sdblogs2011

sdblogs2011

কবিতাত স্বৰৰ ভিন্নতা আৰু আত্মাৰ সাৰ্বজনীনতা— ‘শ্ৰীমন্তমনপৰুৱা’ আৰু ‘বতাহত তৰাৰ আখৈ ফুটিছে’

 ধীমান বৰ্মন   পৃথিৱীত নতুনকৈ ক’বলৈ জানো কিবা আছে? সাম্প্ৰতিক জগতখনক সম্মুখত লৈ কবিয়ে যেতিয়া কাব্যৰ সন্ধান কৰে কবিৰ সমুখত দোলা দিয়া আটাইতকৈ জটিল প্ৰশ্নটোৱেই হ’ল উক্ত প্ৰশ্নটো৷ সহজ উত্তৰ এটি থাকে, নতুন বটলত পুৰণি মদ ভৰোৱাৰ দৰে নতুন উপস্থাপনশৈলীৰ…

পৰিৱৰ্তনৰ স্বৰূপ : সংঘাত আৰু সংশয়

    এই বিশাল জগত প্ৰপঞ্চ পৰিৱৰ্তনশীল৷ এতেকে সকলো জাগতিক জীৱনো পৰিৱৰ্তনশীল৷ গতিশীলতাৰ কাৰণেই জগতখন জগত– গচ্চতি ইতি জগতঃ৷      সকলো জাগতিক অস্তিত্বৰে সম্মুখত অনেক সমস্যা অনবৰতে ক্ৰিয়াশীল হৈ থাকে৷ প্ৰকৃততে জীৱই নিজৰ সমস্যাবোৰৰ সমাধান কৰি গৈ থকাৰ মানেই বোধকৰোঁ জীয়াই…

মন্দাকিনী

কৰিশ্মা জে. কে. বৈষ্ণৱী কুঁৱলীৰ আচ্ছাদনত বুৰ যোৱা একা-বেঁকা বাটেৰে গন্তব্যস্থানৰ বহু কাষ পালোঁহি। এই যাত্ৰাৰ শেষলৈ আৰু মাথোঁ কিছু মাইল বাকী। এই যে আমি য’ত শেষ বুলি ভাবোঁ, তাত আচলতে আৰম্ভহে হয়- এনে এক ধাৰণা আছিল মোৰ। শৰতৰ প্ৰাকক্ষণ।…

সীমাৰ খুঁটি

কেশৱ চাউ ফাঁচিকাঠত ওলমাই দিয়া শিৰকেইটাৰো জানো জীৱনৰ প্ৰতি লোভ নাছিল? পদূলিৰ পৰা বাট বুলি আইৰ মুখখনি শুৱনি কৰাৰ মন কাৰনো নেথাকে মানুহ হৈ জন্মিলে জী থকাৰ উদ্দেশ্য নিজেই চিনিব লাগে এনেকি পেট পেলাই পাৰ কৰি দিব পাৰি দিন আৰু…

ড° ৰুবুল মাউতৰ সৈতে অন্যযুগৰ এটি সাক্ষাৎকাৰ

 সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী  ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ নাম৷ দৰিদ্ৰতা আৰু অনেক প্ৰতিকূলতাক নেওচি জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম…

জোনালী

 অত্ৰেয়ী গোস্বামী   মাইকী মানুহৰ গাৰ বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত সেন্দূৰ মিহলোৱা৷ পিছৰ বিধে পাতলকৈ গুলপীয়া ৰঙৰ আভাস এটা দিয়ে৷ তাইৰ ছালখন সেইটো ৰঙৰ৷ কাম কৰোতে গালদুখন টিক্‌টিক্‌কৈ ৰঙা…

ফ্লেশ্ববে’ক

দাদুল ভূঞা ফ্লেশ্ববে’কত জিলিকি থাকে কথাবোৰ— গাভিনী ৰাতিৰ এন্ধাৰত হেৰাই যায মৈঠুনৰত সংগীত উচপিচনিৰ দগমগ বেলি এটা চকুত সাৰে থাকে সুখৰ নৈত উটি ভাহি ফুৰে এচমকা তৰল বীৰ্য ওঁঠত ওঁঠ থৈ দুটি ওঁঠে কথা পাতে নৈশব্দৰ নিতাল নৈঋত গুমগুমণি  মেঘ…

মলেঁয়া (১)

দাদুল দেৱকৃষ্ণ বৰুৱা (১) নিজৰ গাঁওখন ভাল পায় ষ্টেপানে। ভাল পায় শান্ত সমাহিত পৰিৱেশ। প্ৰাচীনত্বৰ পোছাক পিন্ধা গাঁওখনত জনম ল’বলৈ পাই সুখী তেওঁ।  তেওঁলোকৰ গাঁওখন এদিনতে গঢ় লৈ উঠা উঠা নাই। এদিনতে জীপাল হৈ উঠা নাই তেওঁৰ চেনেহী গাঁওখন। ককাদেউতাকৰ…

মহাকবি কালিদাসৰ ৰঘুবংশ

ৰঘুবংশ : ৪ৰ্থ অধ্যায় মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত  সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ হৈ। পিতৃপ্ৰদত্ত ৰাজ্যত অধিষ্ঠিত হৈ ৰঘুও উজলিল তেনেকৈ । স ৰাজ্যং গুৰুণা দত্তং প্রতিপদ্যাধিকং বভৌ | দিনান্তে নিহিতং তেজঃ সবিত্রেব হুতাশনঃ || ৪-১||…

নোবেল পুৰস্কাৰ

 অভিজিত শৰ্মা বৰুৱা   প্রতি বছৰে অক্টোবৰ মাহ আহি পোৱাৰ লগে লগে সেইটো বছৰৰ নোবেল বঁটাৰ প্রাপকৰ নাম ঘোষণা কৰা আৰম্ভ হৈ যায়। নোবেল পুৰস্কাৰৰ ঘোষণাই কম-বেছি পৰিমাণে বিতর্কৰো সৃষ্টি কৰেই। এইবাৰ পিছে তেনে কোনো গুৰুত্বপূর্ণ বিতর্ক সৃষ্টি হোৱা নাই। নোবেল পুৰস্কাৰৰ আন শাখাবোৰতকৈ শান্তি আৰু সাহিত্য শাখাতে…