অকণিৰ চিত্ৰাৱলী
অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয় ৰূপাংকনা কল্যাণী প্ৰথম শ্ৰেণী মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়
অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয় ৰূপাংকনা কল্যাণী প্ৰথম শ্ৰেণী মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী অংকন: সমৃদ্ধ ৰাগ শইকীয়া প্ৰাক-প্ৰথমিক শ্ৰেণী প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়
স্মৃতিৰেখা দেৱী (যোৱা সংখ্যাৰ পিছৰ অংশ) সভাখন চিনাকিপৰ্বতে সমাপ্ত হ’ল। বেলিও ইতিমধ্যে লহিয়ালে। অতিথি দুজনক মহামন্ত্ৰী বৃকোদৰ আৰু বগলী পণ্ডিতে তেওঁলোকৰ বাবে যতনাই থোৱা ঠাইলৈ বিশ্ৰামৰ বাবে আগ বঢ়াই নিলে। বাকী ৰাইজো ঘৰাঘৰি গ’লগৈ। ৰাতিলৈ মহাৰাজৰ বাসস্থানত মহামন্ত্ৰী বৃকোদৰ, সেনাপতি…
অসমীয়া সাহিত্যৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিল কাৰ্যতঃ অনুবাদৰ যোগেদি। প্ৰথমখন বিশুদ্ধ অসমীয়া ভাষাৰ পুথি হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ বা ‘প্ৰহ্ৰাদ চৰিত’ আছিল অনুবাদমূলক। আক্ষৰিক অনুবাদ নহ’লেও পুৰাণৰ কাহিনী এটাক নিজৰ ভাষাৰে লিখিবলৈ কৰা যত্নৰ ফলতে সেই পুথিখনৰ সৃষ্টি। তাৰ পাছতো মাধৱ কন্দলিৰ…
ৰিপুঞ্জয় বৰদলৈ — “ছাৰ, আপুনি যে ক’লে বিশ্বব্ৰহ্মাণ্ডখনত অনন্ত কোটি তাৰকাৰাজ্য আছে… আৰু নিতৌ তাৰকাৰাজ্যৰ গঠন আৰু মৃত্যু ঘটি আছে বুলি?” — “হয়, তুমি ঠিক কৈছা অসীম। আজিৰ তাৰিখত বিশ্বব্ৰহ্মাণ্ডত কিমানখন সৌৰজগত আছে, তাক কোৱাও অসম্ভৱ যেন কথা। কাৰণ আমাৰ…
এটা ভাষা-পৰম্পৰাৰ সমাজ এখন বৌদ্ধিকভাৱে কিমান আগবঢ়া, সেয়া নিশ্চিতভাৱে সেই ভাষাটোত মানুহৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞান-বিজ্ঞানৰ কিমান টোকা লিপিবদ্ধ হৈছে সেইটোৱেই নিৰ্ণয় কৰে। যিসকল লোকৰ চিন্তাৰে জগতখন আগ বাঢ়িছে সেইসকল চিন্তানায়কক লগ পোৱাৰ, তেওঁলোকৰ চিন্তাৰ সৈতে পৰিচিত হোৱাৰ, সময়ৰ…
নিবিড় অনুৰাগ মানস চিত্ৰশিল্পী কল্যাণ ৰাভা কল্যাণ ৰাভা বৰ্তমান সময়ত চিত্ৰশিল্পৰ লগত ওতপ্ৰোতভাৱে জড়িত এজন চিত্ৰশিল্পী হ’ল কল্যাণ ৰাভা। ওদালগুৰি জিলাৰ ঘোগাপাৰাৰ, ভেৰগাঁৱত জন্ম লাভ কৰা কল্যাণৰ ছবিসমূহৰ মূল বিষয়বস্তু হ’ল সমাজৰ খাটি খোৱা মানুহৰ জীৱন সংগ্ৰাম। কল্যাণ ৰাভাৰ চিত্ৰকৰ্ম…
সত্যেন্দ্ৰ বৰদলৈ নাহৰআটি থান মানুহ ভ্ৰমণবিলাসী। সেয়ে সুন্দৰ ঠাই, প্ৰাকৃতিক দৃশ্য, ধৰ্মানুষ্ঠান আদি দৰ্শন কৰি বা তেনে ঠাইত ভ্ৰমণ কৰি মানুহে বিমল আনন্দ লাভ কৰে। মানুহৰ বাবে এইটো এটা আদিম আৰু সহজাত প্ৰবৃত্তি। এই সহজাত প্ৰৱণতাৰ বাবেই আদিম কালৰে পৰা…
পাৰভীন চুলতানা মহামাৰি বুলিলে এতিয়া ক’ৰ’না মহামাৰিৰ ভয়াৱহতা সকলোৰে চকুৰ আগত ভাহি উঠে; কিন্তু তাতোকৈ ভয়াৱহ মহামাৰি আমাৰ অলক্ষিতে থাকি গৈছিল আৰু সেয়া হৈছে মানসিক অসুস্থতাৰ মহামাৰি। যি ক’ৰ’না মহামাৰিতকৈ ভয়াৱহ। সৌ সিদিনা বলিউডৰ জনপ্ৰিয় নায়ক তথা শিক্ষাৰ ক্ষেত্ৰত তীব্ৰ…
সাক্ষাৎ গ্ৰহণ কৰোঁতা: পৰাগজ্যোতি মহন্ত দেৱব্ৰত মহন্ত প্ৰশ্ন: আপুনি ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰবক্তা, কবি, লগতে এগৰাকী চিত্ৰশিল্পীও৷ এই তিনিওটা দিশতে একাত্ম হৈ আপুনি আপোনাৰ জীৱনটো আগুৱাই লৈ গৈছে৷ এই ক্ষেত্ৰত কেনে অনুভৱে আপোনাৰ সত্তাত জোকাৰণি তোলে? উত্তৰ: হয়, তোমাৰ দৰে আন…
ড° বুলজিৎ বুঢ়াগোহাঁই ‘ফৰেনছিক ছায়েন্স’–ত বৈজ্ঞানীক সূত্রবোৰ প্রয়োগ কৰি কোনো এক অপৰাধ অনুসন্ধান কৰে। ‘ফৰেনছিক ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘ফৰেনছিক ছায়েন্স’–ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ‘ফৰেনছিক ছায়েন্স’–ত…