Category কবিতা

শূন্য-শিলা

বিকিয়ান বাইলুং  ৰঙা জিঞাৰ নেজত লাগি ধৰা সূতাৰ  পিছত দৌৰি ছাল ছিগা আঁঠুত  নাৰ্জিপাত ঔ বাটে গোবাট, গেলা বাঁহনিৰ তল  পৰুৱাই পোৱা জীওটোত ভয় নাই বাট এৰি অহাৰ ভয়   চিনাকি মুখবোৰ এৰি অহাৰ ভয় মাটিৰ আলিংগন সোঁৱৰণিত পোত যোৱাৰ শূন্যৰ…

থাল

গজেন মিলি চিকুনকৈ চিকুনাই থʼব লাগে থালখন যʼত ভৰষা ৰাখি যাপন কৰোঁ ভোক আনৰ ভৰষাত তেওঁ নিচুকায় ভাল পায় আনক দিনে দিনে ঠগে নিজকে বান্দৰৰ চালাকিৰে পতিয়ন নিয়াব বিচাৰি আনক বঞ্চিত হয় নিজেই হেৰুৱায় নিজৰ মান-মৰ্য্যদা মানুহক পঢ়ি ভালপোৱা মানুহ…

কবিলৈ কবিৰ চিঠি

 প্ৰয়াগ শইকীয়া উৰণীয়া মনে দিলে এটা পাখি ক’লে কলম কৰি কিবা এটা লিখিবা সখী পাখিটি চুই দিওঁতেই এজুপি বিৰিখ হ’ল আৰু অনুভৱ দিলে মই যে ভূমি একাঁজলি ৰ’দত উদ্ভাসিত জীৱন বন্দনাৰে সুপ্ৰভাত সখী কুশলে থাকিবা সদায় পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা…

বহু কথা নাজানো

দ্বিজেন কুমাৰ দাস বহু কথা নাজানো নজনাবোৰ ভয় বহু প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাই পকি সেন্দুৰীয়া হোৱা পথটোৰে গৈ থাকিও থমকো বহু কথা অৱগুণ্ঠণ মোক বিচৰা আন্ধাৰ মোৰ মাজতে বন্দিনী অকলশৰীয়া এটি মাটিৰ চাকি জঁই পৰা জীউলতা কাঁহীত এৰা কাঁইট…

জোনৰ হাঁহি

হেমচন্দ্ৰ কছাৰী কালি সন্ধিয়া মোৰ ক্লান্ত দুচকুলৈ চাই জোনে বৰ অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে হাঁহি নহয় যেন এপাট শেলহে আজি-কালি জোনক লগপাবলৈ বৰ টান ডাৱৰৰ মাজতেইচোন লোকাই থাকে সি কালি হঠাৎ লগ পালো ডেকা কেইটামানৰ গা লৈ জোনাক চটিয়াই চটিয়াই…

উৰুকাৰ দিনা

হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে উৰুকাৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে আছা, সকলো আহা। গঞাৰ লগত তোমালোকেও এসাজ লগে-ভাগে খোৱা। উকমুক বিচাৰি নেযায় গঞাই…

অন্যকথা

 দিগন্ত শইকীয়া বেলেগ কিছুমান কথা বেলেগ কিছুমান চিন্তা চোপ লৈ আছে বেলেগ কিছুমান বুৰঞ্জী বেলেগ কিছুমান বেলাড বেলেগ কিছুনমান বিলাপ বেলেগ বাগধাৰা বেলেগ কিছুমান ভেঁকুৰ বেলেগ কিছুমান ভাইৰাছ বেলেগ কিছুমান মুখ বেলেগ কিছুমান বিলোচনা বেলেগ কিছুমান প্ৰসংগৰে নীলা বেলেগ কিছুমান…

সিজুফুলৰ ৰাতি

দীপজ্যোতি বৰা গুলঞ্চৰ ভগা ডালটোত বহি ওৰে ৰাতি কেতেকীয়ে কান্দে আনে নুশুনিলেও থাপনাৰ শিলবোৰে শুনে শিলবোৰ পমি যায় পমি পমি ভাপ হয় অশ্ৰুগংগাৰ বীজ হয় বীজবোৰ বুটলি কেতেকীৰ এন্ধাৰ বাট এটাৰে মই ওলাই যাওঁ কেতেকীৰ ফুল বুলি সৰ্প আনি ঘৰ…

অন্য সৰিয়হডৰা

এম. কামালুদ্দিন আহমেদ   চপৰাবোৰ তেওঁৰ চকুলৈ আহে বাস্তৱত আনকি সপোনতো   চপৰাবোৰ ভাগি যায় ভাগি যায় হালধীয়াৰ সপোন তাত নাথাকে   কেতিয়াবা বোকা আৰু বোকা তাৰ ৰন্ধ্ৰত সোমাই থকা স্বর্ণলিপি   চন্দ্ৰকুমাৰৰ ‘ফুলা সৰিয়হডৰা’ তেওঁ পঢ়া নাই অথচ চপৰা…

পিঞ্জৰা

দাদুল ভূঞা বাঘৰ গোজৰণিত পাৰ হৈ যোৱা কোলাহল ৰাতিটোৰ পeছত পিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমি ক’লা গাড়ীত চাইৰেন বজাই সেয়া বাঘ আৰু বাঘিণী আগে-আগে পলাতক মুখাপিন্ধা মানুহ চহৰীয়া গছবোৰেও সেইদিনা  ছিটিকা পাতি ৰৈ আছিল আৰু মুখাপিন্ধা মানুহবোৰক ধৰি…