৃংখলৰ পৰা উদ্ভূত হ’বলগীয়া শিৰোনামটো ‘মায়া’ বা ‘দিবা স্বপ্ন’ বা ‘পাগলামি’ আদি যিকোনো হ’ব পাৰিলেহেঁতেন যদিও…

অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্য দ্বিতীয় খণ্ড  অসম সাহিত্য সভাৰ প্রথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো যোৱা খণ্ডত দিয়া কথা ৰাখি আজি তোমালোকক পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ বিষয়ে অলপ ক’ম বুলি ভাবিছোঁ ৷ এই ভাষণটি হ’ল অসম সাহিত্য সভাৰ প্ৰথম অভিভাষণ৷…

উলাহেৰে উভতি চাওঁ – ২১

 ড০ পোনা মহন্ত  আজি ১৭ ছেপ্টেম্বৰ৷ বিশ্বকৰ্মা পূজা৷ কল–কাৰখানাৰ শ্ৰমিকসকল আৰু বিভিন্ন যন্ত্ৰ–পাতিৰ সহায়ত কাম কৰি জীৱিকা উলিওৱা লোকসকল এতিয়া নিশ্চয় উৎসৱৰ উখল–মাখলত আত্মহাৰা হৈ আছে৷ কপালৰ ঘাম–মাটিত পেলাই শ্ৰম কৰাৰ পাছত এইয়া যেন ক্ষণিকৰ জিৰণি৷ অতীতৰ কথা সোঁৱৰণ কৰি…