মাটিমুখ
মিণ্টুল হাজৰিকা “ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷ সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷” ১. চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে ভাটিকাললৈ বুলি জোন তৰা বেলি… ২. জোন ডাঙৰ হৈ সপোনত লৈ…
মিণ্টুল হাজৰিকা “ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷ সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷” ১. চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে ভাটিকাললৈ বুলি জোন তৰা বেলি… ২. জোন ডাঙৰ হৈ সপোনত লৈ…
জয়ন্ত দত্ত সেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু… আমি বাপেকৰ ফালৰ পৰা চাই বাপেকক শুদ্ধ দেখিছিলোঁ আৰু পুতেকৰ ফালৰ পৰা পুতেকক এদিন হাতৰ চাকিটো আন এজনক দি আন্ধাৰে – মুন্ধাৰে আহোঁতে উজুটিত ছিগা বুঢাআঙুলিটো দেখি …
জুনু বুঢ়াগোহাঞি নাথ এইযে আমি কিমান হেৰুৱাই আছোঁ নিজক নিজৰে পৰা হেৰাই আছোঁ ইজন-সিজনৰ পৰা কাৰো খতিয়ান নাই ৷ কোমল মাটিত গজা গাঁওখন হেলনীয়া বতাহত ঢলি পৰিছে উজুটিত নখ ছিঙি আবিয়ৈ নগৰখনে অকালতে হেৰুৱাইছে নিয়ত অবলা অৰণ্যৰ মাজত…
মিণ্টু বুঢ়াগোহাঁই আইৰ আশীসূঁতাৰ শুকুলা চাদৰখনৰ আঁচলত মুখ গুজি নিজকে ৰক্ষা কৰা দিনৰে পৰা আত্ম সন্তুষ্টিৰে অনুভৱ কৰোঁ সুখ ৷ ভাতৰ নিসনিৰে সূতাত মাৰ দিয়া দিনত লেটাই-চেৰেকীৰ পাকৰ সতে ঘূৰি ঘূৰি দৌৰি গৈ বোকোচাতে শেষ সান্নিধ্য ৷ টোলোঠাতে পাক খাই…
পৰাগজ্যোতি মহন্ত জানিবও পাৰে শেষ হৈ অহা কফিৰ পিয়লাই প্ৰেমৰ বাবে চুমা নে চুমাৰ বাবে প্ৰেম হ’ল কি নহ’ল সঠিক স্থান ওঁঠযোৰৰ বাচি ল’লে চুমাই তাতে প্ৰাণ অথবা মান আছেনে ক’ৰবাত এই মূলূকৰ কোনোবা কোণত সহজ কাম…
অৰ্চনা ঠাকুৰীয়া এইমাত্ৰ ঠিক সূৰ্যোদয়ৰ পূৰ্বে জী উঠিছে মোৰ চহৰ কুশল প্ৰেমিকৰ স্পৰ্শত প্ৰাণ পাই উঠিছে দিগম্বৰী বালাৰ অহল্যা বুকু কেনেকৈ কাটি গ’ল ৰাতি তোমাক বাৰু কিয় ক’ম মোৰ ভাগৰ সুখকণ কিয়নো ভগাম তোমাৰ স’তে ফ্লাইঅভাৰৰ…
বিজয় শঙ্কৰ শৰ্মা ঠিক কেঁকুৰিটোৰ আৰম্ভণিতে শুভ্ৰবসনেৰে আবৃত বুঢ়াডাঙৰীয়াই বগাঘোঁৰাটো লৈ আকাশৰ ফালে ওখ হৈ হৈ নোহোৱা হৈ গৈছিল সিদিনাৰ পৰাই কেঁকুৰিটোত কোনোৱেই দেখা নাই পুৱতি নিশাৰ শুভ্ৰবসন বুঢ়াডাঙৰীয়া প্ৰভুক নামঘৰীয়াই বৰমেধিক কৈছিল , “বুঢ়াডাঙৰীয়া তেনেকৈ আঁতৰি গ’লে গাঁওখন নিঠৰুৱা…
ৰিপুঞ্জয় বৰুৱা ঋমন তোমালোকে সপোন দেখিব নোৱাৰাঁ দুখ বাঢ়িব নিজৰ মতে সপোন নেদেখিবা আমি দেখুৱালেহে দেখিবা এতিয়াও বুজি উঠা নাই ? তাত কি হৈ আছে কোনে জানিছে জানিবলৈ জানো দিছে কোনে ক’ত কি কৰি ফুৰিছে কোনে কি ভাবিছে…
অনুভৱ তুলসী আন কাৰোবাক লগ পাবলৈ যোৱাৰ দিনা সময় আৰু স্থান নিৰ্দিষ্ট কৰি যোৱাৰ দিনা হঠাতে সকলো সলনি হৈ গ’ল সলনিৰ নাটকীয় পট পৰিৱৰ্তন এই অনিৰ্দিষ্ট সময়ৰ অন্ধ বাটৰুৱা এই কুকুৰণী আহি আছিল অনিৰ্দিষ্ট সংবেদৰ স্থান-কালৰ কিবাকিবি শুঙি শুঙি…
অলকেশ কলিতা ১ আজি ইমান লাহে লাহে ৰাতি হৈছে, মই মোৰ শব্দবোৰ ঘঁহি মাজি চাফ-চিকুণ কৰি থৈ দিছোঁ কেতিয়াবাই, আৰু অপেক্ষা কৰিছোঁ তুমি মোক কিবা এটা সুধিবা, মই তোমাক সেই কাহিনী ক’ম, যি ৰাতিটোৰ বাবে হ’লেও দুৰ্ভাৱনাক চেপেটা কৰিব। কিন্তু…