শিল্পকলা : ব্যৱহাৰিক দিশ আৰু ৰুচিবোধৰ বিৱৰ্তন
দেৱকৃষ্ণ বৰুৱা হাজাৰ হাজাৰ বছৰ ধৰি শিল্পকলাই মানুহক মুগ্ধ কৰি অহাৰ লগতে মানুহক সৌন্দৰ্যপ্ৰিয় প্ৰাণী হিচাপে, চিন্তাশীল, আৱেগ-অনুভূতিশীল প্ৰাণী হিচাপে বা মানুহ আন প্ৰাণীতকৈ পৃথক প্ৰাণী হিচাপে প্ৰতিষ্ঠা কৰি আহিছে৷ মানুহবিশেষে নন্দনতাত্ত্বিক বোধৰ ক্ষেত্ৰত ভেদ থাকিব পাৰে;…