Category কবিতা

ফুটপাথৰ ঈশ্বৰ

অৰ্চনা পূজাৰী বিষাণু অহাৰ বহু আগৰ কথা বন্ধ নাছিলেই৷ দেওবাৰে ভিৰ বাঢ়েহে ফুটপাথৰ ঈশ্বৰৰ দুৱাৰ চৌবিছ ঘণ্টাই খোলা থাকে সকলোৰে বাবে শ্যেলীয়ে দেওবৰীয়া ফুটপাথত কবিতাৰ সভা পাতে কবিতাৰ সভাত সমাগম বেছি ঈশ্বৰে একাষৰীয়াকৈ বহি ৰেহৰূপ চাই থাকে এজাক ডেকা-ডেকেৰীয়ে আৱেগত…

জীয়াসুঁতি

(শ্ৰদ্ধাৰে কবি ৰফিকুল হোছেইনৰ হাতত) চন্দ্ৰ কুমাৰ বড়া   পোতাশালত পিতাকে খেপিয়ায় আন্ধাৰ ভোকত কাতৰ কণ্ঠত নিফুট মাত পিয়াহত আতুৰ   ভোকাতুৰ বৃদ্ধজনে পান কৰিছে এটি শীতল স্তনৰ দুগ্ধ   তাইৰ দুচকুৱে সাঁতুৰিছে আন্ধাৰত ভাহি আহিছে ঢৌ তোলা উচুপনিৰ ধ্বনি…

আমাৰ চহৰত বাপু

নীলিমা ঠাকুৰীয়া হক   কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে   জিৰজিৰ জিৰজিৰ হিৰহিৰ হিৰহিৰ বিজুলীৰ পোহৰ আৰু ঢেৰেকনিৰ গানেৰে গা ধুলে বাপুৱে আৰু চশমাৰে জুপি জুপি চালে…

এবেলা শৰৎ

 অনিন্দিতা কলিতা   আজি কেইদিনমানৰ পৰা ৰ’দ বৰ চোকা হৈছে চৌ চৌকৈ ঘাম নিগৰে শেৱালিজোপাৰ তলখন চিকুণাওতে   জটিল অংকবোৰৰ উত্তৰ শূন্য কোনোবাই হয়তো আমাক দেখি ভাবে   শেৱালিৰ সুবাস আমাৰ কোন    অসুখী হৈ ওচৰত থকাতকৈ সুখী হৈ দূৰে…

সকলোৱে পৰা কাম সকলোৱে নোৱৰাৰ দৰে

ধীমান বৰ্মন   পাৰি   গানৰ জখলাৰেও উঠি গৈ চুব পাৰি মেঘৰ কপাহী অহংকাৰ   ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল দিব পাৰি ৰণ জিনাৰ হুংকাৰ   পাৰি   ছবিৰ জখলাও বগাব পাৰি ৰঙৰ ছিটিকণিৰে জ্বলাই দিব পাৰি দৃশ্যৰ বুকু  …

জলকীয়া

 নীলাভ সৌৰভ   এটা জলকীয়াই ৰাতি আহি সংগোপনে মোক মাত লগাইছিল জলকীয়াৰ কাহিনী শুনাইছিল   ৰ’দত ঘামি শুকাই বজাৰত মোৰ ফালে চাইছিল মোৰ কামিহাড় ভাগিছিল   বুকুৰ চৌকাত বিষ মোৰ  জ্বলা-পোৰাৰ ঔষধ নাই বজাৰত জলকীয়াকে কিনিছিলোঁ   আন কোনো সামগ্ৰী…

হাতীপটি

নিৰু দত্ত   জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ কাহিনী । আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি । আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল ৰাতি উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ…

ওমলা পদ্য

অংকুৰিতা ফুকন (১)ধেই-তাওঁ মালি, বান্দৰ পোৱালিখোৱানে মইনাহঁত সেউজীয়া পাচলি? (২)কণমানি গা-গছ লাহি লাহি পাতশাকৰ লগত খোৱানেগৰম গৰম ভাত ? (৩)ইকুট মিকুট চিকুটকেনে লাগে কোৱাঁচোনখাই ভজাবুট? (৪)এডিম চেদিম বাইদেউতাৰ লগত কোন কোনবজাৰলৈ যায়। (৫)জোনবাই এ মইনাহঁতক কোৱাঁম’বাইল লৈ নেখেলিবা,পঢ়া-শুনা কৰাঁ। —-…

কবিতা আৰু চলচ্চিত্ৰ

 মূল : বুদ্ধদেব দাশগুপ্ত অনুবাদ : প্ৰশান্ত মিশ্ৰ “I want to develop ideas today. If I see that millions are catered for by the cinema, I want to implant my poetic talents in cinematography, since the professions of scenario writer and poet…

হাইকুৰ দৰে কেইটামান কবিতা

পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ              (১) নিজানৰ নৈ; বালিচন্দা সাবটি ৰৈ আছে নিয়ৰ উৰালৈ৷               (২) এবাৰো নাচালা শেৱালিজোপাত ওৰেনিশা তিতি থাকিল হেমন্তৰ বিষাদ৷               (৩) বগা…