Tag ভাষা

হীৰাগুড়ি পাহাৰৰ দেৱতা

 বিদিশা দত্ত (৫)   বেলিৰ পোহৰে হাবিখন স্পৰ্শ কৰিছে। হাবিৰ ভালেখিনি জন্তু, চৰাই আৰু পতংগ পাহাৰলৈ বুলি আগবাঢ়িছে। চিম্পিয়েও এইবাৰ দেৱতাৰ সভালৈ নিমন্ত্ৰণ লাভ কৰিছে। ভুচু চিম্পিৰ বোকোচাত উঠি গৈছে।   সেই বুদ্ধি দিলে কাকৈয়ে। ভুচুৱে জঁপিয়াই জঁপিয়াই ইমানখন দূৰ…

বিজ্ঞানমনস্কতা আৰু শংকৰদেৱ : প্ৰেক্ষিত নামঘৰ প্ৰসঙ্গ

 মঞ্জু দাস   প্ৰস্তাৱনা : বিজ্ঞানমনস্কতা হ’ল বৈজ্ঞানিক মনোবৃত্তি, যুক্তিবাদী মননশীল চৰ্চা আৰু বিচাৰাত্মক চিন্তাৰ পদ্ধতিগত কৌশল৷ কোনো এটা বিষয়ত এক কথাত সহমত প্ৰকাশ নকৰি সংশয় প্ৰকাশৰ দ্বাৰা যুক্তিনিষ্ঠাভাৱে আৰু বিচাৰ-বিশ্লেষণ কৰাই হ’ল বিজ্ঞানমনস্কতা৷ নিৰন্তৰ প্ৰশ্নশীলতা আৰু অনুসন্ধিৎসা বিজ্ঞানমনস্কতাৰ বৈশিষ্ট্য৷…

সন্ধান

 আব্দুচ ছামাদ   বহুদিনৰ পৰা মই মানুহজনক বিচাৰি ফুৰিছোঁ৷ অ’ত-ত’ত লগ পোৱা সকলোকে সুধিছোঁ, চিনি পায় নেকি তেওঁ মই বিচাৰি ফুৰা মানুহজনক? ‘চিনি পাওঁ মানে? আপুনি বিচাৰি ফুৰা মানুহজন ময়ে৷’ সকলোৱে প্ৰায় একে কথা, একে ধৰণেই কৈছে৷ খন্তেকৰ বাবে মোৰ…

মাতৃয়েই মোৰ বাবে শ্ৰেষ্ঠ

সত্যজিৎ গগৈ মাতৃ হৈছে বিশ্ৰব্ৰক্ষ্মাণ্ডৰ সকলোতকৈ শ্ৰেষ্ঠ৷ মোৰ বাবে পৃথিৱীখনেই মাতৃ৷ নিজৰ দেশ খনো মাতৃ৷ নিজৰ ৰাজ্যখনো মাতৃ আৰু জন্মদাত্ৰী গৰাকীও মাতৃ৷ সেই মাতৃয়েই হৈছে মোৰ বাবে শ্ৰেষ্ঠ৷ পৃথিৱীখন আছে বাবেই আমি ইয়াৰ মাটি,পানী,বায়ু সেৱন কৰি জীয়াই আছোঁ৷ ভাল পাওঁ…

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য পঞ্চম খণ্ড জলপান খাই আইতা আৰু মই বাৰীলৈ ওলাই গ’লোঁ। বাৰীখনত শাৰী শাৰীকৈ বহুতো গছ আছে৷ আম, কঠাল, নাৰিকল, জলফাই, আমলখি, শিলিখা ক’ত যে গছ! কিন্তু মই মন কৰিলোঁ যে বাৰীখনত তামোলগছৰ সংখ্যাই অধিক। কিছুমান তামোলগছত আকৌ পাণগছৰ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৯)         পেৰুনিকা ফুলা বতৰতে ষ্টেপানে কাম কৰা স্কুলঘৰৰ ৰং কৰা কাম যিহেতু সমাপ্ত হৈছিল, স্কুলত সকলো আজৰি হৈ আছিল; সেয়ে স্কুলৰপৰা শিক্ষামূলক ভ্ৰমণ এটাত যোৱাৰ কথা ওলাইছিল। পিছে ক’লৈ যাব? কোনোবা এজনে কৈ উঠিছিল— লঞ্জস্কো…

ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

 অংগনা চৌধুৰী  বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ আমি ঘৰৰ পৰা পুৱা আঠ বজাত গাড়ীখন লৈ ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ পৰা ক’ৰবালৈ যাবলৈ হ’লে যানজঁটৰ পৰা বাচিবলৈ অলপ সোনকালেই ওলাই যোৱা শ্ৰেয়ঃ৷ চাৰে নমান বজাত মংগলদৈৰ ওচৰৰ ৰিপ’জ…

বচা বকুল

 ৰমানন্দন বৰা দ্বিতীয় খণ্ড এক   পশ্চিমফালে আকাশখন সেন্দুৰীয়া হৈ ব্ৰহ্মপুত্ৰৰ পানীখিনিও ৰাঙলী হৈ উঠিছে৷ মাছমৰীয়া নাওবোৰ ক’লা ছায়াৰ দৰে নাচি থকা ৰঙাবিলাকৰ মাজেৰে চলি গৈছে, ইপাৰ-সিপাৰ হৈছে৷ গোনা ম’হৰ ডিঙিৰ টিলিঙাৰ শব্দবোৰ ক্ৰমে ক্ৰমে স্পষ্ট হৈ আহিছে৷ ম’হৰ ডিঙিত…

গল্প প্ৰকৰণ

 পৰিস্মিতা বৰদলৈ   : আমি ক’ত আছিলোঁ!  : কবিতা৷  : অঃ য়েছ৷ কবিতা৷ কবিতা নুবুজাৰ কথা নাহেই আচলতে৷ যিটো ভাষাত কবিতাটো লিখা হৈছে সেই ভাষাটো যদিহে তোমাৰ আয়ত্তত আছে তেন্তে তাৰ পাঠোদ্ধাৰ তোমাৰ পক্ষে অসম্ভৱ নহয়৷ : কিন্তু কেতিয়াবা বাৰে-বাৰে…

উজনি আৰু মধ্য অসমত দুখন সমান্তৰাল কছাৰী ৰাজ্যৰ সাক্ষ্যপ্ৰমাণ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বৃহত্তৰ কছাৰীমূলীয় লোকসকল অসমৰ প্ৰাচীন অধিবাসী৷ ‘তিব্বত-চীন’ ভাষাৰ ‘বৰ্মী উপভাষী’ এই মংগোলীয় লোকসকল এসময়ত নেপাল আৰু দক্ষিণ তিব্বতৰ এক বৃহৎ অংশ জুৰি বাস কৰিছিল। এই ভাষা-ভাষী লোকসকলৰ অসংখ্য উপভাষা আছিল আৰু সকলোৰে উপভাষাও ইটোৰ পৰা সিটো…