কৃষ্ণ আৰু গোৱৰ্ধন পৰ্বত আৰু মোগলকালীন চিত্ৰকলা
পঙ্কজ প্ৰতিম বৰদলৈ মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন অন্যতম কলাকৃতি হিচাপে প্ৰসিদ্ধ ৷ সম্ৰাট আকবৰৰ সময়ত প্ৰসাৰ লাভ কৰা এই কলাশৈলীয়ে কেৱল দৃশ্যগত আৱেদনক অতিক্ৰম কৰাই নহয়, পৌৰাণিক কাহিনী, সাংস্কৃতিক বৈচিত্ৰ্য, আৰু…