Category কবিতা

ঘোঁৰাবাঘ

অনুভৱ তুলসী নান্দী কটপ্‌ খটপ্‌ কটপ্‌ খটপ্‌ গৰুৰ গাঁৱলৈ ঘোঁৰা অহা খবৰটো মৌন কৌতূহলত এক পূৰ্ণহতীয়া কোব থিয় চুলিয়ে কোনোমতে চম্ভালে ঘোঁৰা আহে নিজৰে যন্ত্ৰ তাঙৰণ টানি টানি ঘোঁৰা আহে এজ্ৰাৰ আজ্ঞা মানি আগমনৰ উদ্দেশ্য ঘোঁৰাই জানো জানে বিধেয় বোধগম্য…

শীত

অংকুৰিতা ফুকন টোপ টোপ টোপ টোপনিয়ৰ সৰিলখিৰিকীৰে চাই দেখোঁখৰালি আহিল। জাৰকালৰ দিনবোৰতকিযে লাগে মজা-মোজা-চুৱটাৰ পিন্ধোঁ,খাওঁ বাদাম ভজা। চেঁচা পানী চুলেই দেখোঁহাত-ভৰি কঁপে,লোপৰ তলত সোমালেইআকৌ উম লাগে। চুটি শীতৰ দিনবোৰৰাতিবোৰহে দীঘলশুই শুই থাকি জানালাগি যায় ভাগৰ। নহয়নে বাৰু কোৱাঁচোনশীত কালেই ভালগৰমকালি…

এদিনৰ বাবে তোমাৰ ওঁঠযুৰি

দিগন্ত নিবিড় এদিনৰ বাবে তোমাৰ ওঁঠযুৰি নিজৰ কৰি ল’লোঁ আৰু মোৰ মৃত শব্দবোৰ সেই ওঁঠেৰে পৃথিৱীক ক’লোঁ পৃথিৱীৰ সকলো দুখকে ভাল পাই পেলালোঁ চিত্ৰকৰ এজনৰ দৰে সকলো ৰং পান কৰি আঁকি গ’লোঁ কাল-কেনভাছ এদিন পৰ্বত এখন খহি পৰা কথাত বতাহে…

প্ৰয়াগ শইকীয়াৰ কবিতা

ঊষৰ ভূমি (টি এছ এলিয়টৰ ‘ৱেষ্টলেণ্ড’ৰ অনুবাদেৰে অসমীয়া কবিতাক সমৃদ্ধ কৰা কবি অজিৎ বৰুৱাৰ পূত স্মৃতিত) ঊষৰ ভূমি  ক’ত আছে ঊষৰ ভূমি ব্যক্তিগত দুখ মহাসমৰ এইবোৰে জানো ভূমিক কৰিব পাৰে ঊষৰ নোৱাৰে  মাটি ৰসাল সৰ্বতিকাল মািটৰ স্মৃতিত থাকে বহু পুৰাতন…

য়ুলিছিছ্

মৃদুল শৰ্মা মনত আছে কথাবোৰ ৷ চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে মোৰ মন অথচ ট্ৰয় ক’ত মই কাহানিও নাজানো অথবা জানিবলৈ মনো কৰা নাই কান্দি  থকা ডাবলিনৰ পথ-উপপথত মোৰ চেতনাই পাকঘূৰণি খায় হেৰুওৱা প্ৰেয়সীৰ কথা ভাবোঁ এই নিৰ্জন শিলাময় দ্বীপত…

চৰাইবোৰৰ কথা

স্বপ্নালী কলিতা   আবেলি নীহাৰে বাৰাণ্ডাত বহি  ককাকক মাতিলে আহাঁচোন বুলি।   হয়নে অ’ ককা! কথা এটা সুধিম মই ভাবি-গুণি ক’বা।   ককায়ে বোলে সোণ মোৰ সুধিবিচোন বাৰু, উত্তৰটো জানিলে নক’মনে আৰু!   ককা ককা ! অসমত পোৱা চৰাইবোৰৰ নামবোৰ…

দেশ-কথা

দ্বিজেনকুমাৰ দাস দেশৰ কথা ভাবি কলিজাত উচাহৰ কলপ সানোঁতেই আগফালৰ দুৱাৰত কোনোবাই টোকৰ দিয়ে৷ নিশাৰ আন্ধাৰ বজাই কঁপি উঠে বেৰৰ জেঠী৷   নুমাই যোৱা মমডাল বিচাৰি টিনৰ ফুটাৰে সৰকা জোনৰ পোহৰে কান্দে৷ জপাই থোৱা খিৰিকিত চিত-কম্পিত এটা দামুৰী৷ মাকজনী যাৰ…

চূণ পৰক

দিগন্ত শইকীয়া   তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল শিলতে জুই   তলে সোঁত ওপৰে সাঁকো দীঘে উপত্যকা   গছে পিন্ধিলে পাত আকাশে ৰ’দ   ভিতৰে তথাপি কুঁৱলী   হায়েনাৰ কে’নাইন। লালকাল নে উজাগৰ জিন! কি এই পিয়াহ!   কিয়…

খালি ঘৰ

নৃপেন গোস্বামী তৰাৰ পোহৰক পোহৰ নোবোলা কবিতাৰ খালি ঘৰত শব্দৰ ঢৌ ছিটিকা খবৰ পাটিদৈয়ে ছাঁ দিয়া পানীময় পুখুৰী কিম্বা  বিলৰ কাষত  বুজি পোৱা দিনত চেঙা উজায় চেঙাক আপুনি কবিতাৰ ঘৰত বিচাৰিলে পাব বুলি ভবাটো সমূলি ভুল নহয় চেঙা এতিয়া আধুনিক…

কেৰ্কেটুৱাটো

 হৰেকৃষ্ণ ডেকা   বাৰাণ্ডাতে বহি আছোঁ। বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি। কেৰ্কেটুৱা এটা ক্ষন্তেক ৰ’ল। মোলৈ চালে সি। আৰু খৰধৰকৈ নাৰিকলজোপাৰ ওপৰলৈ উঠি গ’ল। বাতৰি-কাকতত খেদা-খেদি, গ্ৰেপ্তাৰ। নাৰিকলজোপাৰ পৰা কিবা এটা পৰাৰ শব্দ হ’ল। কেৰ্কেটুৱাটোৱে কুমলীয়া ডাব এটা কুটিছে আৰু…