Tag শিক্ষা

পকচ’, ২০১২

অৰূপ কুমাৰ ফুকন ৰাতিপুৱাই প্ৰবীণ বৰুৱাই শুই উঠিয়েই মুখখন ধুই বাৰীত নতুনকৈ সিঁচা লাই, ধনি‍য়াগুটিকেইটাৰ পৰা গজালি ওলাইছেনে নাই চাই আহি, নিজেই বাকি লোৱা ৰঙা চাহকাপ লৈ বাৰান্দাত থোৱা চকীখনত বহি হ’কাৰে দি থৈ যোৱা দৈনিক বাতৰি কাকতখনত চকু ফুৰাই আছিল। পুৱা…

মেডিকেল ক্লাউনিং, পৱিত্ৰ ৰাভা আৰু কিছু অনুভৱ

অনুভৱ মহন্ত নমস্কাৰ৷ মোৰ নাম অনুভৱ মহন্ত৷ বয়স ৩৪ বছৰ৷ ২১ বছৰ বয়সত মই এটা ভয়ানক ৰেল দুঘৰ্টনাত শাৰীৰিকভাৱে আহত হৈছিলোঁ৷ সেই দুঘৰ্টনাত মোৰ ৰাজহাড় আঘাতপ্ৰাপ্ত হোৱাৰ লগতে সোঁহাতখনৰ কিলাকুটিটো প্ৰায় গুৰি হৈ গৈছিল৷ চাৰিদিন গুৱাহাটীৰ জি. এন. আৰ. চি.…

মৌন সময় অৱৰুদ্ধ মন

অংগনা ভট্টাচাৰ্য্য ছাঁ-পোহৰৰ সমান ভিৰ লগা অংশটোত মই থিয় হ’লোঁ৷ ইয়াৰ পৰা পোহৰত উজলি থকা মুখকেইখন ভালকৈয়ে দেখা পায়৷ মই সেইফালে চালোঁ৷ কিন্তু কথন আৰু পৰ্যালোচনাৰ সেই ক্ষুদ্ৰ বৃত্তটোত সোমাব নুখুজিলোঁ৷ মই মুখখন ঘূৰাই দিলোঁ৷ ইটো ফালে ঘনঘোৰ আন্ধাৰ৷ চকুৰে…

শিক্ষাৰ ঊৰ্ধ্বত জ্ঞানৰ পৰিধি

কৰৱী বৰ্মন কলিতা ‘‘Education is not an end in itself, but is only a means of acquiring knowledge.’’ হয়, শিক্ষাৰ কোনো লক্ষ্যস্থান নাই। শিক্ষা হৈছে জ্ঞান, এক উপায়–অৱলম্বন মাত্ৰ৷  শিক্ষা হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু আত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰক্ৰিয়া৷ …

অকণমান চিন্তা-চৰ্চা

মালবিকা শৰ্মা মাজতে ৱাটছএপত সুধা মূৰ্তিৰ এটা লে‍খা পঢ়িছিলোঁ— Attachment in Detachment (বিচ্ছিন্নতাৰ মাজত যোগসূত্ৰ)৷ লে‍খাটোৱে মন চুই গৈছিল৷ একেবাৰে সঁচা কথা৷ আগৰ দিনত মানুহবোৰে একেলগে থাকি ভাল পাইছিল। বেলেগকৈ থাকিবলগীয়া যাতে নহয়, সেয়ে ঘৰৰ ওচৰে-পাঁজৰে থকা কামবোৰ কৰিয়েই জীৱন…

পাব্‌জি খেলা ল’ৰাটো

সিদ্ধাৰ্থ গোস্বামী নিশা প্ৰায় দহ বজাত চুবুৰিটোৰ এঘৰৰ পৰা ল’ৰা এটা হেৰাইছিল। স্বাভাৱিক কথা— সেই কাৰণেই  হুৱা-দুৱা লাগিছিল ঘৰখনত,  চুবুৰিটোত। ঘৰত অবাইচ মাত মতা এটা ল’ৰা, পাব্‌জি খেলিবলৈ শিকা এটা ল’ৰা, পঢ়া-শুনাত মন–কাণ নিদিয়া ল’ৰা আদি আটাইবোৰ কথা তেতিয়া তল পৰিছিল। মাথোন এই…

ভালহালা

অব্যক্ত নিৰ্বাণ ৰাজখোৱা   অংকন: বৰ্ণিল মহন্ত (ইটালিত তেতিয়া ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাস আৰম্ভ হৈছে। গোজ আৰু তেওঁৰ বন্ধুও সেই মহামাৰীত ঢুকাল। দুয়ো আছিল যুৱ বিজ্ঞানী। গোজৰ বন্ধুৰ ডায়েৰীখন পোৱা গ’ল।)  ১৪/০৩/২০২০ ‘যোৱাঁ নে?’ ‘কৰিবনো কি, যাবতো লাগিবই। হয় বাহিৰত গুলী…

অ-ফলাৰ পদ্য

গীতাঞ্জলি বৰকটকী  ভাগৱতী অ-ই ক’লে অসমৰ অকণ-অকণি আমিআ-ই বোলে ফাকুৱাত আবিৰ লওঁ সানি।ই-এ সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজেঈ-এ বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে?উ-এ সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱাঊ-এ ক’লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।ঋ-এ বোলে ঋষি থাকে আশ্ৰমত…

বানানৰ পদ্য

(কিশোৰৰ কবিতা) সংকল্পজিৎ শইকীয়া       (১) অকণ ভায়েক মদনৰপঢ়াত বৰ চোকা,সি প্ৰায়েই খায় ব্ৰাহ্মী,লাই, লফা, পালেং, চুকা।        (২) অকণে এটা সপোন দেখিলেবিছনাত পৰি পৰি,সপোনত দেখিলে সিএজনী ধুনীয়া পৰী।        (৩) ককায়েকে ৰাখীক পঢ়াইছিলমহানগৰত ৰাখি,ৰাখী…

জ্যামিতি‍

দৰ্পনা শইকীয়া যোগ আৰু বিয়োগৰ পৃথিৱীত নৈৰাশ্যৰ জুই একুৰা সন্মুখত লৈ বহি আছোঁ মই।  মই এটি সাধুকথা। উপমান নে উপমেয় নে ভ্ৰান্তিমান? ওঁহো… এটাও নহয় মই। মই জীৱনৰ কথকতা। প্ৰত্যেকৰে অৱচেতন মনৰ কুঠৰীত মই থাকোঁ। কোনো পথভ্ৰষ্ট পথিকে জীৱনৰ সূৰ্যাস্ত বেলিকা মোক বিচাৰি চলাথ…