বাঘিনীৰ সত্য জীৱন কাহিনী
‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম প্রায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহুঁ-উহুঁ’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু…