আৱাহন
অত্ৰেয়ী গোস্বামী বন্ধ হৈ গৈছে সৃষ্টিৰ সকলো কপাট কঁৰাল মৰা তেজ গোটা এটা হৈ নিজৰ ৰাজকীয়তা প্ৰদৰ্শনত ব্যস্ত শ্বেতকণা, অন্ধকাৰ গহ্বৰ ভেদি সোমায়নে সেই পুৰাতন হাবিয়াস? তেজৰ বেৰত টোকৰ পৰিল কেঁচি-বটালিৰ অভিযান চলিল ইমান সহজে শেষ…
অত্ৰেয়ী গোস্বামী বন্ধ হৈ গৈছে সৃষ্টিৰ সকলো কপাট কঁৰাল মৰা তেজ গোটা এটা হৈ নিজৰ ৰাজকীয়তা প্ৰদৰ্শনত ব্যস্ত শ্বেতকণা, অন্ধকাৰ গহ্বৰ ভেদি সোমায়নে সেই পুৰাতন হাবিয়াস? তেজৰ বেৰত টোকৰ পৰিল কেঁচি-বটালিৰ অভিযান চলিল ইমান সহজে শেষ…
বিভাৰাণী তালুকদাৰ ধপ্ধপ্ পাখিৰ মাত শুনা কিজানি ধূপৰ গোন্ধত বাৰে বাৰে দুগাল মচা গোন্ধাওঁ জানো ধূপৰ দৰে! ধোঁৱাই ঢকা চিমনিৰ তলত শিখা এটি হৈ ৰ’লোঁ এঘাৰদিন তোমাৰ খেয়াল নহ’ল মৰিশালিৰ বনগুটি খচকি আদৰিলা বিস্মৰণ নেদেখিলা তিতা তিয়নিত…
টুনুজ্যোতি গগৈ অসমীয়া সাহিত্য জগতত এগৰাকী মননশীল কবি আৰু প্ৰাবন্ধিক হিচাপে এক স্বকীয় আৰু সবল পৰিচয় গঢ় দিবলৈ সক্ষম হোৱা হেমাংগ কুমাৰ দত্ত (জন্ম : ১৯৭৩) ২০০৬ চনৰ পৰা অজ্ঞাত কাৰণত নিৰুদ্দেশ হৈ থকাটো অসমৰ বৌদ্ধিক জগতৰ বাবে এক বেদনাদায়ক…
অৰ্চনা ঠাকুৰীয়া খকুৱা ৰ’দে কামুৰি খালে মস্তিষ্কৰ উৰ্বৰতা শেষৰ গৰাহ ভাত মুখলৈ নিওঁতেও শুদাই নেৰিলে সি ডিঙিত চৰ্চৰণি পিঠিত কাৰোবাৰ হাতৰ ধম্ ধম্ চাপৰ এইদৰে খুঁটি তাল বাই হ’লেও আখৰা চলাওঁ সুস্থ হৈ থকাৰ… কেহোৱে কয় বোলে – ‘অঁকৰাৰ…
পৰাগজ্যোতি মহন্ত এদিন এন্ধাৰ আৰু পুৱাৰ প্ৰথম পোহৰৰ সন্ধিৰ সময়তে শেতেলিতে এটা সপোন দেখিলোঁ– সপোনতে লগ পালোঁ এজন পদাতিকক আশাৰ এটা পূৰ্ণ পথেৰে গৈ আছিল পদাতিক হাতত এটি পাত্ৰ গাত এখন কম্বল প্ৰতিজন পদাতিকে কঢ়িয়াই লৈ ফুৰিবলৈকে লৈ ফুৰে হাতত…
অভিজিত গগৈ ছাঁত পৰি থকা কেঁচা খৰিবোৰ কোনোবাই ৰ’দাবলৈ আনিছে ৰছীৰ বান্ধ খুলি খৰিবোৰ এডালৰ পৰা আনডাললৈ দূৰত্ব বঢ়াই দিয়া হৈছে সদায় অহাৰ দৰেই তাপমাত্ৰা বাঢ়ি আহিব ধৰিছে বিচ্ছিন্ন হৈ যোৱা খৰিৰ ছালবোৰ প্ৰায় এৰি গৈছে কাঠচিতীয়া বেলিৰ নিৰুদ্বেগ…
ধ্ৰুৱজ্যোতি দাস ৰাজপথবোৰে একোটা বিশুদ্ধ বাক্য গাঁঠনিৰ বাবে জিদ ধৰিছে যাৰ অভাৱত যোগাযোগ হেৰাই গৈছে আকাশ আৰু মাটিৰ আন্দোলনৰ শ্লোগানবোৰ হৈ পৰিছে বিক্ষিপ্ত আৰু চোকহীন এটা শৃংখলাৰ বাবে ৰাজপথবোৰৰ মানুহৰ ওচৰত পুৰণিকলীয়া আৰ্তি ৰাজপথে তাৰ ওপৰেৰে চলাচল কৰা গাড়ী-মটৰৰ…
অনসূয়া বৰঠাকুৰ (দুইৰ ভাগ) ২+১= ৩ (দুয়ে একে তিনি) পিতায়ে আনিছে মাছ দুই কেজি কিনি। ২+২= ৪ (দুয়ে দুয়ে চাৰি) তাৰে এক কেজি ৰৌ, এক কেজি আঁৰি। ২+৩= ৫ (দুয়ে তিনিয়ে পাঁচ) জীয়াভৰলী নৈত পায় শিলঘৰীয়া মাছ। ২+৪=৬…
ধ্ৰুৱকুমাৰ তালুকদাৰ কুৱঁলীবোৰৰ মাজৰ এটা গলিয়েদি চহৰখনে মোক বিচাৰি আহিছে – লাহে লাহে আন্ধাৰ হৈ পৰা বোকাময় পথাৰ এখনৰ মাজত হাতত কঠিয়া এমুঠি লৈ মোলৈ ৰৈ আছিল আই… চহৰখনে মোক বিচাৰি পোৱাৰ আগতে মই মোৰ ঘৰৰ দুৱাৰত…
জোনমণি দাস “মুংখ”ৰ চিঞৰটোৱে মুখ মেলি খেদে– ঘোলা কণীৰ চোকোৰা ভাঙি ওপজে মৃত্যু তিয়নি সলাই তৰাবোৰ নামে পানীত আখলৰ জুয়ে বেৰ বগাই আটাল চোৱে এলান্ধুৰ এন্ধাৰত মই বহি থাকোঁ যুগসন্ধিত জৰাগ্ৰস্ত সময় মৃত্যুৱে মোক ৰিঙিয়াই সোধে…