Category কবিতা

চকুলোবোৰ হাঁহি… হাঁহিবোৰে ধৰি আছে প্ৰাচীন জীৱন

ড০ নন্দ সি বৰকলা   আকাশৰ মেঘ, বৰষুণ, তৰাৰ জোনাকত জিলিকি থকা ভোগদৈ, ধনশিৰি, জাঁজি, চৰাইদেউ কত তেজৰ বাট… কত মানুহৰ সমন্বয়ৰ মাটিৰ আমঠু   চাওদাঙৰ খঙাল চকু জয়মতীৰ নিদাৰুণ দিন-কাল অনেক নদীৰ উপকূলত ভৰিৰ চিহ্ন বুৰঞ্জীৰ পাতে পাতে অনেক…

সন্ধি

যশোৱন্ত নিপুণ   বহু অন্বেষণৰ পাছত তুমি তোমাৰ কাৰণে এটা ঘৰ বিচাৰি লৈছিলা, ঘৰটোও ৰৈ আছিল তেনেকৈয়ে কাৰোবালৈ বেৰবোৰত ৰং লগাবলৈ ৷ কিন্তু যিটো ঘৰ তুমি ইমান দিনে বিচাৰি আছিলা এই ঘৰটো সেইটো নাছিল, তেনেকৈয়ে, ঘৰটো ৰৈ আছিল যাৰ বাবে তুমিও…

ঊষা-নিনাদ

বিজয় শঙ্কৰ শৰ্মা   মফচলত এজাক ধুমুহাই উৰুৱাই আনিছিল এখনি নীলা চাদৰ   বতাহত উৰি থকা চঞ্চল চিলাৰ দৰে উৰিয়েই আছিল সেই নীলা চাদৰ অনিৰুদ্ধ হৈ   আকাশত আন একো নাছিল তেতিয়া প্ৰশান্ত ধুমুহা… নিস্তব্ধ আন্ধাৰ…   মুকলি পথাৰত জোনাকীৰ তিৰবিৰণিবোৰে…

বহুৱা

লুইতজ্যোতি যি হাঁহিব নাজানে সি হেনো চয়তান ৷ বুকুত বিয়পা প্ৰাত্যহিকতাৰ বিষবোৰক ভ্ৰমেৰে আৱৰি মই জন্ম দিওঁ মোৰ হাঁহিক। মই হাঁহিব জানো ৷   বেদনাৰ নিমখীয়া পানীত প্ৰতি উজাগৰী নিশা মই মিলাওঁ ৰঙা আবিৰ ৷ আৰু দুয়ো ওঁঠত ঘঁহি লৈ যন্ত্ৰণাৰ…

বিষাদৰ ছাঁ

উত্তম লইং শুনিছোঁ বৰষুণত তিতি ভালপোৱা মানুহবোৰ উগ্ৰ প্ৰেমিক, বৰষুণ মোৰো প্ৰিয় অথচ মই আজি কাৰো প্ৰমিক নহওঁ প্ৰেমিক হʼব পৰাকৈ মোৰ হৃদয়খন যন্ত্ৰণাসিক্ত ভোকাতুৰ শিলৰ দৰে কঠিন নহয় শুনিছোঁ প্ৰেমিক হʼবলৈ কঠিন হʼব লাগে হৃদয়   সোঁৱৰণীৰ কথাবোৰ কেতিয়াও…

অজগৰ নদীখন

চন্দ্ৰ শইকীয়া   নদীখনেদিয়েই সূৰ্য নামে প্ৰতিদিনে ককাৰ ধোঁৱা বৰণীয়া চকুত কুণ্ডলী পকাই নদীখন বৈ থাকে অহৰ্নিশে ৰাতিয়ে দিনে পাৰঘাটৰ টিলাটোৰ ওপৰতে যাত্ৰীবিলাকে জুমবান্ধি থাকে উত্তাল নদীখনৰ বুকুলৈ চাই চাই   প্ৰতিদিনে এটা সময় আহে নদীৰ বুকুত চমকনি তুলি সূৰ্যটো অন্ধকাৰ…

কোনেনো বুজায় ৰংমিলিক

অন্বেষী বৰা   ৰংমিলি এদিন আহিবি,  কেঁ‌চা আলিত সাৱধানে খোজ দিবি।  আলি ভাগিব, দুৱৰি মৰিব;  পাৰ ভঙা পানীৰ সঁ‌জাত নাই আঁ‌কৰী,  দুমুঠন বুকুত কিদৰে সামৰিবি?    দীঘল আবেলিবোৰত বহি ৰ’বি টঙীঘৰত।  ধান-মাহৰ ৰখীয়া হৈ গীত জুৰিবি, “হুৰ হুৰ বতা চৰাই…

স্পৃহা

মনজিৎ সিং   বালিত মুখ গুজি পৰি আছে স্থবিৰ সময় হঠাৎ দিনবোৰ সলনি হৈ গ’ল পাহাৰৰ চূড়াৰ পৰা অহংকাৰী দিনবোৰ নামি আহি কোনোবা দুৰৈৰ ছন পৰা পথাৰলৈ গুচি গ’ল   আকাস্মিকভাৱে পৰিৱেশটো অচিনাকি হৈ পৰিল বিষাদৰ বাঁহীয়ে উৰুঙা কৰে হৃদয়…

আহিব লগা প্ৰতিটো ফাগুনে ক’ব

দেৱাশিস বুঢ়াগোহাঁই   কাঞ্চন ফুলিছে শিমলু-তুলা উৰিছে ডাঙৰকৈ নক’বা বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ এই উৰি যাওঁ, উৰি যাওঁ   মনৰ ভিতৰত trending-ত থকা cringe গান এটা বাজি আছে পুৱতি নিশা পূৰ্ণচন্দ্ৰৰ জোনাক গছৰ ফেৰেঙনিৰে, ভেণ্টিলেটৰেৰে বগুৱা বাই মোৰ কোঠাত সোমাইছে…