বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্রীধাৰীৰ বাবে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ
ড° বুলজিৎ বুঢ়াগোহাঁই বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্রীধাৰী হ’লে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ লাভৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। স্নাতক ডিগ্রীধাৰীসকলে আগ্ৰহ আৰু লক্ষ্য অনুসৰি বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে। স্নাতকোত্তৰ (M.Com.) : শিক্ষাৰ্থীয়ে স্নাতক বিষয় অনুসৰি এম ক’ম…