Tag ভাষা

অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চর্চা

নীৰাজনা মহন্ত বেজবৰা         এই লেখাৰ যোগেদি অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ বিষয়ে সম্পাদিত হোৱা চিন্তা-চর্চাৰ এক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰা হ’ব। অসমত বা অসমীয়াত তুলনামূলক সাহিত্যৰ চর্চাৰ প্রসঙ্গটো বিশ্বাত্মক তথা ভাৰতীয় প্রেক্ষাপটত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ এক অংশবিশেষ। গতিকে ইয়াৰ…

প্রেমৰ বিজ্ঞান

 অভিজিত শর্মা বৰুৱা প্রেম এক অনির্বচনীয় শব্দ, শাশ্বত অনূভূতি। প্রেম নাথাকিলে কি হ’ব – সেয়া কল্পনা কৰাটো দুৰূঢ়, কিন্তু জীয়াই থকাৰ আমেজেই যে নাথাকিব, সেইটো নির্ঘাত। সেই ৰামায়ণৰ যুগৰ পৰা এতিয়ালৈকে দেশ-কাল-পৰিস্থিতি ভাবিব নোৱৰা ধৰণে সলনি হ’ল! বান্দৰে শিল পেলাই দলং…

অৰ্থনৈতিক চৰ্চা আৰু অৰ্থসম্পদৰ গুৰুত্ব

 ৰঞ্জুমণি মহন্ত   এয়া অনস্বীকাৰ্য যে আধুনিক জীৱন যাত্ৰাত মূল্য আৰোপিত সম্পদ বা অৰ্থসম্পদে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ সম্পৰ মূল্যৰ এক প্ৰতীক হৈছে ধন বা টকা-পইচা। আদিম জীৱন যাত্ৰাত মানুহে ধন নোহোৱাকৈয়ে জীৱন ধাৰণ কৰিছিল যদিও এতিয়া টকা-পইছা নোহোৱাকৈ মানুহ…

অসমীয়া মানুহৰ আত্মপৰিচালনা

সঞ্জীৱ  সভাপণ্ডিত         ১৯৮৬ চনত মই শিৱসাগৰৰ পৰা নাজিৰা হৈ বিহুবৰৰ নগাপাহাৰৰ পাদদেশৰ এখন ঠাইলৈ গৈছিলোঁ৷ তাতে ‘আদিত্য নাছিংহোম’, ‘অসম আদিত্য’ নামৰ বাতৰি কাকতৰ জন্মদাতা ডাঃ নিৰ্মল চাহেৱালা, তেওঁৰ ককায়েক–ভায়েক অধিবক্তা মুৰুলী চাহেৱালা, গজানন চাহেৱালা আদিৰ ঘৰ৷ মোৰ যোৱাৰ উদ্দেশ্য…

আইৰিশ্ব নাট্য আন্দোলন : এক চমু আলোকপাত

 মৌচুম বৰুৱা   ঊণবিংশ শতিকাৰ প্ৰায় শেষ দশকলৈকে আয়াৰলেণ্ডত নাট্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ই চুবুৰীয়া ৰাষ্ট্ৰ ইংলেণ্ডৰ নাট্য সাহিত্যৰ পৰম্পৰাগত পৰিসৰ ভাঙি স্বকীয় মহিমাৰে মহিমামণ্ডিত হ’ব পৰা নাছিল। কিন্তু প্ৰখ্যাত আইৰিশ্ব কবি ডব্লিউ. বি. য়েটছে ১৮৯১ চনত লণ্ডনত প্ৰতিষ্ঠা কৰা…

দুটা বছৰৰ কবিতা

 ভাস্কৰ জে নাথ   কি কৰিব পাৰোঁ   সূৰ্যাস্তৰ বিস্ময় চাই থাকিব পাৰোঁ অথবা গজি থকা বনবোৰ চাই থাকিব পাৰোঁ আৰু ভাবিব পাৰোঁ কোন পাপী হাড়ৰ পৰা গজা এই সেউজীয়া আৰু নিয়ৰত তিতা বনৰ ওপৰত খোজ দিব পাৰোঁ অক্টোবৰৰ পুৱা…

আমাৰ চহৰত বাপু

নীলিমা ঠাকুৰীয়া হক   কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে   জিৰজিৰ জিৰজিৰ হিৰহিৰ হিৰহিৰ বিজুলীৰ পোহৰ আৰু ঢেৰেকনিৰ গানেৰে গা ধুলে বাপুৱে আৰু চশমাৰে জুপি জুপি চালে…

হাতীপটি

নিৰু দত্ত   জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ কাহিনী । আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি । আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল ৰাতি উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ…

অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন আৰু আৰ্থিক উন্নয়নৰ গতিবিধি

 ড° সুৰেশ দত্ত         অৰ্থনীতি এখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বছৰটোত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ মুদ্ৰামূল্যৰ সমষ্টিয়েই হল ঘৰুৱা উৎপাদন (Domestic Product)৷ এই ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় ভিত্তিত মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product) অথবা ৰাজ্যিক পৰ্যায়ত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (Gross State…