ফ্লেশ্ববে’ক
দাদুল ভূঞা ফ্লেশ্ববে’কত জিলিকি থাকে কথাবোৰ— গাভিনী ৰাতিৰ এন্ধাৰত হেৰাই যায মৈঠুনৰত সংগীত উচপিচনিৰ দগমগ বেলি এটা চকুত সাৰে থাকে সুখৰ নৈত উটি ভাহি ফুৰে এচমকা তৰল বীৰ্য ওঁঠত ওঁঠ থৈ দুটি ওঁঠে কথা পাতে নৈশব্দৰ নিতাল নৈঋত গুমগুমণি মেঘ…
দাদুল ভূঞা ফ্লেশ্ববে’কত জিলিকি থাকে কথাবোৰ— গাভিনী ৰাতিৰ এন্ধাৰত হেৰাই যায মৈঠুনৰত সংগীত উচপিচনিৰ দগমগ বেলি এটা চকুত সাৰে থাকে সুখৰ নৈত উটি ভাহি ফুৰে এচমকা তৰল বীৰ্য ওঁঠত ওঁঠ থৈ দুটি ওঁঠে কথা পাতে নৈশব্দৰ নিতাল নৈঋত গুমগুমণি মেঘ…
দেৱৰাজ মিলি দলনিৰ এটা গৰৈমাছ চম্পাৰ চালনিত উঠিল বতৰাটো উজাই আহি গছৰ দৰে গজ্গজীয়া নৌহওঁতেই দুটা আকলুৱা চকুত আহিনৰ আৱাহন অগা-ডেৱা কৰে এই দুচকুত জাউৰি জাউৰি আয়তী নাম। যোৱাবেলি আঘোণত ধানো খাম চাউলো খাম… এইবেলি আহিনত ভবা কথা নহয় সিদ্ধি……
মূল: ৱাল্ট হুইট্মেন (১৮১৯-১৮৯২) অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰসিদ্ধ এমেৰিকান কবি, নিবন্ধকাৰ আৰু সাংবাদিক। মানৱতাবাদী হিচাপে জনাজাত হুইটমেন এমেৰিকাৰ অন্যতম প্ৰভাৱশালী লেখক; মুক্তক ছন্দৰ পিতৃ। ‘Leaves of Grass’ (১৮৫৫) তেওঁৰ জনপ্ৰিয় আৰু বিৰ্তকিত কাব্যগ্ৰন্থ। এজ্ৰা…
ঋষভ নাথ পিয়াহ পুহিম মই এটা হাঁহৰ দৰে আতুৰণি পি পি সি ডাঙৰ হ’লে এদিন ডেউকা মেলি নিব মোক দেৱ-কৃপাহাৰা অহং আৰাৱলীলৈ শিলে শিলে ঠেকা খাই বাঢ়নী ৰ’দত দূৰ ৰাজস্থানৰ ৰেণু-ৰজত আকাশ খহাই অহা এজাক উচুপনিকে নতশিৰে সুধিম মই…
ধ্ৰুৱকুমাৰ তালুকদাৰ (এক) ।।বিছা।। পাত তুলি থাকোঁতে লছ্মীৰ হাতত উঠিল এটা ৰঙা বিছা পিঠিৰ খৰাহিটো থেকেচি থৈ তাই দৌৰ মাৰিলে লাইনৰ ফালে— ঠিক তেতিয়াই চাহপাতবোৰ উৰি আহিল মোৰ গৰম পানীৰে উপচি থকা পিয়লাটোত তিতিবলৈ… ক’ৰ পৰা…
ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা (Jarmila and Ian Milner) অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ ১) ৰাশিফল বিয়লি… সমাধি… আৰু শাণিত বতাহজাক যেন কচাইৰ কাঠৰ কটা হাড়ৰ টুকুৰা৷ যাতনাৰ পৰা মামৰে মুক্ত কৰে ই ধাৰণ কৰা দেহক৷ আৰু আটাইৰে ঊৰ্ধ্বত,…
দিগন্ত নিবিড় মেটেকাৰ মাজৰ পৰা চুচুক-চামাককৈ ওলাই অহা ডাউকহালৰ দৰেই এদিন আমি ওলাই আহিছিলোঁ ভালপোৱাৰ বাটটোৱেদি কোনোবাই দেখিব কোনোবাই জোকাব কিমান যে সমস্যা হ’ব আমাৰ কি ক’ম আমি বন্ধুবোৰে সুধিলে আমাক মৰিয়েই থাকিম ঘৰে শুনিলে কথা আমাৰ তুমি লুকাই লুকাই…
মৃদুল শৰ্মা (ক) আৰু মই তেতিয়া শুবলৈ লৈছিলোঁ যেতিয়া ভৱিষ্যত আছিল জৰাগ্ৰস্ত এটা একাঙ্গী নিৰল জুপুৰী তাতে মাটি লেপি সপোনৰ ৰং সানি কোলাহলেৰে ভৰুণ কৰি তুলিবলৈ প্ৰস্তুতি আৰু সাৰ পাই দেখিলোঁ সময়ক আটায়ে হেৰুৱায় অথচ হিচাপ কৰে ধনৰ নিচিনাকৈ আৰু…
মূল : জীবনানন্দ দাশ (বাংলা) অনুবাদ : নিৰোদ গোহাঁই কবিতা বুলিলে যদি কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে প্ৰায় সম্পূৰ্ণ আলোচনা বেছি সহজসাধ্য হ’ব, বেছি সফলতা, প্ৰায় গাণিত্যিক শুদ্ধি আশা কৰা যাব পাৰে৷ কিন্তু এই…
ৰিপুঞ্জয় বৰুৱা ঋমন ঔ-ৰা মাত দিবচোন মোকেই ক’লে? হয় আপোনাকেই। খঅৰ (খৱৰ) কেনে? ৰবৰৰ দৰে টানিলে দীঘল এৰিলে চুটি। নলগা জেঙাত লাগি লাগি প্ৰগতিশীল অধোগতি। ভাইৰেল গৰমত ঘামি জামি প্ৰিক্লি হিট পাউদাৰ সানি ডেভেলপ…