অশুচি মেদিনী
প্ৰয়াগ শইকীয়া (‘অন্যযুগ’ত শিবানন্দ কাকতিৰ গল্প ‘মেকবেথ’ পঢ়ি) মধুকৈতভ আৰু মেকবেথ আটায়ে ঘাতক আটাইৰে কলুষতাৰে আজিও অশুচি ধৰণীৰ ত্বক ত্ৰিকালৰ তিনিজনী ডাইনী কিনো পাশাৰে বাৰে বাৰে কঁপাৱ মেদিনী কিয় বাৰে বাৰে তোল ৰজা হোৱাৰ জঁক মধু আৰু কৈতভ দুয়ো…