ক’লা পতাকা
দিগন্ত শইকীয়া টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি ময়েই প্রথম নে? শতিকা সিপাৰৰ শিল সময়ত নামহীন দেহাবোৰৰ বিকাৰ কি!…
দিগন্ত শইকীয়া টোপনি আহিছিল চিলমিল তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি অচিন চীনৰ বৈৰী বতাহ বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি ময়েই প্রথম নে? শতিকা সিপাৰৰ শিল সময়ত নামহীন দেহাবোৰৰ বিকাৰ কি!…
ৰুদ্ৰ সিংহ মটক শান্তি শান্তি বিচাৰোঁ আমি যুদ্ধ নিবিচাৰোঁ কাহানিও অথচ এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে ৱাৰ ড্ৰীল নিউক্লিয়াৰ ড্ৰীল চলিছে পৃথিৱীৰ সৰ্বত্ৰ – ৰঙা চীনত ৰাছিয়াত বাইডেনৰ আমেৰিকাত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ নাটো দেশবোৰত কোনে…
মৃদুল শৰ্মা আকাশ উদাৰ কিন্তু দেখুৱায় আন্ধাৰ সেউজীয়াৰ ভৱিষ্যত মই দেশৰ পতাকাখন ৰখি আছোঁ পৃথিৱী জ্বলিছে দেশ-কাল জ্বলিছে মাটি-মানুহৰ চিতা জ্বলিছে বুকু জ্বলিছে ভোকত পেট জ্বলিছে ওফোন্দ পাতি থকা গাভিনী আকাশৰ ভৱিতব্য কি কোনেও নাজানে সকলো হতাশ সকলো নিৰাশ অনুৰ্বৰ…
ৰানু বৰুৱা গগৈ এজাক শীতল বতাহৰ বাবেই জী আছোঁ প্ৰতিনিয়ত পুৱাৰ তপত ঢৌ খেলা ৰ’দ আৰু মাটিৰ মৰমত জী আছোঁ ইয়াত অস্থাৱৰ সকলো দেহ মন আৰু সমস্ত চৰাচৰ জী আছোঁ এজাক শীতল বতাহৰ বাবেই প্ৰাণত যি দি আছে অম্লজান যি…
নীলিমা ঠাকুৰীয়া হক চেঁকুৰি আহে ঘোঁৰাপুৱা স্ফটিক সেউজ ঘোঁৰাপুৱাটো শুভবাৰ্তা হৈ চেঁকুৰি আহে ঘোঁৰাপুৱাটো এখন সেউজ অৰণ্য অৰণ্যৰ লেকাম নাই, দৌৰি আছে অৰণ্যখন সোমাই আহিছে চহৰলৈ প্ৰতিটো লাইটপোষ্ট উৰ্ধ্বমুখী লতাই সাবটি ধৰিছে পুলিচ পইন্টবোৰ ঘন বেতৰ জাৰণি, বাঘৰ…
জোনমণি দাস এটা এটাকৈ তৰাবোৰে তোমাক এৰি থৈ যায়, শিলাখণ্ডত তেজ বঁতিয়ায় যেতিয়া ঘুমটি যায় ৰাতি- আনকি তেতিয়াও মই চকুৰ এন্ধাৰখিনিত চলন্ত সময়ে বৰণ সলোৱা দেখোঁ। কালি ৰাতিও সপোনত হকিঙে হকী খেলি থাকোঁতে নিউটন নাছিল। কিন্তু, মোৰ টোপনিৰ বীথিকাত আছিল…
প্ৰয়াগ শইকীয়া হাৰ্ট প্ৰেমৰ পৃথিৱীত সৃষ্টিৰ সৰ্বোত্তম আৰ্ট সকলোৱে কয় হেড অভাৰ হাৰ্ট ইজিপ্টীয় মামীত সম্পূৰ্ণ ওলোটা সংলাপ মামীৰ দেহত হেড উকা কিন্তু হাৰ্টৰ নিখুঁট বহা মৃত ইজিপ্টৰ প্ৰধান বাসিন্দা অচাইৰিচৰ সভাতো পাপ- পুণ্যৰ ভাৰ পোৱা যায় হাৰ্টৰ ওজনৰহে কৃপাত…
দাদুল ভূঞা সিদিনা ক’লাকোট আৰু এযোৰ দামী বুট-জোতা পিন্ধি ঘূৰি ফুৰিছিল বগা বঙাল থুই… পাৰ হৈছিল এলান্ধুৰ এন্ধাৰে আৱৰা দুশটা বছৰ পৰিৱৰ্তনৰ মাটি-আখৰাৰে অহিংসাৰ জয় মাণিকীয়ে পাহৰা নাছিল তিৰাশীৰ ৰাতি কেঁকোৰা হৈ বুকু চেপি ধৰা অজগৰ হাতদুখন চকুপানী আঁচলত সামৰি…
নীলাভ সৌৰভ এদিন এটা ঘটনা ঘটিছিল— গিৰীয়েকে ঘৈণীয়েকক এৰি যাব নোৱাৰে অথচ এৰি থৈ চাকৰিলৈ যায় ঘৈণীয়েকে গিৰীয়েকক এৰি থাকিবই নোৱাৰে অথচ বিদায় দিবলৈ আগ বাঢ়ি যায় ঠিক এৰাএৰিৰ মুহূৰ্ততে ঘটিছিল ঘটনাটো গিৰীয়েকে ইংগিতেৰে এটা চুমা বিচাৰে ঘৈণীয়েকে মূৰটো লৰাই…
নিৰু দত্ত সোণমইনা নিচেই কেঁচুৱা উঠিল তমোময় জ্বৰ, চকু ঢেল খায় নুঘূৰে উশাহ মায়ে খালে থৰমৰ৷ আইতা আছিল তামোল চোবাই ওঁঠত সেলেঙি বোৱাই, থাওকতে উঠি মেলিলে ঢাপলি চাদৰখন নিলে চোঁচৰাই। লোদোৰ-পোদোৰ দোৰোণৰ আগ এটি আনিলে ছিঙি, মৌৰ লগত হাতেৰে মোহাৰি…