Tag সমাজ

নাৰীবাদৰ অ-আ-ক-খ

 ভৃগুমণি নাথ বিংশ শতিকাৰ ষষ্ঠ দশকৰপৰাই নাৰী অধ্যয়ন বিষয়টোৱে গৱেষক আৰু বুদ্ধিজীৱীসকলৰ মাজত এক বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ এই বিষয়টোৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সমাজে ইয়াক বৰ্তমান সমাজবিজ্ঞানৰ এক স্বতন্ত্ৰৰীয়া শাখা হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ প্ৰাচীন কালৰেপৰা বৰ্তমানলৈকে মহিলাসকলৰ…

সম্পাদকীয়

উচ্চশিক্ষাৰ সংস্কাৰ আৰু কিছুমান এৰাব নোৱৰা প্ৰসঙ্গ         আধুনিক পৃথিৱীৰ শিক্ষাব্যৱস্থাৰ মানচিত্ৰত আমেৰিকান বিশ্ববিদ্যালয়সমূহৰ এক বিশেষ স্থান আছে৷ বিশেষকৈ আমেৰিকান বিশ্ববিদ্যালয়সমূহে মৌলিক গৱেষণাৰ দিশত স্বতন্ত্ৰভাৱে আগ বাঢ়িব পাৰে কাৰণেই বিভিন্ন দেশৰ প্ৰতিভাশালী শিক্ষাৰ্থী আৰু শিক্ষাৱিদ-বিজ্ঞানীৰ বাবে আমেৰিকা আগ্ৰহৰ স্থান৷…

শেঁতা পৰা আলোক-সংকেত

ড° ভাৰত বৰুৱা         আমেৰিকাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰত বিদেশৰ পৰা আহি প্ৰতি বছৰে এক নিযুততকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰেহি। উচ্চশিক্ষা হৈছে আমেৰিকাৰ এক বিশাল ৰপ্তানি সেৱা যিটোৱে  ৪২  বিলিয়ন ডলাৰৰ ৰাজহ যোগান ধৰে। কিন্তু শেহতীয়াকৈ সেই ধনৰ প্ৰৱাহ প্ৰায় বন্ধ হ’বলৈ…

জোতা

 নীলোৎপল বৰুৱা  বেদ বৰাই বুটজোতা ল’লে। শ্বপিং মলটোৰ আটাইতকৈ দামী শ্ব’ ৰুমটোৰ পৰা তেওঁ জোতাযোৰ কিনিলে। প্ৰান্তীয় প্ৰদেশত হোৱা ধাৰাসাৰ যুদ্ধ জিকি উভতি অহা বিজয়ী চামুৰাই এজনৰ মুখ ভংগিমাৰে তেওঁ ঘৰলৈ আহিল!! দামী জোতা। কিচকিচিয়া ক’লা চামৰাৰ বুটজোৰৰ ওপৰত কে’বাটাও ষ্টিলৰ…

দৃষ্টিভঙ্গীয়ে সফলতাক কেনেকৈ প্ৰভাৱিত কৰে?

ড° পুলক সভাপণ্ডিত  শৰীৰৰ যিটো অংগই মানুহক আন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে সেইটো হ’ল মানুহৰ মস্তিষ্ক৷ মানৱ মস্তিষ্ক (human brain) বা মগজু হ’ল মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান অংগ৷ মস্তিষ্কৰ মূল গঠন-উপাদান হ’ল নিউৰন (স্নায়ুকোষ)৷ মানুহৰ মস্তিষ্কত…

একলা আকাশ

 ৰঞ্জু শৰ্মা   সোঁৱৰণ…         টুলুঙা নাও কিছুমানৰ দৰে মেঘৰ চপৰাৰে ভৰি থকা এখন পানীৰঙী আকাশ, সেই আকাশৰ চন্দ্রাতপে ঢাকি ৰখা এখন পাহাৰ। ওখ! খু– উ– উব ওখ! য’ত পাইন গছ আৰু দেৱদাৰুৰ বাদে এক্কোৱেই নাথাকে। সেই পাহাৰৰ এটা সুন্দৰ ঢালত আমি এটা …

বচা বকুল

  ৰমানন্দন বৰা পাঁচ   ট্ৰেক্টৰ এখন খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল বলধে এঘণ্টাত যি কাম কৰিব পাৰে, এখন ট্ৰেক্টৰেA সিমান কৰিব পাৰে৷ এইবাৰ ক’লাই মহাজনে হালোৱা চাৰিটাৰ ঠাইত দুটা বন্দোৱস্ত কৰিলে৷ দ মাটি…

উত্তৰ পূৰ্বাঞ্চলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ নেতৃত্ব ল’ব পাৰিবনে?

ড° সুস্মিতা প্ৰিয়দৰ্শিনী যোৱা কেইটামান বছৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ক্ষমতাক লৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক নেতাসকল বিশেষভাৱে সচেতন হৈ উঠা দেখা গৈছে৷ শেহতীয়াকৈ যোৱা মাৰ্চ মাহত Indian Council for Research on International Economic Relations (ICRIER)-এ আয়োজন কৰা এখন সন্মিলনত কেন্দ্ৰীয় ৰাজ্যিক…

চক্ৰ

যশোৱন্ত নিপুণ (১) মানুহ দুঘৰৰ কাজিয়া লাগে মাহেকে-পষেকে৷ কিন্তু কাজিয়া কৰাৰো কিছুমান বিশেষ সময় আছে৷ আবেলি আৰু শনি বা ৰবিবাৰেহে সাধাৰণতে যুদ্ধ চলে৷ কাম-কাজৰ পৰা আজৰি হৈ লৈ দুয়োপক্ষই এঘণ্টা-দুঘণ্টাৰ কাৰণে মহাসমৰত লিপ্ত হয়৷ চুবুৰিটোৰ বাকীসকলেও ভালেই পায়৷ গালি-শপনিবোৰ আৰু…

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক   পুৰণি ভাৰতৰ সংস্কৃত ভাষাত লিখা নাটকবোৰত এটা বিশেষ চৰিত্ৰ দেখা যায়৷ বিদূষক বুলি খ্যাত এই চৰিত্ৰটোৰ আন কোনো নাম নাই৷ চৰিত্ৰটোৰ কাম কেৱল ৰজাৰ মন ভাল লগোৱা৷ সাধাৰণতে খুহুটীয়া কথা কৈ ৰাজন্যবৰ্গৰ মন যোগোৱা এই বিদূষক চৰিত্ৰটোৰ…