কবিতা, কবিতাৰ ভাষা, আংগিক আৰু অন্যান্য
ডo জ্যোতিৰেখা হাজৰিকা বাস্তৱিক জগতত মানৱ মাত্ৰেই চকুৰে দেখা, কাণেৰে শুনা সকলো কথাই অনুভৱ আৰু উপলব্ধিৰ মাজেৰে বাংময় ৰূপ লাভ কৰে৷ অভিজ্ঞতা হ’ল কবিতাৰ কঠীয়াতলী৷ ভাবনাৰ শইচ উত্তম হ’লে কবিতাও শব্দৰ প্রকাশিকা শক্তিৰ মাধ্যমেদি হৈ পৰে বহুজনৰ বাবে সুখপাঠ্য,…