ৰ’দে-বৰষুণে কিমান যে গান
লোকনাথ গোস্বামী মন দাপোণত-১৯ (১) গানে-শ্লগানে জীৱনৰ গুৰুত্বপূৰ্ণ এছোৱা : জলসাকে ধৰি গান-বাজনাৰ চৰ্চা চলি থকাৰ মাজতে য়ুনিয়নৰ কাম-কাজো সমানে চলিবলৈ ধৰিছিল তেতিয়াৰেপৰা৷ মই নতুনকৈ যুক্ত হোৱা য়ুনিয়নখনে কোনো কাৰ্যসূচীতে মোক এৰি দিয়া নাছিল৷ সদস্যসকলে মৰম-শ্ৰদ্ধাও কৰিছিল৷ তাৰ মাজতে ঘুনুক-ঘানাককৈ…