Anyayug Contributor লোকনাথ গোস্বামী

ৰ’দে-বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী (মন দাপোনত – ৯)                                                    (১)   গাঁৱৰ ঘটনা কৈ অন্ত কৰিব নোৱাৰি৷ বহাগ বিহু আহিলেই হুচৰি গোৱাৰ ধুম উঠে, জাকে জাকে হুচৰিৰ দল ওলায় গাঁৱত৷ প্ৰায়বিলাক হুচৰি দল প্ৰথমে আমাৰ ঘৰলৈ বুলি আহে৷ আহি সত্ৰত মূৰ…

ৰ’দে বৰষুণে ইমান যে গান -১৪

 লোকনাথ গোস্বামী (১)  গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ  প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (১৩) (মন দাপোণত-৭) (১) কলেজত সেইবাৰ এবছৰীয়া প্ৰাক-বিশ্ববিদ্যালয়ৰ দেওনা যেনিবা কোনোমতে পাৰ হ’লো৷ ভবামতে ফলাফল নহ’ল৷ এবছৰত হয়তো ছমাহমানহে ক্লাছ হ’ল৷ ক’বলৈ গ’লে পাত্তাই নাপালোঁ কেনি কেনেকৈ বছৰটো পাৰ হৈ গ’ল৷ বৰ খং উঠিল আমাৰ হাইস্কুলীয়া শিক্ষা পদ্ধতিটোৰ…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী   (১)  মই বেছেৰীয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছিলোঁ ১৯৬৯ চনত ৷ তেতিয়া দ বেছেৰীয়া গাঁৱৰ পৰা চাইকেল মাৰি গৈছিলোঁ পৰীক্ষা দিবলৈ৷ পৰীক্ষাকেন্দ্ৰ আছিল তেজপুৰ টাউনৰ মজলীয়া স্কুলত, চৰকাৰী হাইস্কুলৰ সমুখতে ৷ পুৱাই এমুঠি খাই লগৰ সমনীয়াৰ সৈতে…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী      বৰগীত শিকাহে হ’ল, পিছে গোৱা নহ’ল :  ২৭ (১৯৬৮) জানুৱাৰিৰ পৰা পুৱাই পুৱাই বেলি নৌ ওলাওঁতেই শোৱাৰ পৰা উঠি চাইকেল মাৰি দ বেছেৰীয়া গাঁৱৰ পৰা প্ৰায় ৭-৮ মাইল গৈ মাজগাঁৱৰ চিপহা সত্ৰৰ হৰেন মহন্তৰ ঘৰ পাওঁগৈ৷…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (১)  চীন-ভাৰতৰ যুদ্ধৰ যেনিবা অৱসান ঘটিল৷ আকৌ পৰিস্থিতি স্বাভাৱিক হ’ল৷ চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চমলৈ প্ৰথম হৈ উত্তীৰ্ণ হ’লো৷ তেনেকৈয়ে স্কুলীয়া দিনবিলাক সুন্দৰকৈ অতিবাহিত হৈ থাকিল৷ স্কুলত পঢ়ি থকা সময়ছোৱাত পঢ়া-শুনাৰ লগতে গান-বাজনাতো মই সমানে পাৰদৰ্শী আছিলোঁ বুলি সকলোৱে…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী -৮ – (১) দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ, জাহাজত উঠি  পাৰ হবলৈ হেতা-ওপৰা লগাইছে৷ মানুহৰ ভিৰ থেলি সৰু দাদাই আমাক টিকট কাউণ্টাৰৰ ওচৰলৈ লৈ গ’ল৷ …

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী ( ৭)                                                             (১)  প্ৰাইমাৰী পৰ্যায়টো ভালে ভালেই পাৰ কৰিলোঁ৷ এতিয়া আহিল  হাইস্কুলৰ পৰ্যায়৷ দেউতাই নিজেই নাম ভৰ্তিৰ কাৰণে বেছেৰীয়া হাইস্কুললৈ এদিন মোক লৈ গ’ল৷ হেডমাষ্টৰ মহোৰাম বৰাই দেউতা গৈ পোৱাৰ পিছতে…

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী                          (৬)     মোৰ প্ৰথম স্কুল যাত্ৰা :               দেউতাই আঠোটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছিল…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (৩)  সত্ৰ, গাঁও, গাঁৱৰ সহজ-সৰল মানুহখিনি, চৌপাশৰ প্ৰাকৃতিক বৈভৱ, পুৱা-গধূলি সত্ৰত শিচ-ভকতৰ সমাৱেশ, শৰণ-ভজন, আমাৰ ঘৰখনৰ প্ৰতি সেইসকলৰ অকৃত্ৰিম শ্ৰদ্ধা-ভক্তি, গাঁৱৰ খেতি-বাতি কৰা মানুহখিনিৰ আমাৰ ঘৰখনৰ প্ৰতি থকা সৎভাৱ-সহযোগিতা আদিৰ মাজেদি এটা সময়লৈ ঘৰখন ভালেই চলি আছিল৷ অভাৱ…