Tag শিক্ষা

মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ  ‘মহুৱা’ কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰা মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা  অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই…

সুৰুয সূৰ্য হ’ল

 চন্দ্ৰাৱলী বৰঠাকুৰ   এইবছৰ জুন মাহত লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ ফল ঘোষিত হল। বিগত বছৰৰ দৰে এইবছৰো প্রথম চাৰিটা স্থান মহিলাই লাভ কৰিবলৈ সক্ষম হৈ, মহিলাৰ অৱস্থান উন্নত কৰিছে। সৰ্বভাৰতীয় পৰীক্ষাত অসমৰো মান ময়ূৰ হাজৰিকাই ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু…

সুকৃতি বৰুৱাৰ সান্নিধ্যত

 অসীম তালুকদাৰ   চেলিব্ৰিটিবোৰ যেনে– খেল জগতৰ তাৰকা, চিনেমাৰ অভিনেতা-অভিনেত্ৰী, শিক্ষা তথা অন্যান্য দিশতো শীৰ্ষত আৰোহণ কৰা ব্যক্তিসকলৰ প্ৰতি সাধাৰণ মানুহৰ কিবা এক অনামী আকৰ্ষণ জাগি উঠে ৷ আমাৰ দৰেই তেজ-মঙহৰ মানুহ বুলি জানিও তেনে ব্যক্তিসকলে দৈনন্দিন জীৱনত কি কৰে,…

শ্ৰী ৰঘুপতি (২০২৩) : অসমীয়া চলচ্চিত্ৰৰ ভাগ্যোদয়

 প্ৰণৱ মেধী   শৈলেন কুমাৰ শৰ্মা প্ৰযোজিত, ৰবি শৰ্মাৰ কাহিনী আৰু সংলাপ, সুব্ৰত কাকতিৰ  চিত্ৰনাট্য, পৰিচালনা, সম্পাদনাৰ অসমীয়া চলচ্চিত্ৰ শ্ৰী ৰঘুপতি  অসমীয়া মনোৰঞ্জনধৰ্মী  চলচ্চিত্ৰ জগতত এক উল্লেখযোগ্য সংযোজন৷ চিনেমেটিক ট্ৰিটমেন্টৰ সঠিক প্ৰয়োগৰ সিংহভাগ স্পষ্টতা থকা চলচ্চিত্ৰখনৰ কাৰিকৰী কৌশলৰ প্ৰয়োগ বেহিচাপী,…

চন্দ্রমুখীৰ পাছত এইবাৰ সূর্যমুখী!

 অভিজিত শর্মা বৰুৱা  ২০২৩ চনৰ ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organisation, চমুকৈ ‘ইছৰো’) চন্দ্রাভিমুখী যান চন্দ্রযান-৩-ৰ অভিযান আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰ’ৰ উৎক্ষেপণ কেন্দ্রৰ পৰা ‘জি…

বুৰঞ্জীত জন্মা বেলি

 নিজৰা ৰাজকুমাৰী    –       ১৯৯০ চনত কলিয়াবৰ মহকুমাত হোৱা বৰষুণৰ পৰিমাণ আছিল ১৯৭৩.৬ মিলিমিটাৰ, ১৯৯১-ত ২১১৫.৩ ৷ ১৯৯২-ত কিন্তু আগৰ দুবছৰতকৈ বৰষুণৰ পৰিমাণ বহুত কম৷  –       এই উঁৱলি যোৱা কাগজ-পত্ৰসোপা খুটিয়াই খুটিয়াই তই ক’ব খুজিছ যে, মোৰ জন্মৰ বছৰটো তহঁতৰ কলিয়াবৰৰ বাবে…

তৰ্জনী

লোপামুদ্ৰা ভট্টাচাৰ্য (১)     বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷ “ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷  পেট্ৰ’ল ডিজেলত পুনৰ আৰোপ হ’ব ‘ভেট’৷ ” মোৰ চেলাউৰি কোঁচ খাই আহিল৷ বুলেট ট্ৰেইনৰ দৰে বস্তুৰ দাম বাঢ়ি অহাৰ বাতৰিবোৰ পঢ়িলে মোৰ গাটো পুৰি…

ভূমিকন্যা

নীলোৎপল বৰুৱা শেহতীয়াকৈ  দ্বিতীয় বাৰৰ বাবে মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘ভূমিকন্যা’ নামৰ নাটকখনৰ দৰ্শক হোৱাৰ সৌভাগ্য হ’ল। প্ৰায় নব্বৈ মিনিট দৈৰ্ঘ্যৰ আৰু দহগৰাকী অভিনেত্ৰীৰ (পুৰুষ চৰিত্ৰ নাই) নাটকখন পূৰ্বতে আমি এবাৰ অন্য স্পে’চত চাইছিলোঁ। অৱশ্যে সেয়া প্ৰচেনিয়াম নাছিল। সেয়ে অন্য-স্থানিক পুণ‍ঃমঞ্চায়নৰ…

ভক্তি, ভক্তিবাদ আৰু অসমৰ ভক্তি ধৰ্ম সম্পৰ্কীয় এখন উপাদেয় গ্ৰন্থ

 ড০ পোনা মহন্ত   পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত যি ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল তাৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী৷ আন্দোলনটো আৰু ইয়াৰ প্ৰধান গুৰিধৰোঁতাজনকে ধৰি অন্যান্যসকলৰ বিষয়েও যথেষ্ট আলাপ-আলোচনা, চৰ্চা-গৱেষণা হৈছে যদিও বিষয়টোৰ ব্যাপকতা আৰু গভীৰতালৈ…

ফেশ্বন ডিজাইনিং

ড° বুলজিৎ বুঢ়াগোহাঁই         ফেশ্বন ডিজাইনাৰ যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ কেৰিয়াৰ হ’ব পাৰে৷ যুৱক-যুৱতীসকলৰ সাজ-পোছাকৰ নিজস্ব সৃষ্টিশীল শৈলী আছে আৰু আনৰ দ্বাৰা নিৰ্ধাৰিত ট্ৰেণ্ড অনুসৰণ নকৰি এটা ট্ৰেণ্ড স্থাপন কৰাত বিশ্বাস কৰে৷ ফেশ্বন ডিজাইনৰ কেৰিয়াৰত কেৱল গ্লেমাৰাছ মানুহক লগ…