ঠিকে আছেনে সকলো!
ফাৰহান জাৱেদ ইয়াত সকলো ঠিকেই আছে খবৰৰ খুন্দাত মৰা নাই মানুহ, চিতাজুইত জাঁপ দিয়া নাই কোনো! অনাত্মীয়ৰ তেজ দেখি নিজৰিছে এসোঁতা চকুলো চাউল নাই দাইল নাই— জুহালত নাই জুই। অথচ ভোকত এখন ৰুটী দিবলৈ এতিয়াও আছে এটা শীৰ্ণ মানুহ। সিয়েই মানৱতাৰ…
ফাৰহান জাৱেদ ইয়াত সকলো ঠিকেই আছে খবৰৰ খুন্দাত মৰা নাই মানুহ, চিতাজুইত জাঁপ দিয়া নাই কোনো! অনাত্মীয়ৰ তেজ দেখি নিজৰিছে এসোঁতা চকুলো চাউল নাই দাইল নাই— জুহালত নাই জুই। অথচ ভোকত এখন ৰুটী দিবলৈ এতিয়াও আছে এটা শীৰ্ণ মানুহ। সিয়েই মানৱতাৰ…
অনিন্দিতা কলিতা ভালপোৱাক মই ভাল পালোঁ আইৰ কোঁচৰ পৰা নামি আঁঠু কাঢ়িবলৈ লৈ মই ভাল পালোঁ মাটিক মানুহ মাটিতেই মিলিব বুলি নজনাকৈ নজনাকৈ ভাল পালোঁ তোক চম্পা চাৰিটা যুগ হেন দিন তই নোহোৱাকৈ সুমথিৰাৰ বাগিচা পাৰ হৈ বসন্তলৈ ৰৈ থাকিলোঁ…
সঞ্জীত কুমাৰ বৰদলৈ অসমত নতুন চৰকাৰ গঠন হ’ল৷ দল একেই, কিন্তু মুখ্যমন্ত্ৰী নতুন হ’ল৷ ৩৩.২১% ভোট লাভ কৰি বিজেপিয়ে ৬০ খন আসন দখল কৰিবলৈ সক্ষম হ’ল৷ প্ৰধান বিৰোধী কংগ্ৰেছ দল ২৯ খন আসনতে সন্তুষ্ট থাকিবলগা হ’ল৷ বিজেপি দলে নিৰ্বাচনী সভাত বাৰে…
ড° ৰাস্না ৰাজখোৱা উন্নত জীৱন ধাৰণ প্ৰণালীয়ে বৰ্তমান মানুহৰ গড় আয়ুস প্ৰায় দুগুণলৈ বৃদ্ধি কৰিছে যদিও বৃদ্ধ বয়সত আমাৰ শৰীৰৰ অংগবোৰৰ কাৰ্যক্ষমতা কমি আহে৷ বেছিভাগ মানুহৰে বৃদ্ধ বয়সত নতুন অংগৰ প্ৰয়োজন হয়৷ ৰোগ-ব্যাধি অথবা দুৰ্ঘটনাত অংগ বিকল হ’লে আনকি যুৱ অৱস্থাতো…
সঞ্জীৱ সভাপণ্ডিত মোৰ গান হওক … গীতিকাৰ–গায়কজনে গানটো লিখিলে, সুৰ দিলে, গাই দিলে৷ সুন্দৰ গান, ব্যতিক্ৰমী গান৷ নতুন সোৱাদৰ গান৷ বাস্তৱ গান৷ গানটোৰ জন্মৰে পৰা গানটো জীয়াই আছে আৰু সদায়েই তেনেকৈয়ে থাকিব বুলি ধাৰণা হৈছে৷ কাৰণ গানটো কোনো ঘটনাক লৈ লিখা নাই৷…
ৰুদ্ৰসিংহ মটক “Genuine poetry can communicate before it is understood.” (টি. এছ. এলিয়ট)। কবিতাৰ সোণালী দাপোণতে প্ৰতিবিম্বিত হয় স্বদেশ-স্বকালৰ ছবি, পোহৰৰ পৃথিৱীৰ নন্দিত ৰূপ। ভাষাৰ জড়তা, সৌন্দর্যহীন কৃত্রিমতা-যান্ত্রিকতাই কবিতা-অনুৰাগীক সততে হতাশ কৰা এক প্রতিকূল পৰিস্থিতিতো কবিতা জীয়াই আছে দেশে দেশে,…
মূল বাংলা: ৰক্তিম তমাল গাঙ্গুলী অনুবাদ: মনালিছা পাঠক নেওগ ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও অনুমতি নিবিচাৰে৷ মৃত্যুৱেও অনুমতি নিবিচাৰে৷ কিছুমান মানুহে তেনেকৈয়ে অনুমতিৰ পৰোৱা নকৰে৷ চিত্ৰাও তাৰ মাজত অন্যতম৷ ব’হাগ মাহৰ দুপৰীয়া৷ বাহিৰত পকা…
প্ৰদীপ কুমাৰ বৰুৱা নাট্যশালা, নাট্যমন্দিৰ বা ৰঙ্গমঞ্চ অসমৰ সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অঙ্গ৷ ত্ৰিছ বা চল্লিছ বছৰৰ আগতে ‘ৰঙ্গমঞ্চ’ বুলিলে মানুহে proscenium (প্ৰেক্ষাগৃহ)-ত বহি কোনো নাট্যাভিনয় উপভোগ কৰিব পৰা প্ৰমোদগৃহকে বুজিছিল৷ কিন্তু বৰ্তমান Arena Theatre বা Theatre in the round–ৰ বিষয়ে বিভিন্ন আলাপ-আলোচনা হোৱা পৰিলক্ষিত হয়৷ উল্লেখ কৰাটো…
‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম এইদৰে অনেক পুৰণা কথা ভাবি ভাবি মোৰ চিল্মিলীয়া টোপনি আহিছিল। হঠাৎ কণমানি খইৰীৰ ‘ইয়াওঁ ইয়াওঁ’ মাত শুনি মই উঠি টর্চ মাৰি চালোঁ। খইৰী তাইৰ মানৱী-মাতৃৰ শাৰীৰ ওপৰত নিশ্চিন্তমনে শুই…
বুবুল শর্মা কাছই সুদীৰ্ঘকাল ধৰি আমাৰ চাৰিওফালে বসবাস কৰি আহিছে৷ প্ৰায় দুশ নিযুত বছৰ পৃথিৱীত তিষ্ঠি থকাৰ পাছতো, আজিৰ পৃথিৱীত কিন্তু কাছ বিপন্ন হৈ পৰিবলগা হৈছে, বিশেষকৈ ভাৰতবৰ্ষত৷ সাপ, জেঠী আৰু কাছ সৰীসৃপ (Reptila) জীৱ৷ ৰেপটেলিয়া অৰ্থাৎ বগাই নাইবা চুঁচৰি যোৱা জীৱ৷ কাছৰ বিষয়ে…