অৰণ্যাৰ্ত
ববিতা কলিতা খবৰ পাইছেনে? মই হেনো মৰিছোঁ! মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো লিখা নাছিল৷ তথাপি মই মৰি থাকিলোঁ৷ মোৰ অপূৰ্ণ আশাৰ অস্থিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই…
ববিতা কলিতা খবৰ পাইছেনে? মই হেনো মৰিছোঁ! মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো লিখা নাছিল৷ তথাপি মই মৰি থাকিলোঁ৷ মোৰ অপূৰ্ণ আশাৰ অস্থিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই…
তৃপ্তি দাস আমাৰ ঘৰৰ মূল দুৱাৰখন কুন্দত কটা এজোপা বুঢ়া গছৰ পৰাই আৰম্ভ হয় – দুৱাৰখনৰ জীৱন যাত্ৰা বুঢ়াগছৰ কাঠৰ দাম বুঢ়ামানুহতকৈ বেছি ঘৰলৈ অহা আলহীৰ চকুদুটি পোনতে দুৱাৰখনত বহে তাৰ পাছত লাহে লাহে ভিতৰলৈ আহে বাটেৰে যোৱা মানুহে দেখনিয়াৰ…
ঋত্বিক পৰাশৰ অসমৰ এগৰাকী অন্যতম শিক্ষাবিদ, মানৱদৰদী, উচ্চশিক্ষিতা, সৎ-সাহসী, প্ৰচাৰ বিমুখ কৰ্মযোগী মহিলা, জীৱন যুঁজৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী যোদ্ধা, বিদূষী মহিলা হিচাপে পদ্মশ্ৰী ইন্দিৰা মিৰিৰ নাম ল’ব পাৰি৷ স্বৰাজোত্তৰ অসমৰ বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মকথা ‘মই আৰু নেফা’-ত তেখেতৰ কৰ্ম…
ৰিপুঞ্জয় বৰুৱা ঋমন তেওঁ কয় ‘আপুনি বহুত ভাল মানুহ’ মানে মই বহুত ভাল মানুহ, এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা। মনত গোপনে গঢ়ি উঠা। তেওঁ কোৱাৰ বহু আগতেও বহুজনে এই কথা কৈছে ‘মই হেনো লাখৰ ভিতৰত এজন’ ভাল মানুহ…
অভিজিত শর্মা বৰুৱা বিশ্ব ব্রহ্মাণ্ডৰ প্রতিটো একক দ্রব্য আচলতে একোটা ৰাসায়নিক পদার্থই। আমি যে আধুনিক খাদ্যৰ পৰা ঔষধলৈকে, প্লাষ্টিকৰ পৰা কম্পিউটাৰলৈকে, কাগজৰ পৰা কৃত্রিম সূতালৈকে বিভিন্ন ধৰণৰ সামগ্রী তৈয়াৰ কৰিব পাৰিছোঁ, তাৰ মূলতে আছে ৰসায়ন। আমি কেতিয়াবা আমাৰ নিজা…
নৱনীতা ভট্টাচাৰ্য্য প্ৰথম খণ্ড অনুসন্ধিৎসু মনৰ প্ৰয়োজন পূৰণ কৰাৰ এটা প্ৰধান উপায় হৈছে ভ্ৰমণ। য’তেই ফুৰিবলৈ নোযোৱাঁ কিয়, কিবা নহয় কিবা নতুন জ্ঞান আহৰণ কৰাৰ সুযোগ পাবাই। সেইবাবে ময়ো ফুৰি ভাল পাওঁ। প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো আমি ফুৰিবলৈ গৈছিলোঁ। পিছে…
নৃপেন গোস্বামী কবিতাৰ মানুহবোৰ বৰ বদনামী লিখে কবিতা সাঁচে সপোন পূৰঠ নোহোৱা সপোন দেখি দেখি বদনামী কবিতাৰ মানুহবোৰ ইয়াত কবিতাৰ মানুহবোৰ কবি নহবও পাৰে কাৰণ কবিৰ সদনাম তেনেই ন্যূনতম যুগজয়ী কবি বদনামী কালজয়ী একা কবিৰ চেতনাত মাতৃ কবিৰ অন্তৰ…
দাদুল দেৱকৃষ্ণ বৰুৱা (৫) দেওবাৰটোলৈ ৰৈ থাকে ষ্টেপান। এইটো দিনত তেওঁ মলেঁয়াক বেছি সময় দিব পাৰে। মলেঁয়াৰ সতে তেওঁ গোটেই দিনটো কটাব পাৰে বুলি ক’লেও ভুল কোৱা নহয়। মলেঁয়া আগতকৈ বহুখিনি সুস্থ হৈ উঠিছে। ষ্টেপানে…
বিনয় মোহন শইকীয়া সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ অনেক জল্পনা-কল্পনাৰ অন্ত পেলাই ২০২২ চনৰ ১ ডিচেম্বৰ তাৰিখে ‘ছাইট এণ্ড ছাউণ্ড’-ৰ বহু প্ৰতীক্ষিত ‘বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ, ২০২২’ তালিকাখন প্ৰকাশ কৰা হ’ল। এইবাৰৰ তালিকাখনে বহুকেইটা ক্ষেত্ৰত নতুনত্ব দাবী কৰাৰ লগতে বিশ্ব চলচ্চিত্ৰ…
চন্দনজ্যোতি চুতীয়া বিংশ শতিকাত আত্মপ্ৰকাশ কৰি অসমৰ জাতীয় জীৱনক দিক্দৰ্শন কৰিবলৈ সক্ষম হোৱা হীৰেন গোহাঁইৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু চিন্তনৰ ক্ষেত্ৰ যথেষ্ট গভীৰ আৰু ব্যাপক৷ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা গোহাঁয়ে মূলতঃ অসমৰ শোষিত-নিপীড়িত শ্ৰেণীৰ মুক্তিৰ হকে এজন অগ্ৰণী সমাজ সমালোচকৰ…