বসন্তৰ কল্লোলত তোমাৰ আগমন
বিজয় শঙ্কৰ শৰ্মা দলংখন সদায় পাৰ হওঁ মই অকোৱা-পকোৱা এটি দীঘল বাট আৰু চুটি পদূলি তুমি কাষত থাকাঁ প্ৰতিটো পলতেই বাজি থাকে মাথো জীৱনৰ গান ভাহি আহে ডুখৰীয়া জীৱনৰ ক’লাজ । জীৱনত আহি আাহি আমি লগ…
বিজয় শঙ্কৰ শৰ্মা দলংখন সদায় পাৰ হওঁ মই অকোৱা-পকোৱা এটি দীঘল বাট আৰু চুটি পদূলি তুমি কাষত থাকাঁ প্ৰতিটো পলতেই বাজি থাকে মাথো জীৱনৰ গান ভাহি আহে ডুখৰীয়া জীৱনৰ ক’লাজ । জীৱনত আহি আাহি আমি লগ…
স্বপ্নালী কলিতা কথাবোৰ তাই কুঁহিয়াৰ বন্ধাদি কণা কণাকৈ বান্ধি গ’ল কোনোটো কণাত কথাৰ লেচেৰি পাক কোনোবাটোত আকৌ কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ দৰে পেটটো খোলা ওলোৱা কোনোবাটোত ধঁনুৰ দৰে বেঁকা অভঁজা কোনোবাটোৰ কথাবোৰে নিঘুণী কুঁহিয়াৰডালৰ দৰে সমগ্ৰ কণাটোক…
ৰিপুঞ্জয় বৰুৱা ঋমন মানুহে কয় ভগৱানৰ সৃষ্টিত ভুল হৈছে মই হেনো পাগল । নিজক বিচাৰি নোপোৱা ছবি এখনত বাৰে বাৰে নিজকেই বিচাৰি এনেয়ে যিকোনো কথা পাতি থাকোঁ । জেণ্ডাৰ যিয়েই নহওক কথা পাতিবলৈ লগ এটা…
বৰ্ণালী বৰা এঙাৰ গিলা আকাশখনে কিছুমান কাহিনী পুহি ৰাখে জুই ভালপোৱা মানুহবোৰে কাহিনীৰ আঁত বিচাৰি ফুৰোঁতে নিজেই একোটা কাহিনীৰ জুমুঠি হৈ পৰে কাহিনীবোৰ বতাহত উৰে কাহিনীবোৰ চোলাৰ জেপত নাচে আঙুলিৰ মূৰত নিমখৰ দাম গণি সেয়া কোন…
ড০ ৰমেশ চন্দ্ৰ গোস্বামী হৃদয়ৰ ছাঁত ক্ষন্তেক জিৰণি লয় সপোনটোৱে৷ ময়ূৰপংখীৰ টিঙত বহি নৈৰ বুকুৰে উজাই কেনি উটি যায় (লংকাৰ বণিজ বিচাৰি!) উদ্দাম বতাহৰ আঁচোৰত ছিৰাছিৰ হয় তাৰ মসৃণ কলিজা মুনিচুনি পৰতো সি ঈপ্সিতৰ নাপালে সন্ধান৷ হৃদয়ৰ ছাঁত…
(কবিৰত্ন নীলমণি ফুকন ছাৰৰ সোঁৱৰণত) আকাশ দীপ্ত ঠাকুৰ বেলি লহিয়ালে বিমূৰ্ত শব্দবোৰ এটি দুটিকৈ নামি গ‘ল শিলৰ নদীয়েদি তপত নিশাহৰ উচুপনিত চপৰা-চপৰে খহিছে এবুকু শোকৰ পাহাৰ ইকৰাৰ বেৰৰ জলঙাইদি উৰুখা পঁজালৈ বৈ নাহে আৰু জোনাকৰ ধল …
অলকেশ কলিতা ইয়াতকৈ স্পষ্টকৈ মই তোমাক আঁকিব নোৱাৰোঁ, সেইবাবে আবেলিৰ মেঘৰ মাজত ইমানবোৰ সৰু সৰু চৰাই উৰি ফুৰিছে। সাগৰৰ অনন্ত তৰংগৰ ভিতৰত, কোনটোৰ ফেনিল আৱাজে সঁচা কথা ক’লে ? মই নিজহাতে মোৰ আবেলিৰ ৰাঙল সূৰ্যবোৰ ইমানদিনে হত্যা কৰিছোঁ, কিন্তু মই…
ৰেমী শৰ্মা কোনোবাই মাতিলে দুৱাৰখন খুলি দে বৰশী এটা হাতত লৈ মই পানীপতাত ৰৈ আছিলোঁ থৰথৰকৈ কঁপা ভৰিহাল মোৰ আছিল কিন্তু … আঙুলি আৰু মাংসপেশীবোৰ ভাৰালৈ অনা হৈছিল ন মাহৰ বাবে লাহে লাহে সোমাই অহা শৃংখলটো দীঘলীয়া সময় ধৰি উশৃঙ্খল…
প্ৰাঞ্জল হাজৰিকা জিভা ওলোটাই টোৰটোৰাই মাতিবলৈ ল’ৰাটোক মাকে শিকালে খোনা ভাল হ’ব আৰু বেচেৰাই দাঁত কামোৰ খালে খেতিয়কৰ ল’ৰা । অকস্মাৎ ভেকুলীবোৰ আকাশৰ পৰা সৰি পৰিছে ১৯৫৪ চন ১২ জুন বাৰ্মিংহাম চহৰত ভেকুলী সৰিছে সৰিয়েই সিহঁত পথাৰলৈ দৌৰিছে । এতিয়া…
চিন্ময় ১. নিমগ্নতা পোহৰ পৰি থকা পুখুৰীটোত ভেকুলীৰ টোৰটোৰণি এডাল সৰল ৰেখাই মোক তলিলৈ নি আছে ২. ঢৌ হালি পৰা বাঁহজোপাত কেইটিমান চৰাই ঢৌ উঠি আছে ৰঙা মাটিৰ তলত … ফোন : ৯৪৩৫৯০৩৫৪৭ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT