ভাবি চালোঁ
ভাস্কৰ জে নাথ ছালবোৰ নিমজ কৰিম বুলি আৰু ভাবি চালোঁ চেপি শেষ হৈ যোৱা নেমুটুকুৰাটোৰ দৰে মোক দলিয়াই দিয়াৰ কথা, খুব বেছি চুৱাপাতনিত পৰি থাকিম, শুকাম অথবা গেলিম, শেষ বুলিবলৈ মাটিৰ লগত মিলি থাকিম ভাবি চালোঁ ছালবোৰ নিমজ…
ভাস্কৰ জে নাথ ছালবোৰ নিমজ কৰিম বুলি আৰু ভাবি চালোঁ চেপি শেষ হৈ যোৱা নেমুটুকুৰাটোৰ দৰে মোক দলিয়াই দিয়াৰ কথা, খুব বেছি চুৱাপাতনিত পৰি থাকিম, শুকাম অথবা গেলিম, শেষ বুলিবলৈ মাটিৰ লগত মিলি থাকিম ভাবি চালোঁ ছালবোৰ নিমজ…
পংকজ প্ৰতিম বৰদলৈ সমাজ আৰু জাতি যেতিয়া সংকটৰ সন্মুখীন হয়, প্ৰতিবাদী জনতাই যেতিয়া বজ্ৰনিনাদেৰে ৰাজপথ কঁপাই তোলে, সেই আৱেগ, জোৱাৰ আৰু প্ৰতিবাদী সত্তাই সকলোৰে মন চুই যায়৷ সৃষ্টিশীল মনবোৰ বেছি সংবেদনশীল আৰু কবি, গীতিকাৰ, চিত্ৰকৰ আদি শিল্পীসকলৰ মন–মগজু সংকটময় সময়ে বেছিকৈ উদ্বেলিত কৰি তোলে আৰু তেতিয়াই সৃষ্টি হয় কিছু…
(গীতালি বৰাৰ ‘অন্তৰতম’ উপন্যাস পঢ়ি) বৰ্ণালী বড়া ছিগি যোৱা চেতাৰৰ তাঁৰ বিচ্ছিন্ন সময়ক ধাৰণ কৰা একাকী অস্থিৰতা ৰেপি ৰেপি ৰাতিৰ নিৰ্লিপ্তি সেই সুৰ নে সুৰহীনতাত জী উঠে শেষ ভাবনা নিদ্ৰামগ্ন চকুৰ ভাষাত হেৰায় অনিদ্ৰাৰ পৃথিৱী সাঁচি ৰখা অতবোৰ…
ননী বৰদলৈ হাতত মোনাটো লৈ আপুনি বজাৰলৈ ওলাই গৈছে নিৰ্জন পথটোত আপোনাৰ সন্মুখতে এজন বয়স্ক লোকক হঠাত অহা এখন তীব্ৰ বেগী বাহনে খুন্দিয়াই গুচি গ’ল যন্ত্ৰণাত কাতৰ মানুহজন নিৰন্তৰ সহায়ৰ বাবে চিৎকাৰ কৰিছে একো যেন নাইদেখা আপুনি কাষেদি পাৰ…
দিলীপ ফুকন যোৱাটো শতিকাৰ এখন বিৱৰ্ণ কেলেণ্ডাৰৰ পাতৰ মাজৰ পৰা কোনোবাই মাত লগালেহি: ‘ভালে আছেনে? আমি সত্তৰৰ দশক৷’ সত্তৰৰ দশক? উঁইচিৰিঙাৰ স্তুতিগান শুনি জাকি মাৰি ওলাইছিল এজাক জোনাকী পৰুৱা অলোকিত তৰঙ্গত নাচিছিল আমাৰ গাঁৱৰ সন্ধিয়া৷ আমাৰ গাত লাগি…
চেনীৰাম গগৈ কথাটো সকলোৱেই জানে কিন্তু কোনেও নেজানে৷ জনাই জানি কৰিব কি খোৱাই খাবই নাকৰ ঘিঁ ! মাহে মাহে পাই আছোঁ বিছ কিলো ফিৰি চাউল সময় মতে একাউণ্টত সোমাই আছে টকা ভঁৰাল নাই আকাল নাই চলি আছোঁ বিন্দাছ…
হেমচন্দ্ৰ কছাৰী চালকসকল বহু সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে নহ’বইবা কিয় বহুতে বাটত জুই জ্বলাই নিজৰ লগতে আন কাৰোবাৰ নহয় কাৰোবাৰ ঘৰলৈ এন্ধাৰ নমাই আনে কেতিয়াবা এনে লাগে বাটৰ ৰজা হোৱাৰ বাসনাই যেন বহুতকে আমনি কৰে বিজ্ঞলোকে কৈছে– ‘ফেঁচাৰ দৰে…
নীলাক্ষী চলিহা গগৈ গাৰুটো ওলোটাই দিলোঁ। সপোন তই মংগলময় হ। বগেনভিলিয়া ফুল বচা ব’ম্বে ডায়িঙৰ ক’ভাৰ। ধুনীয়া। দুৰ্দিনৰ সপোনেৰে সাৰ পাই এনেকৈয়ে চলি যায় সকলো সহজে আমাৰ! দিনৰ পোহৰত বুকু ফুলাই ঘুৰি ফুৰোঁ কঢ়িয়াই ফুঁৰো ৰঙীণ …
ৰাজেন দাস (হিমাক্ষী ডেকালৈ শ্ৰদ্ধাৰে) বয়স হ’লে ভয় লাগে জন্মদিনে যে এবছৰকৈ বুঢ়া কৰি যায় ডেকা কৰাৰ মনো বছৰি উকলি থাকে উভতি নাহে এতিলমানো ভালপোৱা তোমাৰ কথা মনত পৰিলে সাহস বাঢ়ে তুমি যে ভালপোৱাক দুখ নিদিয়াঁ নিজৰ মাজতে…
পুলেন ৰাজ ডেকা উৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা কবিতা ৷ কবিতা পুৰুষবোৰো এনেকি কাগজ কলম চিঞাহী দোৱাতবোৰো কবিতা নোকোৱা কথাবোৰ অদেখা অজানা মুখবোৰ ধোঁৱাই নুঠা জুইকুৰা কবিতা ভৰি নহা খালৈৰ ভৰুণ শূন্যতাখিনিও পাৰৰ পাখিত ধপধপাই থকা মাতটো জিকা ফুলা…