যি আমাৰ ইচ্ছা
গজেন মিলি ঘড়ীৰ আঙুলিৰ আমি দাস টোপনি ভগাৰ পৰা টোপনি আহালৈ আমাক নচুৱায় আমি নাচি থাকোঁ বেলিয়ে উঠা বহা কৰে পুৱা-গধূলি নৈ বয় নিৰৱধি ঘড়ীয়ে ঘূৰি ঘূৰি ঋতুৰ কথা কয় বছৰৰ পাছত বছৰ বাগৰে শৈশৱৰ পৰা আলৰ হওঁ ৰজা পাতে…
গজেন মিলি ঘড়ীৰ আঙুলিৰ আমি দাস টোপনি ভগাৰ পৰা টোপনি আহালৈ আমাক নচুৱায় আমি নাচি থাকোঁ বেলিয়ে উঠা বহা কৰে পুৱা-গধূলি নৈ বয় নিৰৱধি ঘড়ীয়ে ঘূৰি ঘূৰি ঋতুৰ কথা কয় বছৰৰ পাছত বছৰ বাগৰে শৈশৱৰ পৰা আলৰ হওঁ ৰজা পাতে…
অনুভৱ তুলসী সৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা – কথাটো বাৰু সঁচানে – আমাৰ কবিক সোধকচোন আপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথা পাতক পাত পাতে বোলা নাই বুলিছে আপুনি নামহীনভাৱেই পাত বৰ্তি আছে সানন্দে বিশেষ নে নিৰ্বিশেষ স্থায়ী নে…
ছালমা জামান মই আন্দামান আৰু নিকোবৰৰ এটা দ্বীপলৈ গুচি গলোঁ থৈ গলোঁ মোক সমস্ত ক্লান্তি নামি গল সাগৰৰ ঢৌৰ সতে অহাবোৰ দেখা পালোঁ এডভেন্চেৰাচ মোৱানাই মোক নেদেখিলে যাদুকৰী গ্ৰীণ ক্ৰীচটেলটোৱে লাহে লাহে সাগৰলৈ তললৈ টানিলে দেখিলোঁ সাগৰৰ তলিত নখহা…
জিতেন পায়েং লেচেৰি বুটলা দিনৰ ইতি পেলাই নৈপৰীয়া বগৰী পকিছে গৰছিগাৰ শুকুৰবৰীয়া বজাৰত ধানৰ দাম কমি হাফ পেণ্টৰ দাম বাঢ়িছে খেতিয়কৰ ধান মহাজনৰ ভৰাল এদোণ ধান এবেলাৰ কাছি কিমান আৰু উদযাপন কৰিম ঠেঁটুৱৈ ধৰা কঙাল দিন ভোগালী আহিছে অ ভোগালী জয়…
অলকেশ কলিতা বৰ বেছি এটা বিশ্বাস নকৰিবা, এই যে সৰাপাতক লৈ কিবা এটা ভবা হয়, অথবা এই কুঁহিক লৈ। আজি একত্ৰিশ ডিচেম্বৰ, মাজনিশা আৰু হাঁহি কান্দোন উভয়ৰপৰা অলেখ দূৰত্বত, জীৱন মৃত্যুৰ নিলগত চলি আছে আচল ড্ৰামাটো। পাহাৰবোৰত অকলশৰীয়া স্ফুলিংগ, অদৰকাৰী…
অত্ৰেয়ী গোস্বামী এজন পৰুৱাই পোৱা মানুহক লগ পাইছিলোঁ, তেওঁ কিবা এটা বিচাৰি ঘূৰ্মুটিয়াই ফুৰিছিল৷ পদূলিয়ে পদূলিয়ে নিজৰ ভৰিৰ চাপ ৰাখি আঙুলিবোৰ গণনা কৰা দেখিছিলোঁ, তেওঁৰ বোলে পঁচিছটা আঙুলি পাঁচোটা লুকুৱাই থয়৷ দোকানীবোৰক হাৰাশাস্তি কৰি নিজৰ বাবে ৰখীয়া…
পংকজ গোবিন্দ মেধি এনেকুৱা কোনো আছে নেকি যিয়ে সদায় সৰ্বত্ৰ কথা দি কথা ৰাখিছে কথা দি কথা ৰাখিব পাৰিছে তৎমুহূৰ্ততে হ’ব বুলি কৈ পাহৰি যোৱাতো ৰোগ নে প্রাকৃতিক বিড়ম্বণা নে ব্যক্তি সমস্যা সেয়া ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নে…
মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই বংশাৱলীৰ জখলা উৰুলি এটাই আকাশত চাপৰ দি ভাঙিব পৰা নাছিল বতৰীয়া উচাহৰ কঁকাল নোপোৱাৰ হেজাৰটা খতিয়ানে…
জুবিলী গগৈ বহু পিছত এৰি থৈ আহিছোঁ মই শৈশৱৰ বেঙেনাবুলীয়া আগলৈ আহাX মোৰ ছাঁ তোমাৰ গাত নপৰক তোমাৰ পিছে পিছে গৈ থাকোঁতে ময়ো চাম সমুখলৈ উভতি চাব পৰাকৈ আছেনো কি এঙেৰুৱা আঁউসীত বুৰ গৈ থকা পিঠাগুৰীয়া এটা পথ ঢিমিকি শলিতাৰ…
হৰেকৃষ্ণ ডেকা কাইলৈ ফেঁহুজালি ফালি উভতি আহিলে বেলিটো বেলেগ হৈ আহিব নেকি ? দোকমোকালি বেলিটো ওলালে কওঁ এটা নতুন দিন ৷ কাইলৈ ক’ম নতুন বছৰ ৷ এটা পুৰণি বেলি এটা পুৰণি জোন এখন পুৰণি পৃথিৱী ৷ কিন্তু প্রতিটো দিনেই নতুন…