ৰ’দে-বৰষুণে ইমান যে গান
লোকনাথ গোস্বামী (৪য় অধ্যায়) (১) ডাঙৰ দাদাহঁতে (কাবুলদা, জগতদা) গাঁৱৰপৰা ওলাই আহি টাউনত নিজস্ব স্থিতি একোটা লোৱাৰ লগতে দেউতাকো পাৰিবাৰিক বোজাৰ পৰা কিছু সঁকাহ দিলে ঠিকেই, কিন্তু বাকী আমাৰ আঠোটা সন্তান পঢ়াই-শুনাই ডাঙৰ কৰাৰ দায়িত্ব অকলে ল’ব পৰা…