Tag শিক্ষা

সকলো একেই আছে…

ডাঃ অগস্ত্য বৰুৱা বাটবোৰ বাটেই হৈ থাকে দুবৰিখিনিহে সলনি হয় সলনি হয় আহ-যাহ কৰা মনবোৰ একেই থাকে বাটৰ তলৰ মাটি চহৰখন সলনি হয় সলনি নহয় তাৰ ইতিহাস, স্মৃতি পঢ়ি অহা স্কুলৰ কোঠা সলনি হয় সলনি হয় ছাত্ৰ নতুনকৈ মকৰল হয়…

বচা বকুল

 ৰমানন্দন বৰা আঠাইছ   নতুন চাপৰিত জুই লগা ৰহস্যটো তেনেকৈয়ে থাকিল৷ কোনে এই দুষ্কাৰ্য কৰিলে, সেই বিষয়ে নানা ঋষি নানা মত৷ কাৰোবাৰ মতে, বকুল চাপৰিৰ মোলোকাহঁতৰ কাম, কাৰোবাৰ মতে বছা গাঁৱৰ বিপিনহঁতৰ কাম৷ এটা একেবাৰে আচৰিত যেন লাগিলেও, একেবাৰে পেলাই দিব নোৱাৰা মত হ’ল টেপুৰ…

চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

নিজৰা ৰাজকুমাৰী …One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য বেছিকৈ খাবলৈ পাব। এনিৰ এই সিদ্ধান্তত অসহায়…

‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান – ২০২২’ প্ৰদান অনুষ্ঠান

মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ ‘আজিৰ তাৰিখত অসমত শিল্পচৰ্চা’ শীৰ্ষক ‘অন্যযুগ বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰে৷…

উত্তৰণ

 পাপৰি গোস্বামী অঞ্চলটো গাওঁৰ পৰা চহৰলৈ  পৰিণত হোৱা বেছিদিন হোৱা নাই।  ইমান দিনে পঞ্চায়তৰ মেম্বাৰ, কাউন্সিলৰৰ বাবে  ভোট দি অহা ৰাইজে এইবাৰ  পৌৰসভাৰ বাবে ভোটদান কৰিছে। চহৰ হৈছে যদিও অঞ্চলটোৰ পৰা গাওঁ গাওঁ ভাবটো যোৱাই নাই।  অন্ততঃ নিৰ্মল মাষ্টৰে তেনেকৈয়ে…

জীৱন সংগী

 অনামিকা বৰা   এটা অপ্ৰত্যাশিত ফ্ৰেণ্ড ৰেকুৱেষ্ট! একাধিকবাৰ ন’টিফিকেশ্বন৷ মাণ্ডৱী মধুকল্য৷ শ্লিভলেছ্‌ ব্লাউজ, অগ্নিপথৰ প্ৰিয়ংকা চোপ্ৰাৰ নিম্ন মধ্যবিত্ত স্বনিৰ্ভৰশীলতা, কিছু প্ৰগলভ্‌ কৰি তোলা ধৰণৰ বুকুৰ ঠেক উপত্যকা, ঠিক এটা গিৰিপথৰ দৰে নক্সাৰে বৈ অহা চিলচিলিয়া পানীৰ দৰে চিফনৰ এটুকুৰ চাদৰ,…

উচ্চশিক্ষানুষ্ঠানৰ মূল্যায়ন

 ড০ প্ৰাঞ্জল বেজবৰা   ভাৰতবৰ্ষৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখত সততে আলোচিত এটা বিষয় হৈছে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ গুণমান। বিশ্বৰ প্ৰেক্ষাপটত আমাৰ শিক্ষানুষ্ঠানসমূহৰ মান নিম্ন পৰ্যায়ৰ বুলি সমালোচিত হৈ আহিছে। ২০২৩ চনৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ মান পৰ্যালোচনা এটাত দেখা গৈছে যে বিশ্বৰ প্ৰথম ১০০…

প্ৰান্তত

বৰ্ণালী বৰা     এঙাৰ গিলা আকাশখনে কিছুমান কাহিনী পুহি ৰাখে জুই ভালপোৱা মানুহবোৰে কাহিনীৰ আঁত বিচাৰি ফুৰোঁতে নিজেই একোটা কাহিনীৰ জুমুঠি হৈ পৰে   কাহিনীবোৰ বতাহত উৰে কাহিনীবোৰ চোলাৰ জেপত নাচে   আঙুলিৰ মূৰত নিমখৰ দাম গণি সেয়া কোন…

উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু প্ৰস্তুতি

 ড° বুলজিৎ  বুঢ়াগোহাঁই   উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষা হ’ল – সাধাৰণ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (Common University Entrance Test, CUET; ); বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-নেট (University Grants Commission, UGC-NET ; ); বৈজ্ঞানিক আৰু…

বুৰঞ্জী, ভাষা-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰা ৰক্ষাত মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা

 পদ্মজা বৰুৱা মহন   প্ৰতিটো জাতি-জনগোষ্ঠীৰে একোটিকৈ স্বকীয় বৈশিষ্ট্য আছে৷ জাতিটোৰ বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদিয়ে সেই বৈশিষ্ট্য নিৰূপণ কৰাত সহায় কৰে৷  ইতিমধ্যেই বিশ্বৰ বুকুত গৌৰৱময় আসন অধিকাৰ কৰি নিজৰ মহত্ব আৰু স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জাতি-জনগোষ্ঠী সমূহলৈ লক্ষ্য কৰিলে…