Tag সমাজ

দুখন উপন্যাস আৰু দুটা গল্পৰ মাজত এজন নবীন বৰুৱা

 উৎপল দত্ত   নবীন বৰুৱাৰ ‘কটন কলেজ’ পঢ়িবলৈ হাতত তুলি লোৱাৰ একমাত্ৰ কাৰণ আছিল কিতাপখনৰ নামটো৷ ‘কটন কলেজ’ আছিল এক ধৰণৰ অজানা ৰহস্যময় আকৰ্ষণবিন্দু, বিশেষকৈ হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়া সময়তে শুনিছিলোঁ কটন কলেজৰ অলেখ ৰোমাঞ্চকৰ কাহিনী- সফলতাৰ বহু সত্য-কাহিনী আৰু…

চৰাইবোৰৰ কথা

স্বপ্নালী কলিতা   আবেলি নীহাৰে বাৰাণ্ডাত বহি  ককাকক মাতিলে আহাঁচোন বুলি।   হয়নে অ’ ককা! কথা এটা সুধিম মই ভাবি-গুণি ক’বা।   ককায়ে বোলে সোণ মোৰ সুধিবিচোন বাৰু, উত্তৰটো জানিলে নক’মনে আৰু!   ককা ককা ! অসমত পোৱা চৰাইবোৰৰ নামবোৰ…

ন্যায়িক ব্যৱস্থাৰ ভৱিষ্যত আৰু ‘শশধৰ বিশ্বাস’

 পঙ্কজ প্ৰতিম বৰদলৈ   যোৱা অক্টোবৰ মাহৰ ৫ তাৰিখে সন্মানীয় উচ্চতম ন্যায়ালয়ে ৰায়দান কৰা দিপালী বিশ্বাস বনাম নিৰ্মলেন্দু মুখাৰ্জীৰ গোচৰটো সাধাৰণ মানুহৰ বাবে আপাত দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ গোচৰ যেন বোধ নহ’ব পাৰে, কিন্তু এই গোচৰটোৱে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ বহু বিসংগতি পোহৰলৈ…

মানুহৰ মনৰ গঢ়

 সঞ্জীৱ সভাপণ্ডিত আমাৰ ইতিহাসে আমাক যিকণ কয়, তাৰ পৰা আমি জানিব পাৰোঁ যে, আহোমসকল এবাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল– আহিলেই আৰু, ঘূৰি যোৱাৰ নাম নল’লে৷ তেওঁলোকে চীন দেশত থকা বা উত্তৰ মানদেশ বা উত্তৰ থাইলেণ্ডত থকা পুৰণা পিতৃভূমি বা মাতৃভূমিৰ…

পাৰ্থবিজয় দত্তৰ জীৱনবীক্ষা আৰু গল্পজগত : এটি আলোকপাত

 ৰুদ্ৰ সিংহ মটক “সাহিত্য কি?  নিৰৱচ্ছিন্নতাৰ মাজেদি শিপাৰ সন্ধান? “তৃতীয় নেত্রেৰে দেশ মানুহ অৰণ্য আকাশৰ আৱাহন…?” (পাৰ্থ বিজয় দত্ত) “জোনাকী”-ৰ যোগেদি আধুনিক সাহিত্যৰ এটি বিশিষ্ট কলাৰূপ হিচাপে মননশীল পাঠকৰ মনোযোগ আকৰ্ষণ কৰা অসমীয়া চুটিগল্পই পিছলৈ ‘আবাহন’-ৰ পাতত এক বিস্তৃত আয়তন…

জীৱনৰ পথাৰত আদৰ্শৰ অনুশীলন

(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী) প্ৰশান্ত মিশ্ৰ প্ৰস্তাৱনা         যোৱা শতিকাৰ নৱম দশকৰ আগভাগৰ কথা৷ অসম আন্দোলনৰ (১৯৭৯-১৯৮৫) ভৰপক৷ এক অস্পষ্ট ধুঁৱলী-কুঁৱলী চিন্তা-চৰ্চাৰে আচ্ছন্ন অসমৰ সামাজিক-ৰাজনৈতিক পৰিৱেশ! ঠিক তেনেকুৱা এটা পৰিৱেশতেই তেতিয়াৰ নলবাৰী চহৰৰ এটা ব্যক্তিগত পুথিভঁৰালত এজন স্কুলীয়া…

পৰজীৱী

 নৱনীতা ভট্টাচাৰ্য   টিটিৰ দিনলিপিখন পঢ়াৰ পিছৰে পৰা তাৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি গৈছে৷ তাৰ কিছুমান কথা শুনিবলৈ খুব সাধাৰণ যেন লাগিলেও বৰ গুৰুত্বপূৰ্ণ। তাৰ কথাবোৰে মোক আমোদ দিয়াতকৈ বেছি আচৰিতহে কৰি তোলে৷ তাৰ নিচিনা অনুসন্ধিৎসু মনৰ গৰাকী হয়তো সমাজত তেনেই তাকৰ।…

পানীৰ তলৰ কাৰেং

অত্ৰেয়ী গোস্বামী   লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা খলখলাই থকা পানীখিনি স্থিৰ হৈ আছে, সূতা এডালৰ দৰে৷   এইখিনিতে সপোন এটা দেখিব পাৰি থিয়ৈ থিয়ৈ, এইখিনিতে ঘটি যাব পাৰে এটা নাভূত নাশ্ৰুত ঘটনা৷   হঠাতে উঠি আহিল এটা কাছ অ’…

খেলা-ধূলা (Sports) আৰু দুঃসাহসিক খেল বা এড্‌ভেঞ্চাৰ স্প’ৰ্টছ্ (Adventure Sports)

 ড° বুলজিৎ বুঢ়াগোহাঁই   আমি জানো যে সৰু কালৰে পৰা বহুতো ছাত্র-ছাত্রীয়ে বিভিন্ন খেলা-ধূলা যেনে- এথলেটিকছ, ক্রিকেট, কাবাডী, কাৰাটে, খো-খো, জুডো, জিমনাষ্টিক, চাইক্লিং, টেবুল টেনিছ, টাইকোৱান ডু, টেনিছ, ডবা, নেটবল, বেডমিণ্টন, বাস্কেটবল, ফুটবল, ভলীবল, ভাৰোত্তোলন, হেণ্ডবল, হ’কী, সাঁতোৰ, বক্সিং আদি কৰি ভাল…

গৰুখুঁটি চাপৰি

কিশোৰ বড়ো   ডবা কোবোৱা মাৰিদুডাল ভাগি থাকিল গাঁৱৰ খবৰ দিওঁতাই চিঞৰি চিঞৰি কৈ গ’ল … শুনক শুনক শুনক   এটা টিলিঙা টিলিঙাটোত নপৰিল চাৰিডাঁৰৰ ডবাদাৰী হাত   তেনেতে শুনিলোঁ মছজিদৰ মাইকটো বিকল আৰু দেখিলোঁ জুইত জাহ যোৱা কোৰআনৰ ফৰমান চূৰা-আয়াত…