মোৰ সময়
হৰেকৃষ্ণ ডেকা মোৰ সময় কেতিয়া আৰম্ভ হৈছিল সেই কথা মই নিশ্চয়তাৰে ক’ব নোৱাৰোঁ। মই গৰ্ভত স্থান লোৱাৰ মুহূৰ্ততেই নে সেই মুহূৰ্তত যেতিয়া প্ৰথম চকু মেলি মই পৃথিৱী দেখিলোঁ! নাইবা সেই মুহূৰ্তত নেকি যি মুহূৰ্তত মই সময় শব্দটো শিকিলোঁ? কিন্তু…
হৰেকৃষ্ণ ডেকা মোৰ সময় কেতিয়া আৰম্ভ হৈছিল সেই কথা মই নিশ্চয়তাৰে ক’ব নোৱাৰোঁ। মই গৰ্ভত স্থান লোৱাৰ মুহূৰ্ততেই নে সেই মুহূৰ্তত যেতিয়া প্ৰথম চকু মেলি মই পৃথিৱী দেখিলোঁ! নাইবা সেই মুহূৰ্তত নেকি যি মুহূৰ্তত মই সময় শব্দটো শিকিলোঁ? কিন্তু…
(আঠ) মাটি একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা আনটো হেঙাৰ দি বেৰি থোৱা আছে। হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি যাব বুলি। কল্পনাই কৰা নাছিল মদেই পুতেকক মাৰিব বুলি। চাওঁতে চাওঁতে পোনা মৰা তিনিমাহেই হ‘ল। এই তিনিমাহত হিমানী…
ভাস্কৰ জ্যোতি নাথ অসমীয়াৰ অস্তমিত সূৰ্য, ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ সূচনা “There are no gods, no nations, no money and no human rights, except in our collective imagination”…
লক্ষী প্ৰসাদ ৰেগন ঘৰ্ষণত ক্ষয় যায় শিলো হাতুৰীৰ কোব নালাগে কথাৰ কোবত চূচুৰ্মৈ হৃদয় যুগ যুগ ধৰি মানুহবোৰ জয়ী হৈ আহিছে হিংসুক জন্তুবোৰ হেনো হাবিত থাকে তল ওপৰ কৰি যুঁজিছে নিজৰ মাজতে নিজে উস্ বৰ গৰম। এতিয়া কবিতাৰো জ্বৰ উঠিছে…
পৰিস্মিতা বৰদলৈ “কাৰাগাৰতনো কিহৰ উৎসৱ-পাৰ্ৱণ!” খীণকৈ কোৱা কথাষাৰ কাণত পৰামাত্ৰেই মানুহজনীয়ে জকজকাই উঠিল, “অত বছৰে থাকি থাকি এয়াই আমাৰ ঘৰ হোৱাদি হৈছে, গতিকে কি বিহু! কি পূজা! উছৱৰ আনন্দ আমি ইয়াতেই ল’ব লাগিব নিজৰ ধৰণেৰেই৷ বেদীত অধিষ্ঠিত কৰা দুৰ্গতিনাশিনীতকৈ…
আকাশ দীপ্ত ঠাকুৰ জুইকুৰা হোলাটোৰ সিপাৰে বেছিকৈ জ্বলিছিল৷ এইপাৰে উমি উমি জ্বলিবলৈ আৰম্ভ কৰা জুইকুৰা হোলাটোৰ সিপাৰলৈ বিয়পি পৰোঁতে বৰ কম সময় লৈছিল৷ দুয়োপাৰৰ দুখন গাঁও ধোঁৱাময় হৈ পৰিছিল৷ জুই জ্বলিলেতো ধোঁৱা ওলাবই– সেয়া সাধাৰণ কথা৷ ক’ৰবাত…
প্ৰশান্ত মিশ্ৰ মানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ’ব। কাৰ বাবে আকাশ মুকলি আছিল আছিল মেঘৰ দ্যুতি পথাৰৰ পৰা ঘূৰি অহাৰ পথত আঁহত গছৰ ছাঁ; নৈৰ চেঁচা পৰশ হাবিয়নিৰ এন্ধাৰৰ ভীতি পাহাৰৰ স্থিতপ্ৰজ্ঞ চাৱনি তধা লাগি চাইছিল ডোঙাত ভাহি যোৱা মাছবোৰে…
ড০ স্বাতী কিৰণ কিছুমান মানুহে পোহৰ আৰু কোমলতা কঢ়িয়াই ফুৰে।মোৰ বাবে অনুভৱ তুলসীও তেনে এক সত্তা।তেখেতক গুৱাহাটী গ্ৰন্থমেলাত লগ পালেই মনটো এনেয়ে ভাল লাগি গৈছিল, এই মুগ্ধতাক ভাষাৰে বুজাব নোৱাৰি, যদিও কবি হিচাপে অনুভৱ তুলসী নামটো কৈশোৰৰ পৰা পৰিচিত কিন্তু…
নৱনীতা ভট্টাচাৰ্য্য (৩) বকাসুৰ বধ আবেলি হৈ অহাৰ লগে লগে বনীয়ে মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে অন্য এটা সাধু ক’বলৈ অনুৰোধ কৰিলে৷ বনীৰ অনুৰোধ ৰক্ষা কৰি মাকে কলে- আজি মই তোমাক বক ৰাক্ষস নিধনৰ কাহিনীটো কওঁ শুনা- ঘটোৎকচৰ জন্মৰ…
পঙ্কজ প্ৰতিম বৰদলৈ ৰাজস্থানৰ দাদু দয়াল (১৫৪৪–১৬০৩) আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আছিল মধ্যযুগীয় ভাৰতৰ দুজন প্ৰভাৱশালী আধ্যাত্মিক সংস্কাৰক৷ যদিও তেওঁলোকৰ ৰচনাসমূহ ভিন্ন ভৌগোলিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা নিসৰিত হৈছে, তথাপি তেওঁলোকৰ ৰচনাসমূহে একশ্বৰবাদী, নৈতিকভাৱে পৰিচালিত আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ…