Tag সংস্কৃতি

ষ্টিভেন ৱেইনবাৰ্গৰ সোঁৱৰণত

পৰমানন্দ মহন্ত ষ্টিভেন ৱেইনবাৰ্গ মানুহজনক লগ পাইছিলোঁ – অ’ নহয়, দেখিছিলোঁ ১৯৬৭ চনতে৷ তেখেত আহিছিল আমাৰ বিভাগৰ আলহী হৈ৷ বোধকৰোঁ দুসপ্তাহমান আছিলহি৷ পাছত গম পাইছিলোঁ, কিমান গুৰুত্বপূৰ্ণ আছিল সেই সময়খিনি, তেওঁৰ কাৰণেও আৰু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক, মোৰ শিক্ষাগুৰু আব্দুছ…

শাওণৰ শিৱ

গায়ত্ৰী দেৱী বৰঠাকুৰ   তালৱ্য শ শাওণ   তালৱ্য শ শিৱ   শাওনত শিৱ   অতি ব্যস্ত নে ব্যতিব্যস্ত   বাঘৰ ছালখন খুলি থৈ পানী গামোচাখনেৰে  পোন্ধ মাৰে   শহুৰৰ জীয়েকে যতনাই দিয়া লালচাহটোপা গুৰ অকণেৰে খাই শিৱই নাঙল লয়…

প্ৰসংগ : অনুবাদৰ সমস্যা আৰু সম্ভাৱনা

 ড° বিৰিঞ্চি কুমাৰ দাস অনুবাদৰ বিষয়ে কিবা লিখিবলৈ গৈ প্ৰথমেই এটা ঘটনা মোৰ মনলৈ আহিছে। বহু বছৰ আগতে এজন ছাত্ৰই গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেজৰ এটা গল্প অসমীয়ালৈ অনুবাদ কৰি তেওঁ পঢ়া মহাবিদ্যালয়খনৰ আলোচনীত দিলে। দিয়াৰ আগতে মোক তেওঁ অনুবাদ গল্পটো এবাৰ চাবলৈ দিছিল।…

মামণি ৰয়ছম গোস্বামীৰ ‘মেগনলীয়া’-ত নাৰী মনস্তত্ত্বৰ প্ৰতিফলন

  ড০ অৰুণিমা ভট্টাচাৰ্য্য ‘মেগনলীয়া’ মামণি ৰয়ছম গোস্বামীৰ অসংকলিত গল্পৰ সংকলন। সৰ্বমুঠ ২৮ টা গল্প থকা সংকলনটোত তেওঁৰ ১৯৬০–ৰ দশকত বিভিন্ন কাকত, আলোচনীত প্ৰকাশিত চুটিগল্প সমূহক একত্রিত কৰা হৈছে। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ, গুৱাহাটীয়ে প্ৰকাশ কৰা এই সংকলনটো সবিতা…

উত্তৰণৰে জীৱনক মহীয়ান কৰা মানুহৰ কাহিনীৰে উপন্যাস ‘বকুল ফুলৰ দৰে’

গীতিকা শইকীয়া জীৱনৰ উত্তৰণৰ দিশত শিক্ষাৰ ভূমিকা সৰ্বাধিক। হাজাৰ দুৰ্যোগৰ পাছতো আখৰ লিখিবলৈ, পঢ়িবলৈ থকা দুৰ্বাৰ হাবিয়াসৰ ফলতেই নিজৰ জীৱন গঢ়া বহু সফল ব্যক্তিৰ জীৱন-সংগ্ৰামৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। দৰাচলতে শূন্যৰ পৰা আৰম্ভ কৰি জীৱনটোক উত্তৰণৰ বৰ্ণিল শিখাৰে জিলিকাই তুলিব…

আউলী বাউলী এগৰাকী বোৱাৰী, বুঢ়া ডাঙৰীয়া ইত্যাদি (ইটো সিটো বহুতো)

অজন্ত কুমাৰ বৰা প্ৰতিজন মানুহেই জীৱনৰ বিভিন্ন সময়ত বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হয়৷ কিছুমান অভিজ্ঞতা দুখৰ, কিছুমান সুখৰ আৰু কিছুমান অভিজ্ঞতাই চিৰদিনলৈ মানুহৰ জীৱনটোক পোহৰাই ৰাখে৷ আন কিছুমান অভিজ্ঞতাই জীৱনত বৰ বিশেষ প্ৰভাৱ নেপেলায় যদিও সময়ত মনত পৰিলে হাঁহি উঠে, দুখ…

বিজ্ঞানে মৃত্যুক ৰুধিব পাৰিবনে?

 (অন্যযুগ বক্তৃতামালাৰ প্ৰথম বক্তৃতা-২০২১) ড° প্ৰণৱজ্যোতি চেতিয়া নমস্কাৰ৷ সম্প্ৰতি আমি যিখন ভৌতিক জগতত বাস কৰোঁ, এই জগতৰ এটা নিগূঢ় সত্য হ’ল প্ৰাণৱন্ত হৈ থাকিবলৈ হ’লে সমস্যাক পৰাজিত কৰিবই লাগিব৷ সমস্যাই আমাক প্ৰতি মুহূৰ্ততে বাধা দিয়ে, কিন্তু যেতিয়া আমি জ্ঞান, বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি সমস্যাক…

অসমত ৰেচম পৰ্যটন : এক সম্ভাৱনা

ড° মৃদুল চন্দ্ৰ শৰ্মা পৰ্যটন হৈছে মনোৰঞ্জন, অৱসৰ বিনোদন, ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক উদ্দেশ্যৰ বাবে সাধাৰণতে সীমিত সময়ৰ বাবে কৰা ভ্ৰমণ। পৰ্যটন সাধাৰণতে আন্তৰ্জাতিক ভ্ৰমণৰ সৈতে সম্পৰ্কিত যদিও একেখন দেশৰ ভিতৰত আন এখন ঠাইলৈ ভ্ৰমণো ইয়াৰ অন্তৰ্গত। পৰ্যটন বহুতো দেশৰ…

অকণিয়ে অঁকা ছবি

এইবাৰ অকণিয়ে অঁকা ছবিৰ শিতানত এওঁলোকৰ ছবি আগবঢ়াইছোঁ: কুন্দনিভ দত্ত, চতুর্থ শ্ৰেণী, দিল্লী পাব্লিক স্কুল, দুলীয়াজান, ৰূপাংকনা কল্যাণী বৈশ্য, দ্বিতীয় শ্ৰেণী, মহৰ্ষি বিদ্যা মন্দিৰ, গুৱাহাটী আৰু কৃষ্ণা অংগনা বৈশ্য, ক্লাছ কেজি, ব্ৰইট বিগিনিং স্কুল, গুৱাহাটী৷  অংকন : কুন্দনিভ দত্ত অংকন : কুন্দনিভ দত্ত অংকন : কুন্দনিভ দত্ত অংকন :…

শিল্পকলা

  এইবাৰ শিল্পকলা শিতানত আগবঢ়াইছোঁ আশীৰ্বাদ কাশ্যপৰ কেইখনমান আলোকচিত্ৰ: ‘Enticing‘ ‘Segregated’  ‘Playful’  ‘Careless and Ecstatic’ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT