বেং-বেলেষ্টৰ
অমৃত গোস্বামী বেং-বেলেষ্টৰ– এটা নাম,এজন মানুহৰ নাম। এখন উপন্যাসৰ এটা চৰিত্ৰৰ নাম। বেং-বেলেষ্টৰ স্বনামধন্য উপন্যাসিক দেবেন্দ্ৰনাথ আচাৰ্যদেৱৰ ‘অন্য যুগ অন্য পুৰুষ’ নামৰ উপন্যাস খনৰ এটা চৰিত্ৰ। লেখকে এই অদ্ভুত চৰিত্ৰটোৰ যোগেদি কাহিনীকথন কৰোৱাই উপন্যাসখন আগবঢ়াই নিছে। এই উপন্যাসখন মোৰ আগতে পঢ়া ন’হল, এতিয়াহে…