মৰুভূমিত ডবা খেল
লোপামুদ্ৰা ভট্টাচাৰ্য ভড্কাৰ গ্লাছটো লৈ তাই আৰামী চকীখনত অলসভাৱে বহি পৰিছে৷ ভীষণভাৱে ভাগৰুৱা তাই৷ তাই কোনোপধ্যে আজি Party লৈ যাব নোৱাৰে৷ ৰীট্চে বেয়া পালেও তাই নোৱাৰে৷ আচলতে তাইৰ কিবা এটা হৈছে৷ সদায় এই পাৰ্টিবোৰ আৰু তাৰ পিছৰ শৰীৰৰ খেলাবোৰ দেখোন…