ক’লা মাছ
মদাৰজ্যোতি কোনোবাই শ’ল-শালৰ কথা ক’ব মোৰ পিছে প্ৰিয় শেলুৱৈ পানীৰ চেঙাহে সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো এদিন শ’লৰ পোণাতকৈও বুজন হ’ল চেঙা আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে জাল, পল, জাকৈৰ লগতে দৰিকণা ধৰা চালনী এখনৰে ময়ো…
মদাৰজ্যোতি কোনোবাই শ’ল-শালৰ কথা ক’ব মোৰ পিছে প্ৰিয় শেলুৱৈ পানীৰ চেঙাহে সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো এদিন শ’লৰ পোণাতকৈও বুজন হ’ল চেঙা আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে জাল, পল, জাকৈৰ লগতে দৰিকণা ধৰা চালনী এখনৰে ময়ো…
খনিন্দ্র ভূষণ মহন্ত চিকিমিকাই থকা ছুৰিখনৰ দৰে ধাৰাল দুচকুত শেষ নিশাৰ এন্ধাৰৰ ৰং এমুঠি ছটিয়াই নৈঃশব্দ্যৰ ধ্রুপদী তালত খোজ দি গুচি যায় এটি বাট এনে কি আহুদি লগা মন্ত্রৰ আৱাহন লালায়িত হৈ পৰে বাসনাৰ সমস্ত আকুলতা আৰু প্রসাৰিত…
জয়ন্ত দত্ত নিউজ চ্ছেনেলবোৰৰ দৰে খবৰ কাকতবোৰৰ দৰে ল’ৰাটো একে ফুটতে উঠিল তুলিকাত তেজ আৰু জুইৰ ৰং সানি ৰৈ থাকে শ্ৰদ্ধাঞ্জলিত শোভা বঢ়াবলৈ বাট চাই থকা ফুলবোৰৰ দৰে বিনামূলীয়া চাউলত নিগনিৰ গোন্ধ মিহলি হৈ আহিল খদমদম গাঁৱৰ এফাল…
প্ৰদীপ শইকীয়া মনত নাই কালি আমি নাছিলোঁ আছিলোঁ যদিও নাজানো ৷ নথকাৰ সম্ভাৱনাই বেছি গুবৰুৱা : গোবৰ উকটিছিলোঁ পাচনযন্ত্ৰৰ বৰ্জিত পদাৰ্থত অপদাৰ্থ বিচাৰিছিলোঁ কালি আমি কি কৰিছিলোঁ কিয় লাগে ! আজি যি কৰি আছোঁ কালিও কৰিছিলোঁ …
কিশোৰ বড়ো ডবা কোবোৱা মাৰিদুডাল ভাগি থাকিল গাঁৱৰ খবৰ দিওঁতাই চিঞৰি চিঞৰি কৈ গ’ল … শুনক শুনক শুনক এটা টিলিঙা টিলিঙাটোত নপৰিল চাৰিডাঁৰৰ ডবাদাৰী হাত তেনেতে শুনিলোঁ মছজিদৰ মাইকটো বিকল আৰু দেখিলোঁ জুইত জাহ যোৱা কোৰআনৰ ফৰমান চূৰা-আয়াত…
ধ্ৰুৱকুমাৰ তালুকদাৰ নভবাকৈয়ে কিছুমান সময় আহে ঘড়ীটো বন্ধ হৈ আছে আন্ধাৰৰ মাজত এৰি থৈ অহা সপোনবোৰত এটা দুটাকৈ ফুলবোৰ ফুলিবলৈ ধৰিছে… ভালপোৱাৰ নামত মই যি কথা শিকিলোঁ তাত কেৱল খোজৰ চিনবোৰহে আছে বাট মুকলি কৰাৰ কৌশলবোৰ নাই বহুতে…
মিণ্টুল হাজৰিকা লখাইতৰা এটা সমাধি সৌধ কথাটো ভালকৈ জানিছিল ফুজুৰীবায়ে তথাপি তাই জৰায়ুৰ পেৰাটো খুলি এপদ এপদকৈ ধুইছিল মাণিকীমধুৰী সপোন আৰু বেলিমুখত ৰ’দাইছিল … মাজে-সময়ে তাই আতালৰ পৰা মেঘ পাৰি আনিও চোতালত ঢাৰি পাৰি শুকুৱাইছিল ৷ পাঠকে…
বিশাল অনুৰাগ শীত তুমি এৰাসুঁতি এটা হ’লে মই কহুঁৱা হৈ কুৱঁলীত বুৰ যাওঁ আৰু ৰ’দলৈ বাট চাওঁ বালিৰ ধোঁৱাত পানী-ধোঁৱা হৈ ভ্ৰমিবলৈ মইতো নহ’লো পানী-মকৰা পৰালৈকে পাৰতে থাকিম তোমাৰ চেঁচা কঁপনিক নিচুকাই গঁৰাৰ স’তে এনেয়োতো খহিম বাৰিষাত পূৰ্ণিমা আজি নিজৰেই…
কাব্যশ্ৰী মহন্ত এজাক মানুহ হাবিখনৰ ফালে আহি আছে৷ মানুহৰ জুমটোৰ একেবাৰে আগত চাৰিটামান মানুহে কিবা এটা বোজাই কৰি কঢ়িয়াই আনিছে। পিছে পিছে সমদলটোত এজাক কটিবস্ত্ৰ মানুহ। মতা তিৰোতা ল’ৰা ছোৱালী। দহ-বাৰ বছৰৰ তলৰবোৰৰ গাত এধানিও কাপোৰ নাই। ডাঙৰবোৰে কঁকালৰ তলছোৱাত…
কোৱাঁচোন, গোলাপ বাৰু নগ্ননে কবি : পাবলো নেৰুদা অনুবাদ : ড° দীপমণি দাস ( চিলিৰ জাতীয় কবিৰূপে বিবেচিত পাবলো নেৰুডাৰ আচল নাম নেফটালি ৰিকাৰ্ডো ৰেইচ বাচালাটো (১৯০৪-১৯৭৩)। প্ৰেম, প্ৰকৃতি আৰু সমাজ বাস্তৱতা তেখেতৰ কবিতাৰ উপজীব্য। সহজ সৰল চিত্ৰকল্প আৰু ৰূপকৰ…