Category কেৰিয়াৰ

ষ্টাফ ছিলেকশ্বন কমিছনৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাসমূহ

 ড° বুলজিৎ  বুঢ়াগোহাঁই     সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্বেও ছাত্র-ছাত্রী সকল সঠিক ৰূপত প্রস্তুত নোহোৱাৰ বাবেই এইসমূহ পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণৰ…

ৰেডিঅ’ জ’কি (Radio Jockey)

 ড° বুলজিৎ বুঢ়াগোহাঁই           ৰেডিঅ’  জ’কি বা চমুকৈ আৰ. জে. হ’ল ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ আঁত ধৰা লোক৷ সহজ অৰ্থত ইয়াক ৰেডিঅ’ কাৰ্যক্ৰমণিকাবোৰৰ ‘সূত্ৰধাৰ’ বুলিব পাৰি৷ প্রথমে এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে ৰেডিঅ’ জ’কি হোৱাৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ প্রয়োজন নাই৷ কিন্তু ন্যূনতম শিক্ষাগতৰ অৰ্হতা…

উলাহেৰে উভতি চাওঁ – ২১

 ড০ পোনা মহন্ত  আজি ১৭ ছেপ্টেম্বৰ৷ বিশ্বকৰ্মা পূজা৷ কল–কাৰখানাৰ শ্ৰমিকসকল আৰু বিভিন্ন যন্ত্ৰ–পাতিৰ সহায়ত কাম কৰি জীৱিকা উলিওৱা লোকসকল এতিয়া নিশ্চয় উৎসৱৰ উখল–মাখলত আত্মহাৰা হৈ আছে৷ কপালৰ ঘাম–মাটিত পেলাই শ্ৰম কৰাৰ পাছত এইয়া যেন ক্ষণিকৰ জিৰণি৷ অতীতৰ কথা সোঁৱৰণ কৰি…

বিমান সেৱিকা (Air Hostess)

ড° বুলজিৎ  বুঢ়াগোহাঁই বৰ্তমান যুগত বিমান সেৱিকা বা এয়াৰ হোষ্টেজ এটা আকৰ্ষণীয় চাকৰি৷ বিমান সেৱিকাসকলে উৰাজাহাজত যাত্রীসকলৰ সুবিধাৰ বাবে সকলো ধৰণৰ চোৱা-চিতাৰ দায়িত্ব পালন কৰে৷ বিমান সেৱিকাৰ প্রশিক্ষণ গ্রহণ কৰিবৰ বাবে ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ যিকোনো শাখাত উত্তীৰ্ণ হ’ব লাগে৷ হোটেল…

কেৰিয়াৰ হিচাপে বনাঞ্চল পৰিচালনা (Forest Management)

 ড° বুলজিৎ  বুঢ়াগোহাঁই          বনাঞ্চল পৰিচালনা (Forest Management) এটা আকৰ্ষণীয় কেৰিয়াৰ। ‘বনাঞ্চল পৰিচালনা’ত বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। এজন সফল বনাঞ্চল পৰিচালক হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে – প্রকৃতিপ্রেমী, সাহসী, অনুসন্ধিৎসু মন, সূক্ষ্মদৰ্শী, নিষ্ঠাবান, সাৱধানী, কষ্টসহিষ্ণুতা, সুন্দৰ…

ৰেচমবিদ্যা (Sericulture)

  ড° বুলজিৎ বুঢ়াগোহাঁই   ‘ৰেচমবিদ্যা’ পঢ়ি ছাত্র-ছাত্রীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা পাছত ‘ৰেচমবিদ্যা’-ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ ‘ৰেচমবিদ্যা’-ত চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক, স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি৷ দেশৰ…

অনুপ্রেৰণাৰ উৎস

চন্দ্রাৱলী বৰঠাকুৰ   FAILURE ISN’T FATAL BUT, FAILURE TO CHANGE MIGHT BE – JOHN WOODEN আত্মবল হৈছে পৃথিৱীৰ সবাতোকৈ শক্তিশালী শক্তি। এই বলৰ অধিকাৰী হ’লে শাৰীৰিক বাধা–বিঘিনি, অৰ্থনৈতিক বাধাগ্রস্ততাকে আদি কৰি সকলো ধৰণৰ প্ৰতিকূলতা নেওচি সফলতাৰ শীর্ষত আৰোহণ কৰিব পাৰি।…

উলাহেৰে উভতি চাওঁ – ১৯

 ড° পোনা মহন্ত (ছেপ্টেম্বৰ, ২০২১, খণ্ডৰ পিছৰ পৰা) এই কথা আগতে কৈ আহিছোঁ যে এজন ছাত্ৰ হিচাপে নৱম শ্ৰেণীৰ শেষছোৱা আৰু দশম শ্ৰেণীৰ প্ৰথম কেইমাহমান মোৰ বেছ ব্যস্ততাত গ’ল৷ বিশেষকৈ স্কুলৰ আলোচনী ‘কাৰেংঘৰ’ৰ সম্পাদকৰূপে আৰু ‘ভাৰত দৰ্শন’লৈ যোৱা বাবে নিয়মীয়া…

অপ্ট’মেট্রি (Optometry)

 ড° বুলজিৎ বুঢ়াগোহাঁই   অপ্ট’মেট্রি (Optometry) পাঠ্যক্রমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্রি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট’মেট্রিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা…

ফুটৱেৰ ডিজাইনিং (Footwear Designing)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ফুটৱেৰ ডিজাইনিং (Footwear designing) পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে সাধাৰণতে পাঠ্যক্রমৰ ওপৰত ভিত্তি কৰি  উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখা বা যিকোনো শাখাত উত্তীৰ্ণ হোৱা পাছত ফুটৱেৰ ডিজাইনিঙৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে৷ …