কলা কি?
লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৮) গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই ব্যাখ্যা কৰা, আৰু ম্লান ৰূপৰেখাৰে জনতাই মানি লোৱা কলাৰ তত্ত্ব আন একো নহয়, ই হৈছে সেইটোক ভাল বুলি…
লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৮) গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই ব্যাখ্যা কৰা, আৰু ম্লান ৰূপৰেখাৰে জনতাই মানি লোৱা কলাৰ তত্ত্ব আন একো নহয়, ই হৈছে সেইটোক ভাল বুলি…
ড° বুলজিৎ বুঢ়াগোহাঁই দুৰ্যোগ ব্যৱস্থাপনা বা ডিজেষ্টাৰ মেনেজমেণ্ট(Disaster Management)ত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জীৱন, সম্পত্তি আৰু ভয়াৱহ ক্ষতিৰ পৰা গুৰুত্বপূৰ্ণ সম্পদ সুৰক্ষিত কৰাৰ লক্ষ্যৰে সংগঠিত পৰিকল্পনা আৰু প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে৷ এই ক্ষেত্ৰৰ পেছাদাৰীসকলে দুৰ্যোগ ব্যৱস্থাপনাৰ সকলো পৰ্যায়তে এক…
পৰিস্মিতা বৰদলৈ : ক-ফলাৰ প্ৰথম দহটা বৰ্ণৰে এটা গল্প লিখিব পাৰিবি? : সেইটো আকৌ কেনেকুৱা কথা? : পাৰিবি নে নাই তাকে ক৷ কেনেকুৱা, যেনেকুৱা সেইবোৰ বাদ দে৷ : ৰচোন৷ লিখিম বুলিলেই গল্প লিখিব নোৱাৰি৷ তাতে আকৌ তই নিয়ম বান্ধি…
অমৃত গোস্বামী সিদিনা আৰতিবৌৱে কথা প্ৰসঙ্গত মোক কৈছিল– “তুমি ইটো-সিটো লিখি থাকা কাৰণেহে কৈছোঁ, এবাৰ আমাৰ ৺বীৰেন মিস্ত্ৰীৰ সোঁৱৰণতো কিবা অলপ লিখিবাচোন৷ আমাৰ ঘৰখনৰ লগত বীৰেন মিস্ত্ৰীৰ কি যে এক সুসম্পৰ্ক গঢ়ি উঠিছিল, বিশেষকৈ অজিতৰ লগত৷ অজিতে বীৰেন মিস্ত্ৰীক…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটৰ পট্টনৰ ইতিহাস তুলনামূলকভাৱে নতুন৷ এই তুলনামূলকভাৱে নতুন নগৰখন আৰু ইয়াৰ দাঁতিকাষৰীয়া ঠাইবোৰত কম সময়ৰ ভিতৰতে ইতিহাস চর্চাৰ এক পৰিৱেশ গঢ় লৈ উঠিছিল ৷ অথচ সাহিত্য সৃষ্টিৰ বাবে এক বিকশিত অধিক উৎপাদনশীল…
ড০ প্ৰিয়দেৱ গোস্বামী বৰ্তমান সময়ত আমি প্ৰতি নিয়ত অনেক খবৰ লাভ কৰি থাকোঁ৷ এনে খবৰবোৰ আমাক যোগান ধৰে বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমে৷ ইয়াৰ উপৰি প্ৰকৃতিয়েও আমাক বহু খবৰ দিয়ে৷ এই খবৰবোৰৰ আধাৰ হ’ল তথ্য৷ বিভিন্ন বিষয়ৰ বিষয়ে আমি…
ৰত্না ভৰালী তালুকদাৰ (তৰুণ গল্পকাৰ জুৰি বৰুৱাৰ হাতত) লানি নিছিগা সপোন আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া সপোনতে ধুনীয়াকৈ পিনি-পে’কক পিন্ধি লংবুই পৰ্বতৰ ওপৰেদি তেওঁৰ দেহলাওটো সৰগলৈ লৈ যাবলৈ বুঢ়ীমাই আহিল, তেতিয়া দুৱাৰ-বাগৰি লংৰি নামৰ কাৰ্বি গোষ্ঠীয়ে বাস…
স্মৃতিৰেখা দেৱী সেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব কম সময়তে ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ ঢকুৱাৰ দৰে তাতকৈও ডাঙৰ ডাঙৰ বস্তু কিছুমানৰ সহায়ত অচিন গ্ৰহৰ অতিথিকেইজনে মানুহ থকা ঘৰৰ নিচিনা ঘৰ কিছুমান সাজি উলিয়ালে৷ সেই ঘৰবোৰৰ ভিতৰলৈ…
বাসুদেব দাস ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা সাহিত্যত বঙ্কিমচন্দ্র চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়াত তেওঁলোকৰ আর্হিৰে ইতিহাসৰ পটভূমিত উপন্যাস ৰচনাৰ প্রথম পথ দেখুৱাইছিল পদ্মনাথ গোহাঞিবৰুৱাই। গোহাঞিবৰুৱাৰ দুয়োখন উপন্যাসেই অসম বুৰঞ্জীৰ দুটা প্রসিদ্ধ ঘটনাৰ পটভূমিত ৰচিত।‘ভানুমতী’ৰ পটভূমি…
মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন’বেল বঁটা ১৯৮২ চন অনুবাদ : ড° ৰঞ্জিত দত্ত অলপ সময়ৰ বাবে ভগৱানে যদি পাহৰি যায় মই এটা জীৰ্ণ পুতলা বুলি আৰু যদি মোক দিয়ে এটি ভগ্নাসুৰ জীৱন তেতিয়া হয়তো মই…